ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশ্বকৰ্মাৰ আৰাধনা৷ শঙ্খ, ঘণ্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰিত ব্যৱসায়িক প্ৰতিষ্ঠান৷ ‘অসম লাইভ ২৪’ৰ কাৰ্যালয়তো উদযাপন বিশ্বকৰ্মা পূজা৷