• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুম্ভত বুধ, চাৰি ৰাশিৰ হাতলৈ ধনৰ আগমনত কোনোৱে বাধা দিব নোৱাৰিব

কুম্ভত বুধ, চাৰি ৰাশিৰ হাতলৈ ধনৰ আগমনত কোনোৱে বাধা দিব নোৱাৰিব

2 years ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

3 minutes ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

33 minutes ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

1 hour ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

3 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

4 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

4 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

18 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

18 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

19 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

19 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

20 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কুম্ভত বুধ, চাৰি ৰাশিৰ হাতলৈ ধনৰ আগমনত কোনোৱে বাধা দিব নোৱাৰিব

editor by editor
February 14, 2024
in বিবিধ, ভাৰত
0
কুম্ভত বুধ, চাৰি ৰাশিৰ হাতলৈ ধনৰ আগমনত কোনোৱে বাধা দিব নোৱাৰিব
0
SHARES
28.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেব্ৰুৱাৰী মাহৰ ৰাশি পৰিবৰ্তন কৰিব গ্ৰহৰ ৰাজকুমাৰ বুধে। ২০ ফেব্ৰুৱাৰীত বুধে মকৰ ৰাশিৰ পৰা বাহিৰলৈ আহি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। বুধৰ এই ৰাশি পৰিবৰ্তনৰ ফলত তিনি ৰাশিৰ জাতকৰ ভাগ্য চমকি উঠিব। কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি হ’ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি বুধ বুদ্ধি আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ। ফেব্ৰুৱাৰীৰ শেষৰ ভাগৰ পৰা কোন কোন ৰাশিৰ ভাগ্য চমকি উঠিব জানি থওক সবিশেষ।

মেষ ৰাশি
বুধৰ গোচৰ মেষ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ একাদশ স্থানত বুধে ভ্ৰমণ কৰিব। এই সময়ত অসাধাৰণ হাৰত আয় বাঢ়িব মেষ ৰাশিৰ জাতকে। ইয়াৰোপৰি আয়ৰ নতুন উৎস লাভ কৰিব। লগ্নিৰ দ্বাৰাও লাভ অৰ্জন কৰিব পাৰিব। চাকৰিত প্ৰভাৱ বাঢ়িব, ইয়াৰোপৰি নতুন দায়িত্ব পাব এই ৰাশিৰ জাতকে। শ্বেয়াৰ বজাৰ, বেটিং আৰু লটাৰীৰ মাধ্যমেৰে অৰ্থ উপাৰ্জন কৰিব পাৰিব।

মিথুন ৰাশি
বুধৰ ৰাশিৰ পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। বুধে আপোনাৰ ৰাশিৰ নৱম স্থানত বিচৰণ কৰিছে। এই সময়ত ভাগ্যৰ সংগ লাভ কৰিব আপুনি। পৰিকল্পিত প্ৰকল্পত সফল হ’ব। এই সময়ত মান সন্মান আৰু প্ৰতিষ্ঠাও লাভ কৰিব আপুনি। চাকৰি পৰিবৰ্তনৰ চেষ্টা কৰিলে তাত সফলতা অৰ্জন কৰিব। চাকৰিত পদোন্নতিৰ যোগ। এই সময়ত দেশ বিদেশ যাত্ৰা কৰিব পাৰে আপুনি।

মকৰ ৰাশি
বুধৰ ৰাশি পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে লাভপ্ৰদ প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত বিচৰণ কৰিব বুধে। বিভিন্ন সময়ত অন্তৰালত আকস্মিক ধন লাভ কৰিব পাৰিব। ইয়াৰোপৰি যোগাযোগ ব্যৱস্থা মজবুত হ’ব। নতুন ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পাৰে। স্বাস্থ্য উন্নত। কেৰিয়াৰ আৰু আয়ৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত ল’ব পাৰে। এই সময়ত আপুনি আৰ্থিকভাৱে মজবুত হ’ব। কাম আৰু ব্যৱসায় সংক্ৰান্তীয় মাৰ্কেটিং, যোগাযোগ, মিডিয়াত জড়িত জাতকৰ বাবে ভাল লাভৰো যোগ।

কুম্ভ ৰাশি
জ্যোতিষ অনুসৰি কুম্ভ ৰাশিৰ জাতকৰ বাবে বুধৰ ৰাশি পৰিবৰ্তন লাভজনক প্ৰমাণিত হ’ব। এই ৰাশিতেই বুধে গোচৰ কৰিব। লগ্ন স্থানত উপস্থিতিৰ বাবে কুম্ভৰ জাতকৰ কাৰ্যশৈলী উন্নত হ’ব। নিজৰ কাম আৰু স্বাস্থ্যক প্ৰাথমিক গুৰুত্ব প্ৰদান কৰক। ধন বৃদ্ধিৰ একাধিক সুযোগ লাভ কৰিব আপুনি। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি উন্নত হ’ব। আত্মবিশ্বাস বৃদ্ধি হ’ব। বিবাহিত জীৱন আনন্দময় হ’ব। অংশীদাৰীৰ ব্যৱসাৰ কৰাৰ পৰিকল্পনা থাকিলে এই সময় অনুকূল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি
বিশ্ব

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

June 11, 2026
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা
ভাৰত

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

June 11, 2026
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক
ক্ৰীড়া

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

June 11, 2026
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা
স্বাস্থ্য

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

June 11, 2026
Next Post
মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব ৩ৰাশিৰ ওপৰত, কেৰিয়াৰ-ব্যৱসায়ত সাফল্য

মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব ৩ৰাশিৰ ওপৰত, কেৰিয়াৰ-ব্যৱসায়ত সাফল্য

চিলিত স্থাপন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ কেমেৰা! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

চিলিত স্থাপন কৰা হ'ল বিশ্বৰ সৰ্ববৃহৎ কেমেৰা! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.