• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বীৰ লাচিত সেনাৰ অতপালি! : ৭ সদস্যক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ

বীৰ লাচিত সেনাৰ অতপালি! : ৭ সদস্যক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ

5 years ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

4 minutes ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

2 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

11 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

12 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

12 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

12 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

13 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

13 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

14 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

15 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বীৰ লাচিত সেনাৰ অতপালি! : ৭ সদস্যক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ

editor by editor
January 31, 2022
in অপৰাধ, অসম
0
বীৰ লাচিত সেনাৰ অতপালি! : ৭ সদস্যক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ
0
SHARES
427
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জাতীয়তবাদৰ নামত ঠাইয়ে ঠাইয়ে দাবী হুমকি দি অহা বীৰ লাচিত সেনাৰ বিৰুদ্ধে অৱশেষত আৰক্ষীয়ে কঠোৰ হ’বলৈ বাধ্য হৈ পৰিল৷

সোমবাৰে গোলাঘাট আৰক্ষীয়ে অতপালি চৰি যোৱা বীৰ লাচিত সেনা, অসমৰ ৭ গৰাকীক সদস্যক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনাৰ সদস্যকেইজন হৈছে ক্ৰমে দ্বীপেন গগৈ, দীপজ্যোতি তালুকদাৰ, তৰুণ লাহন, ৰিণ্টু গগৈ, জয়ন্ত গগৈ, দ্বীপেন গগৈ(খনিকৰ গাঁও) আৰু গুণ হাজৰিকা।

অভিযোগ অনুসৰি দেওবাৰে বীৰ লাচিত সেনাৰ সদস্যসকলে সৰুপথাৰ নগৰৰ মাজমজিয়াত থকা MI মবাইল শ্ব’ৰুমটোত সোমাই দাবী ধমকি দি চাটাৰ বন্ধ কৰি তলা লগাই দিছিল। ইয়াৰ পিছতে শ্ব’ৰুমটোৰ স্বত্বাধিকাৰীয়ে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে আৰু উক্ত অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে সোমবাৰে বীৰ লাচিত সেনাৰ উক্ত ৭ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছে৷

বীৰ লাচিত সেনাৰ গ্ৰেপ্তাৰ হোৱা সদস্যকেইজনক আৰক্ষীয়ে সোমবাৰে বিয়লি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ ইফালে বীৰ লাচিত সেনাৰ ৭ সদস্যক গ্ৰেপ্তাৰ কৰাকলৈ সৰুপথাৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।

আনহাতে, বীৰ লাচিত সেনাৰ সদস্যসকলে প্ৰকাশ কৰা অনুসৰি দোকানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে এজন কৰ্মচাৰীক ৩ মাহ ধৰি দৰমহা নিদিয়াকৈ আছিল৷ উক্ত ভুক্তভোগী কৰ্মচাৰীজনে এই কথা বীৰ লাচিত সেনাক অৱগত কৰাত দেওবাৰে বীৰ লাচিত সেনাৰ সদস্যসকলে MI মবাইলৰ শ্ব’ৰুমটো গৈ তলা লগাই বন্ধ কৰি দিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bir lachit senaGolaghat Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
বিশ্ব টেনিছত অভিলেখ গঢ়া নাদালে প্ৰাইজমানি হিচাপে কিমান ধন উপাৰ্জন কৰিছে?

বিশ্ব টেনিছত অভিলেখ গঢ়া নাদালে প্ৰাইজমানি হিচাপে কিমান ধন উপাৰ্জন কৰিছে?

প্ৰাক্তন পৰ্ণষ্টাৰ মিয়া খালিফাৰ মৃত্যুৰ ৰহস্য ফাদিল : ‘মই এতিয়াও জীয়াই আছো‘

প্ৰাক্তন পৰ্ণষ্টাৰ মিয়া খালিফাৰ মৃত্যুৰ ৰহস্য ফাদিল : ‘মই এতিয়াও জীয়াই আছো‘

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.