• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিৰ পছন্দ দুগ্ধদেৱী, টিডিপিয়ে কৈ দিছে, লোকসভাৰ অধ্যক্ষ নিদিলে…! স্পিকাৰ পদক লৈ টনা-টনি মোদীৰ ৩.০ত, কোন হ’ব পাৰে লোকসভাৰ অধ্যক্ষ?

বিজেপিৰ পছন্দ দুগ্ধদেৱী, টিডিপিয়ে কৈ দিছে, লোকসভাৰ অধ্যক্ষ নিদিলে…! স্পিকাৰ পদক লৈ টনা-টনি মোদীৰ ৩.০ত, কোন হ’ব পাৰে লোকসভাৰ অধ্যক্ষ?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজেপিৰ পছন্দ দুগ্ধদেৱী, টিডিপিয়ে কৈ দিছে, লোকসভাৰ অধ্যক্ষ নিদিলে…! স্পিকাৰ পদক লৈ টনা-টনি মোদীৰ ৩.০ত, কোন হ’ব পাৰে লোকসভাৰ অধ্যক্ষ?

বিজেপিৰ পছন্দ দুগ্ধদেৱী, টিডিপিয়ে কৈ দিছে, লোকসভাৰ অধ্যক্ষ নিদিলে…! স্পিকাৰ পদক লৈ টনা-টনি মোদীৰ ৩.০ত, কোন হ’ব পাৰে লোকসভাৰ অধ্যক্ষ?

editor by editor
June 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
বিজেপিৰ পছন্দ দুগ্ধদেৱী, টিডিপিয়ে কৈ দিছে, লোকসভাৰ অধ্যক্ষ নিদিলে…! স্পিকাৰ পদক লৈ টনা-টনি মোদীৰ ৩.০ত, কোন হ’ব পাৰে লোকসভাৰ অধ্যক্ষ?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোদীৰ মন্ত্ৰীসভাত মন্ত্ৰীপদক লৈ এতিয়াও অব্যাহত খোৱা-কামোৰা৷ এইবাৰ মন্ত্ৰীত্বক লৈ নহয় স্পিকাৰ পদক লৈ চলিছে টনা আঁজোৰা৷ বিজেপিয়ে বিচাৰিছে এই পদত থাকক অন্ধ্ৰপ্ৰদেশৰ বিজেপি সভাপতি দুগ্ধবতী পুৰন্দেশ্বৰী৷ অন্যহাতে এনডিএ জোটৰ প্ৰধান সদস্য TDPকো লাগে এই গুৰুত্বপূৰ্ণ পদ৷ এই বিষয়টোক লৈ এনডিএৰ ভিতৰচৰাত চলিছে এখনৰ পাছত আনখন গোপন মিটিং৷

মোদী ৩.০ মন্ত্ৰীসভাত টিডিপিয়ে ৰখা প্ৰস্তাৱ অনুসৰি তেওঁলোকক ৪মন্ত্ৰী আৰু লোকসভা অধ্যক্ষ পদ লাগিব৷ যদিও ৪ৰ পৰিবৰ্তে দুজনক মন্ত্ৰিত্ব দিছে মোদী ৩.০ত৷ ৰামমোহন নাইডু পূৰ্ণমন্ত্ৰী আৰু চন্দ্ৰশেষৰ পেম্মাছানী প্ৰতিমন্ত্ৰী৷ স্বাভাৱিকভাৱেই প্ৰস্তাৱ মানি নোলোৱাক লৈ অসুখী হৈ আছে টিডিপি৷ তেওঁলোকে এইবাৰ দাবী ৰাখিছে যে, মন্ত্ৰিত্বত আমাৰ দাবী পূৰণ নকৰিলে যেতিয়া স্পিকাৰ পদত আমাৰ মানুহ থাকিবই লাগিব!

ইফালে বিজেপিয়ে অন্ধ্ৰপ্ৰদেশৰ বিজেপি সভাপতি দুগ্ধৱতী পুৰন্দেশ্বৰীক লোকসভাৰ অধ্যক্ষ পদ দিয়া লোভ দেখুৱাইছে৷ বিজেপিৰ সূত্ৰৰ খবৰ অনুসৰি এই পদ কোনোকাৰণতে সহযোগী দলক এৰি দিবলৈ ইচ্ছুক নহয় বিজেপি৷ ৰাজনৈতিক মহলে কৰা অনুমান অনুসৰি জোৰা-তাপলিয়ে গঠন হোৱা এনডিএ চৰকাৰ চন্দ্ৰবাবু নাইডুৰ বাবেই ভাঙি যাব পাৰে৷ এনেকৈ অসন্তুষ্ট কৰিলে নাইডুৱে এনডিএ এৰি ইণ্ডিয়ালৈকো আহিব পাৰে৷

