• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
YOUTUBE কৰিও সাকাৰ কৰিব পাৰি ডাঙৰ সপোনঃ ১১কোটি টকাৰ ঘৰ কিনিলে এইগৰাকী ইউটিউবাৰে…

YOUTUBE কৰিও সাকাৰ কৰিব পাৰি ডাঙৰ সপোনঃ ১১কোটি টকাৰ ঘৰ কিনিলে এইগৰাকী ইউটিউবাৰে…

3 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

5 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

5 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

6 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

6 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

7 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

8 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

9 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

9 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

10 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

10 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

11 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

YOUTUBE কৰিও সাকাৰ কৰিব পাৰি ডাঙৰ সপোনঃ ১১কোটি টকাৰ ঘৰ কিনিলে এইগৰাকী ইউটিউবাৰে…

মুম্বাইত নিজাববীয়াকৈ এখন ঘৰ ক্ৰয় কৰিলে ভূবন বামে

editor by editor
January 12, 2024
in বিনোদন
0
YOUTUBE কৰিও সাকাৰ কৰিব পাৰি ডাঙৰ সপোনঃ ১১কোটি টকাৰ ঘৰ কিনিলে এইগৰাকী ইউটিউবাৰে…
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ কেৱল চাকৰি কৰিয়েই নহয়, ডিজিটেলৰ এই যুগত আপুনি যদি ডিজিটেলী দিশতো সুদক্ষতাৰে কাম কৰি যায়, তেন্তে আপোনাৰ সপোন সাকাৰ কৰিবলৈ বেছি পৰ নালাগে। এই কথাষাৰীয়েই পুনৰ এবাৰ প্ৰমাণ কৰিলে দেশৰ আগশাৰীৰ ইউটিউবাৰ তথা অভিনেতা ভূবন বামে।

মায়ানগৰী মুম্বাইত নিজৰ এখন ঘৰ হোৱাৰ কল্পনা কোনেনো নকৰে! সেই একে সপোনৰ পিছা কৰিয়েই নিজৰ লক্ষ্যত উপনীত হল ভূবন বাম। মুম্বাইত নিজাববীয়াকৈ এখন ঘৰ ক্ৰয় কৰিলে ভূবন বামে। ইউটিউবকে সাৰথি কৰি আগবঢ়া ভূূবন বাম এতিয়া ডিজিটেল প্লেটফৰ্মৰ অপ্ৰতিৰোধ্য এক শক্তি বুলি কলেও ভুল কোৱা নহব।

মুম্বাইত ১১কোটি টকাৰে ভূবন বামে ক্ৰয় কৰিছে এই নতুন ঘৰটো। প্ৰাপ্ত খবৰ অনুসৰি, ঘৰ ভিতৰভাগৰ ৰং সম্পূৰ্ণ বগা হিচাপে ৰাখিব ইউটিউবাৰগৰাকীয়ে। ইতিমধ্যে ঘৰটোৰ ভিতৰভাগৰ কেইবাখনো ফটো ৰাজহুৱা কৰিছে তেওঁ। উল্লেখ কৰা প্ৰয়োজন যে, ভূবন বামৰ মুখ্য ইউটিউব চেনেলটোত অনুৰাগীৰ সংখ্যা ২৬মিলিয়নতকৈ অধিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ
বিনোদন

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

October 1, 2026
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত
বিনোদন

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

October 1, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!
বিনোদন

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

September 30, 2026
Next Post
পত্নীক ৰাণীৰ দৰে ৰাখিব এইকেইটা নামৰ ল’ৰাই…

পত্নীক ৰাণীৰ দৰে ৰাখিব এইকেইটা নামৰ ল'ৰাই...

মকৰ ৰাশিত যুঁটি বান্ধিব সূৰ্য-মঙ্গলে! উন্নতিৰ পথত আগুৱাব ৩ ৰাশি, হাতলৈ আহিব ধনো

মকৰ ৰাশিত যুঁটি বান্ধিব সূৰ্য-মঙ্গলে! উন্নতিৰ পথত আগুৱাব ৩ ৰাশি, হাতলৈ আহিব ধনো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.