অসম লাইভ২৪ঃ অসমত উপস্থিত হৈয়েই কেজৰিৱাল আৰু ভগৱন্ত মানৰ এটাৰ পাছত আনটো বিস্ফোৰণ।
পঞ্জাৱ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে প্ৰশংসা কৰিলে উত্তৰপূৱৰ আম আদমী পাৰ্টীক।
সমস্যা সকলোতে আছে কিন্ত অসমত মূল সমস্যাই দুৰ্নীতি।
পঞ্জাৱত দুৰ্নীতি লগত জড়িত সকলক জেইল দিয়া হৈছে।
পঞ্জাৱৰ ৮০ শতাংশ লোকৰ ঘৰৰ বিদ্যুত বিল শূন্য কৰা হৈছে।
মহলা ক্লিনিক খোলা হৈছে, পঞ্জাৱৰ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি দিয়া হৈছে এটা বছৰত।
দিল্লীৰ পৰা মহলা ক্লিনিকৰ শিক্ষা ললো, দিল্লীতকৈ বেছি ক্লিনিক বনাই আছো।
দিল্লীৰ শিক্ষা ব্যৱস্থা দেখিলো, এতিয়া পঞ্জাৱত ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰা এৰুাৱই চৰকাৰী শিক্ষানুষ্ঠানত সন্তানক নাম লগাইছে অভিভাৱকে।
দিল্লীত চৰকাৰী বিদ্যালয় খুলিছে, অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খুলিছে।
যি ৰাজ্যৰ ৰজা বেপাৰী, সেই দেশৰ জনতা ভিক্ষাৰী।
দিল্লীৰ ৰিক্সাৱালা, ঠেলাৱালাৰ সন্তানে চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা নিট পাছ কৰিছে, ডাক্তৰ ইঞ্জিনীয়াৰ হৈছে।
দিল্লীৰ শিক্ষানুষ্ঠানৰ ইমান উন্নতি কৰা শিক্ষামন্ত্ৰীক জেইল দিছে আনহাতে জেইলত যিসকল থাকিব লাগিছিল সেইসকল আজি ৰে’লত।
https://fb.watch/jFiGaHEAy8/
নাম নোকোৱাকৈ প্ৰধানমন্ত্ৰীক সমালোচনা ভগৱন্ত মানৰ।
ৰে’ল ষ্টেচনত এদিন চাহ বিক্ৰী কৰিছিলো বুলি কোৱাজনে এতিয়া ৰেলৱেকে বিক্ৰী কৰি দিলে
পঞ্জাৱত আমি যিমান কাম এবছৰত কৰিলো, কংগ্ৰেছ বিজেপিয়ে স্বাধীনতাৰ দিনৰ পৰাও কৰিব পৰা নাছিল।
প্ৰতিশ্ৰুতি দিয়াখিনিটো কৰিলোৱেই প্ৰতিশ্ৰুতি নিদিয়া কামো কৰিছো।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অসমৰ সংস্কৃতি শিকাতো দৰকাৰঃ অৰবিন্দ কেজৰিৱাল
বিৰোধীয়ে এতিয়া ঝুলনা ঝুলি আছে, কি ঝুলনা লৈ আহিম?
বিৰোধীয়ে হিংসাৰ ৰাজনীতি কৰে আমি শান্তিৰ ৰাজনীতি কৰিছো।
হিংসাৰ ৰাজনীতি কৰি সকলো বৰবাদ কৰি দিব খুজিছে।
এইসকল নেতা যদি নদীৰ ঘাটত ৰৈ যায়, জনতাৰ মুখৰ পানী কোনো কাঢ়ি খাব?
টোল টেক্স সন্দৰ্ভতো মন্তব্য পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ
পঞ্জাৱত মই টোল টেক্স ১০ লাখ কমোৱাৰ বিপৰীতে ১২খন টোল গেট উঠাই ললো।
ডাবল ইঞ্জিনৰ চৰকাৰ নহয়, দেশত এতিয়া নতুন ইঞ্জিনৰ চৰকাৰৰ প্ৰয়োজন।
আম আদমী পাৰ্টি কেজৰিৱালৰ চৰকাৰ আনক উন্নয়ন হ’বই।
ৰামলীলা খেলপথাৰৰ পৰাই কেজিৰৱালে আম আদমী পাৰ্টী আৰম্ভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