বিহালীত বিজেপিৰ দিগন্ত ঘাটোৱালৰ জয়লাভ।
গৌৰৱৰ শক্তি কামত নাহিল বিহালীত।
অসমৰ বিহালীত বিজেপিৰ জয়লাভ৷
বিহালীত নচলিল গৌৰৱৰ যাদু৷
অৱশেষত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ৷
৯০৫৬ টা ভোটত জয়লাভ দিগন্ত ঘাটোৱালৰ৷
১৩ টা ৰাউণ্ডৰ অন্তত বৃহৎ জয় বিজেপি প্ৰাৰ্থীগৰাকীৰ৷
৫ সমষ্টিৰ ভিতৰত আকৰ্ষণীয় সমষ্টি আছিল বিহালী৷
কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ ৯০৫৬ ভোটত পৰাজয়৷
বিজেপি কৰ্মীৰ মাজত আনন্দ-উল্লাস৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















