• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰামৰ প্রাণপ্ৰতিষ্ঠাৰ পূৰ্বে পঞ্চবটীৰ পৰা আৰম্ভ হ’ল ১১ দিনীয়া অনুষ্ঠান! ৰাম সীতাৰ সৈতে কি সংযোগ আছে এই স্থানৰ

ৰামৰ প্রাণপ্ৰতিষ্ঠাৰ পূৰ্বে পঞ্চবটীৰ পৰা আৰম্ভ হ’ল ১১ দিনীয়া অনুষ্ঠান! ৰাম সীতাৰ সৈতে কি সংযোগ আছে এই স্থানৰ

3 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

2 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

3 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

3 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

4 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

4 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

6 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

7 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

8 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰামৰ প্রাণপ্ৰতিষ্ঠাৰ পূৰ্বে পঞ্চবটীৰ পৰা আৰম্ভ হ’ল ১১ দিনীয়া অনুষ্ঠান! ৰাম সীতাৰ সৈতে কি সংযোগ আছে এই স্থানৰ

editor by editor
January 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰামৰ প্রাণপ্ৰতিষ্ঠাৰ পূৰ্বে পঞ্চবটীৰ পৰা আৰম্ভ হ’ল ১১ দিনীয়া অনুষ্ঠান! ৰাম সীতাৰ সৈতে কি সংযোগ আছে এই স্থানৰ
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অৰ্থাৎ আজিৰে পৰাই ১১ দিনীয়া অনুষ্ঠান আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাচিকৰ পঞ্চবটীৰ পৰা এই অনুষ্ঠান আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই স্থানৰ সৈতে আছে ৰাম সীতাৰ বিশেষ সংযোগ। বাল্মীকিৰ ৰামায়ণৰ ওপৰিও ৰামচৰিত মানস, ৰামচন্দ্ৰিকা, ছাকেট, পঞ্চবটী, ছাকেট সন্ত ইত্যাদি গ্ৰন্থত ইয়াৰ বিশদ বৰ্ণনা আছে। উল্লেখ্য যে ১৪ বছৰীয়া বনবাসৰ সময়ত কিছুদিন পঞ্চবটীত আছিল ৰাম, লক্ষ্মণ আৰু সীতা। পঞ্চবটীৰ সৈতে ৰাম আৰু সীতা কেনেকৈ জড়িত হৈ আছে তাৰো বিস্তৃত বিৱৰণ আছে এইকেইখন গ্ৰন্থত।

পঞ্চবটীত থকাৰ পৰামৰ্শ দিছিল লক্ষণে
ৰামচৰিতমানসৰ অৰণ্য কাণ্ডত উল্লেখ আছে যে লক্ষ্মণেই ৰামক পঞ্চবটীত থকাৰ পৰামৰ্শ দিছিল। লক্ষ্মণে ৰামক কৈছিল, পঞ্চবটী নামৰ এখন মনোৰম আৰু পবিত্ৰ স্থান আছে। তাতেই ৰামে যেন দণ্ডক বনক পবিত্ৰ কৰি শ্ৰেষ্ঠ মুনি গৌতমক তুমি অভিশাপমুক্ত কৰিবা। ৰামক ৰঘুকুলৰ অধিপতি আখ্যা দি তেওঁ কয়, তেওঁ যেন নিজৰ কৃপা বৰ্ষণ কৰি তাতেই বসবাস কৰে। ইয়াৰ পাছতেই পঞ্চবটীৰ উদ্দেশ্য ৰাওনা হয় ৰাম, লক্ষ্মণ আৰু সীতা। তাতেই গোদাবৰীৰ পাৰৰ পৰ্ণ কুটীৰ তৈয়াৰ কৰি বসবাস কৰিবলৈ লয় ৰামে। এই স্থানতেই ৰামৰ পক্ষীৰাজ জটায়ুৰ সৈতেও দেখা দেখি হৈছিল।

