• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব ৩ৰাশিৰ ওপৰত, কেৰিয়াৰ-ব্যৱসায়ত সাফল্য

মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব ৩ৰাশিৰ ওপৰত, কেৰিয়াৰ-ব্যৱসায়ত সাফল্য

2 years ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

3 minutes ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

21 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

1 hour ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

2 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

3 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

4 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

5 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

6 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

6 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব ৩ৰাশিৰ ওপৰত, কেৰিয়াৰ-ব্যৱসায়ত সাফল্য

editor by editor
February 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব ৩ৰাশিৰ ওপৰত, কেৰিয়াৰ-ব্যৱসায়ত সাফল্য
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিজৰ উচ্চৰাশি মকৰত ভ্ৰমণ কৰিছে মঙ্গলে। ইয়াৰ ফলত কেইটামান ৰাশিৰ জাতকৰ ভাগ্য চমকি উঠিব। ফেব্ৰুৱাৰী মাহত মকৰত বিচৰণ কৰিছে মঙ্গলে। ৰঙা গ্ৰহৰ চতুৰ্থ দৃষ্টি কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ, কোনে কোনে ধন সম্পত্তি লাভ কৰিব জানি থওক সবিশেষ।

মেষ ৰাশি
মঙ্গলৰ চতুৰ্থ দৃষ্টি মেষ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। মঙ্গল এই ৰাশিৰ অধিপতি। উচ্চৰাশিত আহি ৰুচক ৰাজযোগ তৈয়াৰ কৰিছে এই গ্ৰহই। এই সময়ত যশ আৰু প্ৰতিষ্ঠা লাভ কৰিব মেষ ৰাশিৰ জাতকে। স্বাস্থ্যোন্নতি হ’ব। ইয়াৰোপৰি সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। এই সময়ত মেষ ৰাশিৰ জাতকৰ দৈনিক আয় বাঢ়িব। সম্পত্তি ক্ৰয় কৰিব পাৰে এই ৰাশিৰ জাতকে।

কৰ্কট ৰাশি
মঙ্গলৰ চতুৰ্থ দৃষ্টি কৰ্কট ৰাশিৰ জাতকৰ বাবে অনুকূল। আপোনাৰ ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ স্থানত মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিছে। এই সময়ত কাম আৰু ব্যৱসায়ত লাভ হ’ব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ আকস্মক ধন লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ত সম্প্ৰসাৰণ হ’ব পাৰে। বেকাৰ যুৱকে চাকৰিৰ নতুন সুযোগ পাব। নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব। দেশ-বিদেশৰ যাত্ৰা কৰাৰ সুযোগ পাব। পাইলট, আৰক্ষী, সেনা বা খেলুৱৈৰ উন্নতিৰ যোগ আছে।

সিংহ ৰাশি
জ্যোতিষ অনুসৰি সিংহ ৰাশিৰ ভাগ্য স্থানত মঙ্গলৰ চতুৰ্থ দৃষ্টি পৰিব। তাতেই বৃহস্পতি বিৰাজমান। এই সময়ত ভাগ্যৰ সংগ পাব সিংহ ৰাশিৰ জাতকে। ৰৈ থকা কাম সম্পন্ন হ’ব। সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব এই ৰাশিৰ জাতকে। ব্যৱসায়ত নিশাৰ ভিতৰত উন্নতি কৰিব। বেংক বেলেন্স বাঢ়িব এই ৰাশিৰ জাতকৰ। ধৰ্মীয় আৰু মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!
জীৱনশৈলী

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

July 25, 2026
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
Next Post
চিলিত স্থাপন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ কেমেৰা! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

চিলিত স্থাপন কৰা হ'ল বিশ্বৰ সৰ্ববৃহৎ কেমেৰা! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

আঁৰত ৰাজনীতি নেকি? ইছৰোৰ মুখ্য কাৰ্যালয় দিল্লী-মুম্বাইত স্থাপন নকৰি কিয় বাংগালুৰুত স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে?

আঁৰত ৰাজনীতি নেকি? ইছৰোৰ মুখ্য কাৰ্যালয় দিল্লী-মুম্বাইত স্থাপন নকৰি কিয় বাংগালুৰুত স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.