• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত চৰকাৰী বিদ্যালয় খুলিছে, অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খুলিছেঃ ভগৱন্ত মান

দিল্লীত চৰকাৰী বিদ্যালয় খুলিছে, অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খুলিছেঃ ভগৱন্ত মান

3 years ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

26 minutes ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

1 hour ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

2 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

2 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

3 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

4 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

5 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দিল্লীত চৰকাৰী বিদ্যালয় খুলিছে, অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খুলিছেঃ ভগৱন্ত মান

editor by editor
April 2, 2023
in অসম, ভাৰত, ৰাজনীতি
0
দিল্লীত চৰকাৰী বিদ্যালয় খুলিছে, অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খুলিছেঃ ভগৱন্ত মান
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমত উপস্থিত হৈয়েই কেজৰিৱাল আৰু ভগৱন্ত মানৰ এটাৰ পাছত আনটো বিস্ফোৰণ।
পঞ্জাৱ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে প্ৰশংসা কৰিলে উত্তৰপূৱৰ আম আদমী পাৰ্টীক।
সমস্যা সকলোতে আছে কিন্ত অসমত মূল সমস্যাই দুৰ্নীতি।
পঞ্জাৱত দুৰ্নীতি লগত জড়িত সকলক জেইল দিয়া হৈছে।
পঞ্জাৱৰ ৮০ শতাংশ লোকৰ ঘৰৰ বিদ্যুত বিল শূন্য কৰা হৈছে।
মহলা ক্লিনিক খোলা হৈছে, পঞ্জাৱৰ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি দিয়া হৈছে এটা বছৰত।
দিল্লীৰ পৰা মহলা ক্লিনিকৰ শিক্ষা ললো, দিল্লীতকৈ বেছি ক্লিনিক বনাই আছো।
দিল্লীৰ শিক্ষা ব্যৱস্থা দেখিলো, এতিয়া পঞ্জাৱত ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰা এৰুাৱই চৰকাৰী শিক্ষানুষ্ঠানত সন্তানক নাম লগাইছে অভিভাৱকে।
দিল্লীত চৰকাৰী বিদ্যালয় খুলিছে, অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খুলিছে।
যি ৰাজ্যৰ ৰজা বেপাৰী, সেই দেশৰ জনতা ভিক্ষাৰী।
দিল্লীৰ ৰিক্সাৱালা, ঠেলাৱালাৰ সন্তানে চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা নিট পাছ কৰিছে, ডাক্তৰ ইঞ্জিনীয়াৰ হৈছে।
দিল্লীৰ শিক্ষানুষ্ঠানৰ ইমান উন্নতি কৰা শিক্ষামন্ত্ৰীক জেইল দিছে আনহাতে জেইলত যিসকল থাকিব লাগিছিল সেইসকল আজি ৰে’লত।

https://fb.watch/jFiGaHEAy8/
নাম নোকোৱাকৈ প্ৰধানমন্ত্ৰীক সমালোচনা ভগৱন্ত মানৰ।
ৰে’ল ষ্টেচনত এদিন চাহ বিক্ৰী কৰিছিলো বুলি কোৱাজনে এতিয়া ৰেলৱেকে বিক্ৰী কৰি দিলে
পঞ্জাৱত আমি যিমান কাম এবছৰত কৰিলো, কংগ্ৰেছ বিজেপিয়ে স্বাধীনতাৰ দিনৰ পৰাও কৰিব পৰা নাছিল।
প্ৰতিশ্ৰুতি দিয়াখিনিটো কৰিলোৱেই প্ৰতিশ্ৰুতি নিদিয়া কামো কৰিছো।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অসমৰ সংস্কৃতি শিকাতো দৰকাৰঃ অৰবিন্দ কেজৰিৱাল
বিৰোধীয়ে এতিয়া ঝুলনা ঝুলি আছে, কি ঝুলনা লৈ আহিম?
বিৰোধীয়ে হিংসাৰ ৰাজনীতি কৰে আমি শান্তিৰ ৰাজনীতি কৰিছো।
হিংসাৰ ৰাজনীতি কৰি সকলো বৰবাদ কৰি দিব খুজিছে।
এইসকল নেতা যদি নদীৰ ঘাটত ৰৈ যায়, জনতাৰ মুখৰ পানী কোনো কাঢ়ি খাব?
টোল টেক্স সন্দৰ্ভতো মন্তব্য পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ
পঞ্জাৱত মই টোল টেক্স ১০ লাখ কমোৱাৰ বিপৰীতে ১২খন টোল গেট উঠাই ললো।
ডাবল ইঞ্জিনৰ চৰকাৰ নহয়, দেশত এতিয়া নতুন ইঞ্জিনৰ চৰকাৰৰ প্ৰয়োজন।
আম আদমী পাৰ্টি কেজৰিৱালৰ চৰকাৰ আনক উন্নয়ন হ’বই।
ৰামলীলা খেলপথাৰৰ পৰাই কেজিৰৱালে আম আদমী পাৰ্টী আৰম্ভ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
Next Post
‘অসমৰ মানুহে সংস্কৃতি জানে, হিমন্ত বাবুৱেহে নাজানে’, বাবু বুলি সম্বোধন কৰি কি কি নীতিশিক্ষা দিলে কেজৰিৱালে?

‘অসমৰ মানুহে সংস্কৃতি জানে, হিমন্ত বাবুৱেহে নাজানে’, বাবু বুলি সম্বোধন কৰি কি কি নীতিশিক্ষা দিলে কেজৰিৱালে?

হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! এটা বিশেষ অডিঅ’ ক্লিপক লৈ দেশজুৰি তোলপাৰ…

হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! এটা বিশেষ অডিঅ’ ক্লিপক লৈ দেশজুৰি তোলপাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.