এই স্থানতেই শূৰ্পনখাৰ নাক কাটিছিল লক্ষ্মণে
ৰামায়ণত উল্লেখ থকা অনুসৰি ৰাৱণৰ ভগ্নী শূৰ্পনখা অত্যন্ত ভয়ানক আৰু দুষ্ট প্ৰবৃত্তিৰ নাৰী আছিল। পঞ্চবটীত উপস্থিত হৈ শূৰ্পনখাই ৰামৰ সৌন্দৰ্যৰ প্ৰতি মোহিত হয়। তাৰপিছতেই শূৰ্পনখাই অসুৰ ৰূপ ত্যাগ কৰি মোহময়ী নাৰীৰ বেশ ধৰি ৰামৰ সন্মুখত উপস্থিত হয়। ৰামক শূৰ্পনখাই কয়, ‘আপোনাৰ সন্মুখত এগৰাকী অপৰূপ নাৰী ৰৈ আছে। বিধাতাই হয়তো আমাৰ এই যুঁটি তৈয়াৰ কৰিছে।’ ৰামে শূৰ্পনখাক তেতিয়া জনাই যে, তেওঁ বিবাহিত। তেওঁৰ পত্নী সীতা। ৰামে এই কথা কওঁতে কাষতেই শূৰ্পনখাও উপস্থিত আছিল। ৰামক নোৱাৰি লক্ষ্মণকো একেই প্ৰস্তাৱ দিয়ে শূৰ্পনখাই। লক্ষ্মণেও শূৰ্পনখাৰ প্ৰস্তাৱ প্ৰত্যাখান কৰে। ইয়াৰ পাছতেই খঙত একো নাই হৈ শূৰ্পনখাই অসুৰ ৰূপ ধাৰণ কৰে। শূৰ্পনখাৰ এই ৰূপ দেখিয়েই নাক কাটি পেলাই লক্ষ্মণে।

এই স্থানতেই সীতাহৰণো হৈছিল
পঞ্চবটীৰ যি স্থানত ৰাম-সীতা কুটীৰ আছিল তাতেই সাধুৰ বেশত উপস্থিত হৈছিল ৰাৱণ। তাৰ পৰাই তেঁও সীতাক হৰণ কৰি লংকালৈ লৈ যায়। উল্লেখ্য যে পঞ্চবটী বনৰ চাৰিওফালে পাঁচজোপা বট গছ আছে। সেয়ে এই স্থানৰ নাম পঞ্চবটী। এই পাঁচ গছৰ নাম হৈছে অশ্বত্থ, আমলক, বট, বিল্ব আৰু অশোক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

August 21, 2026
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

August 21, 2026
Next Post
‘হয়, মই এজন আৱেগিক অভিনেতা, ভুল মানুহৰ হয়েই, মোৰো হৈছে!’ হঠাৎ কিয় ভুল স্বীকাৰ কৰি প’ষ্ট দিলে যতীন বৰাই?

'হয়, মই এজন আৱেগিক অভিনেতা, ভুল মানুহৰ হয়েই, মোৰো হৈছে!’ হঠাৎ কিয় ভুল স্বীকাৰ কৰি প’ষ্ট দিলে যতীন বৰাই?

১,৭৭,৯০৩ টন লোহা, ৫,০৪, ২৫৩ মেট্রিক টন চিমেণ্ট! ১৭,৮৪০ কোটি ব্যয়েৰে নিৰ্মাণ হ’ল দেশৰ দীৰ্ঘতম সামুদ্ৰিক সেতু

১,৭৭,৯০৩ টন লোহা, ৫,০৪, ২৫৩ মেট্রিক টন চিমেণ্ট! ১৭,৮৪০ কোটি ব্যয়েৰে নিৰ্মাণ হ’ল দেশৰ দীৰ্ঘতম সামুদ্ৰিক সেতু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.