• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মকৰ ৰাশিত যুঁটি বান্ধিব সূৰ্য-মঙ্গলে! উন্নতিৰ পথত আগুৱাব ৩ ৰাশি, হাতলৈ আহিব ধনো

মকৰ ৰাশিত যুঁটি বান্ধিব সূৰ্য-মঙ্গলে! উন্নতিৰ পথত আগুৱাব ৩ ৰাশি, হাতলৈ আহিব ধনো

3 years ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

25 minutes ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

2 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

15 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

15 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

16 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

16 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

16 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

17 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

18 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

18 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

19 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মকৰ ৰাশিত যুঁটি বান্ধিব সূৰ্য-মঙ্গলে! উন্নতিৰ পথত আগুৱাব ৩ ৰাশি, হাতলৈ আহিব ধনো

editor by editor
January 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মকৰ ৰাশিত যুঁটি বান্ধিব সূৰ্য-মঙ্গলে! উন্নতিৰ পথত আগুৱাব ৩ ৰাশি, হাতলৈ আহিব ধনো
0
SHARES
33.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ গণনা অনুসৰি বৰ্তমান গ্ৰহ সেনাপতি মঙ্গল আৰু গ্ৰহৰ ৰজা সূৰ্যই ধনু ৰাশিত বিচৰণ কৰিছে। এই দুই গ্ৰহৰ মাজত মিত্ৰতাৰ সম্পৰ্ক আছে। যিয়ে সমস্ত ৰাশিৰ জীৱনত শুভ প্ৰভাৱ বিস্তাৰ কৰিব। ১৫ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ পৰা এই শুভ যুঁটি সমাপ্ত হ’ব। কিন্তু ফেব্ৰুৱাৰী মাহত আকৌ মকৰ ৰাশিত মিলিত হ’ব মঙ্গল আৰু সূৰ্য। ১৫ জানুৱাৰীত সূৰ্যই মকৰ ৰাশিৰ প্ৰৱেশ কৰাৰ পিছতেই ৫ফেব্ৰুৱাৰীত মকৰ ৰাশিৰ প্ৰৱেশ কৰিব মঙ্গলে। ইয়াৰ ফলচ পুনৰ যুঁটি বান্ধিব দুই মিত্ৰ গ্ৰহই। জ্যোতিষ অনুসৰি মকৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ যুঁটি কেইটামান ৰাশিৰ বাবে শুভ। এই সময়ত কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব?

মেষ ৰাশি
এই ৰাশিৰ দশম স্থানৰ মঙ্গল আৰু সূৰ্যই যুঁটি বান্ধিব। এই সময়ত মেষ ৰাশিৰ জাতকৰ বিশেষ লাভ হ’ব। এই যুঁটি মেষ ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদ হৈ পৰিব। সমস্ত ক্ষেত্ৰত সাফল্য আহিব। ধন সম্পত্তিও লাভ কৰিব পাৰে। কেৰিয়াৰত সাফল্যৰ শীৰ্ষত উপনীত হ’ব ৰাশিৰ জাতক। চাকৰিয়ালসকলে নিজৰ কামৰ ফলাফল লাভ কৰিব। এই পৰিস্থিতিত পুৰস্কাৰ আৰু পদোন্নতিও হ’ব পাৰে। চৰকাৰী চাকৰিয়ালৰ বাবে সাফল্য লাভৰ যোগ আছে। ইয়াৰোপৰি বিদেশ যাত্ৰাৰো সুযোগ পাব পাৰে। ব্যৱসায়ত লাভ অৰ্জন কৰিব। বিদেশী ব্যৱসায়ীৰ সৈতে লেনদেন কৰিব পাৰে। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে সু সময় কটাব। স্বাস্থ্যৰ যত্ন লওক।

বৃষ ৰাশি
এই ৰাশিৰ ভাগ্যৰ স্থানত মঙ্গল আৰু সূৰ্যই যুঁটি বান্ধিব। ইয়াৰ ফলত ভাগ্যৰ সংগ লাভ কৰিব বৃষ ৰাশিৰ জাতকে। ইয়াৰোপৰি নৱমস্থানত মঙ্গল উপস্থিত থকাৰ বাবে আধ্যাত্মিকতাৰ প্ৰতি অধিক ৰুচি থাকিব। ইয়াৰোপৰি পিতৃৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে। যাত্ৰাৰ দ্বাৰা লাভাম্বিত হ’ব পাৰিব। ব্যৱসায়ত প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে। লগ্নিৰ দ্বাৰাও লাভাম্বিত হ’ব। আংশীদাৰীৰ ব্যৱসায়ত সফল হ’ব। আৰ্থিক পৰিস্থিতি ভালে থাকিব। আপোনাৰ বেংক বেলেন্স বাঢ়িব।

সিংহ ৰাশি
আপোনাৰ ৰাশিৰ পঞ্চম স্থানত মঙ্গল আৰু সূৰ্যৰ যুঁটি তৈয়াৰ হৈছে। এই সময়ত সিংহ ৰাশিৰ জাতকে সামান্য কামতো সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলে সাফল্য লাভ কৰিব। চাকৰিয়াসকলে চেষ্টাৰ ফলত পদোন্নতি লাভ কৰিব। বয়সীয়াল সকলৰ মান সন্মান বাঢ়িব। ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। জীৱনসংগীৰ সৈতে সম্পৰ্ক ভালে থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?
জীৱনশৈলী

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

August 27, 2026
Next Post
ৰামৰ প্রাণপ্ৰতিষ্ঠাৰ পূৰ্বে পঞ্চবটীৰ পৰা আৰম্ভ হ’ল ১১ দিনীয়া অনুষ্ঠান! ৰাম সীতাৰ সৈতে কি সংযোগ আছে এই স্থানৰ

ৰামৰ প্রাণপ্ৰতিষ্ঠাৰ পূৰ্বে পঞ্চবটীৰ পৰা আৰম্ভ হ’ল ১১ দিনীয়া অনুষ্ঠান! ৰাম সীতাৰ সৈতে কি সংযোগ আছে এই স্থানৰ

‘হয়, মই এজন আৱেগিক অভিনেতা, ভুল মানুহৰ হয়েই, মোৰো হৈছে!’ হঠাৎ কিয় ভুল স্বীকাৰ কৰি প’ষ্ট দিলে যতীন বৰাই?

'হয়, মই এজন আৱেগিক অভিনেতা, ভুল মানুহৰ হয়েই, মোৰো হৈছে!’ হঠাৎ কিয় ভুল স্বীকাৰ কৰি প’ষ্ট দিলে যতীন বৰাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.