• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এফালে হাহাকাৰ, আনফালে কাৰ্ফিউ, তাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি কাশ্মীৰত শ্বুটিং কৰিছিল এগৰাকী অভিনেত্ৰীয়ে

এফালে হাহাকাৰ, আনফালে কাৰ্ফিউ, তাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি কাশ্মীৰত শ্বুটিং কৰিছিল এগৰাকী অভিনেত্ৰীয়ে

2 years ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

43 minutes ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

1 hour ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

2 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

3 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

16 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

17 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

17 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

18 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

18 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

19 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

20 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এফালে হাহাকাৰ, আনফালে কাৰ্ফিউ, তাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি কাশ্মীৰত শ্বুটিং কৰিছিল এগৰাকী অভিনেত্ৰীয়ে

editor by editor
October 23, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
এফালে হাহাকাৰ, আনফালে কাৰ্ফিউ, তাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি কাশ্মীৰত শ্বুটিং কৰিছিল এগৰাকী অভিনেত্ৰীয়ে
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে হাহাকাৰ, আনফালে কাৰ্ফিউ, তাৰ মাজতো নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি কাশ্মীৰত শ্বুটিং কৰিছিল এগৰাকী অভিনেত্ৰীয়ে

বলীউডৰ প্ৰতিভাৱান অভিনেত্ৰী বিপাশা বসুৱে তেওঁৰ ইনষ্টাগ্ৰামত তেওঁৰ পুৰণি সাক্ষাৎকাৰ এটা শ্বেয়াৰ কৰিছে, য’ত পৰিচালক ৰাহুল ঢোলাকিয়াৰ এক সাক্ষাৎকাৰ আছে। সেই সাক্ষাৎকাৰটোত ঢোলাকিয়াই তেখেতৰ ‘লমহা’ ছবিখনৰ কথা উল্লেখ কৰিছে। কাৰ্ফিউৰ সময়তো কাশ্মিৰত ছবিখনৰ শ্বুটিং কৰিছিল বিপাশাই। সচাঁকৈয়ে সাহসী বিপাশা।

এই কথা প্ৰকাশ কৰিছে খোদ ৰাহুল ঢোলাকিয়াই। ঢোলাকিয়াই সাক্ষাৎকাৰত কৈছিল যে তেওঁ বিপাশাৰ সৈতে এই ছবিখনৰ শ্বুটিং কৰিছিল কাৰ্ফিউৰ সময়ত। যাৰ বাবে সেই সময়ত অভিনেত্ৰীগৰাকীৰ খুউব খং উঠিছিল।

পৰিচালকগৰাকীয়ে নিজৰ কথা প্ৰকাশ কৰি কয় যে যেতিয়া বিপাশা শ্বুটিং স্থানত উপস্থিত হয়, তেতিয়া বিপাশাই লগে লগে পৰিচালকগৰাকীক ফোন কৰি ক্ষোভ উজাৰে। কাৰ্ফিউৰ মাজতো চিনেমাৰ শ্বুটিং কৰাৰ বাবে পৰিচালকগৰাকীক লগে লগে কাৰ্ফিউস্থানলৈ মাতে, আৰু কাৰ্ফিউৰ কথা নজনোৱাৰ কাৰণ সোধে।

তেতিয়া ঢোলাকিয়াই কয়, কাৰ্ফিই বুলি জানিলে বিপাশা নাহিল হেঁতেন, এতিয়া আহিছে। কতো কোনো মানুহ নাই, কোনো অশান্তি নাই, কোনো ভয়ৰ কাৰণ নাই। শান্তিৰে কাম কৰিব পৰা যাব।

উল্লেখ্য যে, ৰাহুল ঢোলাকিয়াৰ পৰিচালনা আৰু ৰচনা কৰা এখন হিন্দী একচন থ্ৰিলাৰ ছবি ‘লমহা’। ইয়াত সঞ্জয় দত্ত, বিপাশা বসু, কুনাল কাপুৰ আৰু অনুপম খেৰক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছিল। এই ছবিখনে এক বৃহৎ ফ্লপ বুলি প্ৰমাণিত হয়।

২০১০ চনৰ অক্টোবৰ মাহত ছবিগৃহত মুক্তি লাভ কৰিছিল ‘লমহা’ ছবিখনে। কামৰ কথা ক’বলৈ গ’লে বিপাশা বসুৱে ২০০১ চনত ‘অজনাবী’ ছবিৰে অভিনয় জীৱন আৰম্ভ কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bipasha BasuIndian MoviekashmirMovie
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ
জীৱনশৈলী

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

June 14, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

June 14, 2026
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!
জীৱনশৈলী

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

June 13, 2026
Next Post
কিমান সম্পত্তি আছে প্ৰিয়ংকা গান্ধীৰ, ৱায়নাডৰ মনোনয়নত প্ৰকাশ সকলো

কিমান সম্পত্তি আছে প্ৰিয়ংকা গান্ধীৰ, ৱায়নাডৰ মনোনয়নত প্ৰকাশ সকলো

আহি গ’ল নিৰ্বাচনী বিশেষ অফাৰ- ‘ভোট দি আহক, পেট ভৰাই মাংসৰে ভাত খাওক’, ক’ত কিদৰে পাব এই সুবিধা

আহি গ'ল নিৰ্বাচনী বিশেষ অফাৰ- 'ভোট দি আহক, পেট ভৰাই মাংসৰে ভাত খাওক', ক'ত কিদৰে পাব এই সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.