• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত #Boycott; তেজস্বী প্ৰকাশৰ বিজয়ক লৈ অসন্তুষ্ট বিগ বচ অনুৰাগী

ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত #Boycott; তেজস্বী প্ৰকাশৰ বিজয়ক লৈ অসন্তুষ্ট বিগ বচ অনুৰাগী

5 years ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

15 minutes ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, কিন্তু সন্মান হানিৰ আছে আশংকা!

1 hour ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কেনে যাব আপোনাৰ ৮ আগষ্টৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

9 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? এই ঘৰুৱা পদ্ধতিৰে কৰক দূৰ

9 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

সম্পৰ্কত ইজনে সিজনক দিয়ক এইকেইটা বস্তু, বঢ়িব বেছি মৰম!

10 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিবাৰে কৰক শনিৰ পূজা, ভুলতো ব্যৱহাৰ নকৰিব এইবোৰ বস্তু!

10 hours ago
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

11 hours ago
টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

টোপনিৰ পৰা সাৰ পোৱাৰ পিছত ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

12 hours ago
পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে নেকি? এইবিধ পাচলি আপোনাৰ বাবে হ’ব মহৌষধ!

12 hours ago
জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

জন্মদিনত কেক কাটি মমবাতি নুমুৱাই দিয়ে নেকি? উচিত নে অনুচিত জানক

13 hours ago
অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

অত্যাধিক মূৰৰ বিষত চাহ খাবলৈ মন যায় নেকি? তেন্তে হওক সাৱধান

14 hours ago
হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

হজমৰ লগতে লিভাৰৰ সমস্যাত ভুগিছে নেকি? আজিয়েই খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ পাচলি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত #Boycott; তেজস্বী প্ৰকাশৰ বিজয়ক লৈ অসন্তুষ্ট বিগ বচ অনুৰাগী

editor by editor
January 31, 2022
in অসম, গুৱাহাটী, বিনোদন, ভাৰত
0
ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত #Boycott; তেজস্বী প্ৰকাশৰ বিজয়ক লৈ অসন্তুষ্ট বিগ বচ অনুৰাগী
0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগ বচৰ বিজয়ীক লৈ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত #Boycott৷ বিগ বচ ছিজন-১৫ৰ বিজয়ী লৈ অসন্তুষ্ট বিগ বচৰ অনুৰাগী৷ কালি ঘোষণা কৰা হ’ল জনপ্ৰিয় টিভি শ্ব’ বিগ বচ ছিজন-১৫ৰ বিজয়ীৰ নাম৷

শক্তিশালী প্ৰতিদ্বন্দ্বী কৰণ কুন্দ্ৰা, ছমিতা শেট্টী, প্ৰতীক সহজপাল, নিশান্ত ভাট আৰু ৰশ্মি দেশাইক ছেৰ পেলাই বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় প্ৰতিভাৱান তেজস্বী প্ৰকাশে৷ আৰম্ভণিৰ পৰাই খুব উৎসাহজনক আছিল তেজস্বীৰ যাত্ৰা৷

তেজস্বী প্ৰকাশ আৰু কৰণ কুন্দ্ৰাৰ যুটীয়ে সমাদৰ লাভ কৰিছিল অনুৰাগী তথা দৰ্শকৰ মাজত৷ বিগ বচৰ ঘৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তেজস্বী প্ৰকাশ৷ কিন্তু সকলোকে ছেৰ পেলাই শীৰ্ষত উপনীত হয় অভিনেত্ৰীগৰাকী৷ প্ৰিয় প্ৰতিযোগীগৰাকীৰ সফলতাত উৎফুল্লিত একাংশ অনুৰাগী৷

ইয়াৰ বিপৰীতে অসন্তুষ্ট অধিকাংশ৷ আজিৰ দিনটোত ছ’চিয়েল মিডিয়াত #Boycott ট্ৰেণ্ডিঙত আছে৷ টুইটাৰতো তেজস্বী প্ৰকাশৰ বিৰুদ্ধে আৰম্ভ হৈছে নেতিবাচক মন্তব্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24big boss winnerBigg Boss 15tejasswi prakash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক
বিনোদন

চুম্বনে লগালে গণ্ডোগোল, বমি কৰিবলৈ বাধ্য নায়ক! বলীউডৰ আচৰিত কাহিনী জানক

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
Next Post
ডিজিটেল ইণ্ডিয়া : মাত্ৰ এটা ডিজিটেল লিংকতে সকলোবোৰ প্ৰমাণ পত্ৰ উপলব্ধ হ’ব!

ডিজিটেল ইণ্ডিয়া : মাত্ৰ এটা ডিজিটেল লিংকতে সকলোবোৰ প্ৰমাণ পত্ৰ উপলব্ধ হ’ব!

বীৰ লাচিত সেনাৰ অতপালি! : ৭ সদস্যক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ

বীৰ লাচিত সেনাৰ অতপালি! : ৭ সদস্যক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.