বিজেপিয়ে লোকসভাৰ অধ্যক্ষ পদৰ বাবে বাচনি কৰা দুগ্ধদেৱী পুৰন্দেশ্বৰী তেলেগু দেশম পাৰ্টীৰ প্ৰতিষ্ঠাতা এন টি আৰৰেই কন্যা৷ এসময়ত চন্দ্ৰবাবুৰ সৈতে চৰম শত্ৰুতা থাকিলেও লোকসভা নিৰ্বাচনত টিডিপি আৰু জনসেনাৰ সৈতে বিজেপিৰ জোঁটত গুৰুতৰ ভূমিকা পালন কৰিছিল৷ তাৰেই ফলস্বৰূপে এন ডি এ জোটে লাভ কৰিছে ২১খন আসন৷ ইয়াৰ মাজৰে ১৬গৰাকী টিডিপিৰ পৰা জয়ী হৈছে৷ বিধানসভা নিৰ্বাচনতো ১৬৮ আসন লাভ কৰি চৰকাৰ গঠন কৰিছে বিজেপি দলে৷  এই সকলোবোৰ সম্ভৱ হৈছে একমাত্ৰ দুগ্ধদেৱীৰ বাবেই৷ যাৰবাবে বিজেপিয়ে পুৰস্কাৰ হিচাপে তেওঁক লোকসভাৰ স্পিকাৰ পদ দিবলৈ মন মেলিছে৷

দুগ্ধদেৱীক লোকসভাৰ অধ্যক্ষ কৰাত কাৰোৰে আপত্তি নাথাকিলেও আপত্তি আছে চন্দ্ৰবাবুৰ৷ চন্দ্ৰবাবুৱে সহযোগী দল হ’লেও কোনো কাৰণতে দুগ্ধদেৱীক নিবিচাৰে লোকসভাৰ অধ্যক্ষ আসনত৷ এই আসনত কোনো বিজেপি নেতাকেই নিবিচাৰে টিডিপিয়ে৷ ২০১৯ চনত ৩০৩ আসন জয় কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল বিজেপি দলে৷ এইবাৰৰ লোকসভা নিৰ্বাচনত ক্ষমতা বহু পৰিমানে কমিছে বিজেপিৰ৷ এইবাৰ মাত্ৰ ২৪০ আসন লাভ কৰিছে বিজেপি দলে৷ তিনি দশকতকৈ পুৰণি দুয়োটা দল ক্ৰমে টিডিপি আৰু এনডিএৰো গুৰুত্ব মোদী মন্ত্ৰীসভাত বহু পৰিমানে বৃদ্ধি পাইছে৷

মোদীয়েও বুজি উঠিছে সহজ পাটীগণিত৷ প্ৰধানমন্ত্ৰীয়ে বুজি উঠিছে চৰকাৰ চলাবলৈ এইবাৰ সংগীক যি তি ক’লেই দুৰ্ঘটনা ঘটি যাব পাৰে৷ যাৰবাবে মোদীয়ে সহযোগী দলক এৰি দিব লাগিব পদো৷ মোদীৰ সহযোগী দুই দলৰ মুঠ আসন ২৮৷ এই সংখ্যাই মেজিক ফিগাৰ চোৱাৰ অন্যতম কাৰিগৰ৷ এই দুই দলে বিৰোধ কৰিলেই ঘটি যাব ঘটনা৷ যাৰবাবে মোদীয়ে লোকসভা স্পিকাৰৰ আসন টিডিপিকেই এৰি দিবও পাৰে বুলি একাংশই দাবী কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
মোদী বন্ধু কিন্তু গান্ধী পৰিয়াল প্ৰাণৰো আপোন, ছোনীয়াক কাষতে পাই সাবটি ধৰি সুখ-দুখৰ বহু কথা পাতিলে শ্বেখ হাছিনাই?

মোদী বন্ধু কিন্তু গান্ধী পৰিয়াল প্ৰাণৰো আপোন, ছোনীয়াক কাষতে পাই সাবটি ধৰি সুখ-দুখৰ বহু কথা পাতিলে শ্বেখ হাছিনাই?

মোদী মন্ত্ৰীসভাৰ দপ্তৰ ঘোষণা, সৰ্বা-মাৰ্ঘেৰিটাই পালে দপ্তৰ, নীতিশ-নাইডুক দিলেনে পছন্দৰ বিভাগ?

মোদী মন্ত্ৰীসভাৰ দপ্তৰ ঘোষণা, সৰ্বা-মাৰ্ঘেৰিটাই পালে দপ্তৰ, নীতিশ-নাইডুক দিলেনে পছন্দৰ বিভাগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.