ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশ্বকৰ্মাৰ আৰাধনা
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশ্বকৰ্মাৰ আৰাধনা৷ শঙ্খ, ঘণ্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰিত ব্যৱসায়িক প্ৰতিষ্ঠান৷ ‘অসম লাইভ ২৪’ৰ কাৰ্যালয়তো উদযাপন বিশ্বকৰ্মা পূজা৷
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশ্বকৰ্মাৰ আৰাধনা৷ শঙ্খ, ঘণ্টা, বৈদিক মন্ত্ৰোচ্চাৰণেৰে মুখৰিত ব্যৱসায়িক প্ৰতিষ্ঠান৷ ‘অসম লাইভ ২৪’ৰ কাৰ্যালয়তো উদযাপন বিশ্বকৰ্মা পূজা৷
আজি শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা৷ মহানগৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত উদযাপন বিশ্বকৰ্মা পূজা৷ গুৱাহাটীস্থিত মিডিয়া হাউছসমূহত বিশ্ব খনিকৰক পূজা-অৰ্চনা৷
বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথোঁ এটা দিন। মূৰ্তিত অন্তিম পৰশ বুলাইছে শিল্পীসকলে।
সংবাদপ্ৰতিষ্ঠানে অনুষ্টুপীয়াকৈ সম্পন্ন কৰিলে বিশ্বকৰ্মা পূজা। নাই কোনো বিশেষ আয়োজন, উৎসাহ- উদ্দীপনা।
[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.