• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি

ঘোষণা হ’ল বিজেপিৰ চূড়ান্ত তালিকা; আখৰে আখৰে মিলিল NB NEWSৰ সম্ভাব্য প্ৰাৰ্থী তালিকা

3 years ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

31 minutes ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

1 hour ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

2 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

3 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

4 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

6 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

7 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

8 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ঘোষণা হ’ল বিজেপিৰ চূড়ান্ত তালিকা; আখৰে আখৰে মিলিল NB NEWSৰ সম্ভাব্য প্ৰাৰ্থী তালিকা

editor by editor
March 2, 2024
in ৰাজনীতি
0
বিজেপি
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু জল্পনা-কল্পনাৰ অন্তত বিজেপিয়ে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। ঘোষণা কৰা হ’ল অসমৰ এঘাৰটা সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা। একমাত্ৰ NB NEWS-এ দুদিন পূৰ্বেই প্ৰকাশ কৰিছিল বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী তালিকা। তাৎপৰ্যপূৰ্ণভাবে আখৰে আখৰে মিলিল NB NEWS-এ প্ৰকাশ কৰা সম্ভাব্য প্ৰাৰ্থী তালিকা।

শনিবাৰে সন্ধিয়া বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নৰেন্দ্ৰ মোদী সহিতে মুঠ ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। বাৰাণসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নৰেন্দ্ৰ মোদীয়ে। ১৬ খন ৰাজ্য, দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে। ১৯৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে ২৮ গৰাকী মহিলা।

অসমৰ ১১টা সমষ্টিৰ প্ৰাৰ্থী
কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত পৰিমল শুক্লবৈদ্য, ডিফুত অমৰছিং টিছ’, গুৱাহাটীত বিজুলী কলিতা মেধি, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল, দৰং-ওদালগুৰিত দিলীপ শইকীয়া, নগাঁৱত সুৰেশ বৰাক প্ৰাৰ্থিত্ব, শোণিতপুৰত ৰঞ্জিত দত্ত, লখিমপুৰত প্ৰদান বৰুৱা, যোৰহাটত তপন গগৈ।

আনহাতে, অৰুণাচল ইষ্টত কিৰেণ ৰিজিজু, অৰুণাচল ৱেষ্টত টাপিৰ গাওক টিকট প্ৰদান কৰা হয়। গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অমিত শ্বাহে। লক্ষ্ণৌত ৰাজনাথ সিং, আমেথিত স্মৃতি ইৰাণীক প্ৰাৰ্থিত্ব দিয়া হৈছে। নতুন দিল্লীত সুষমা স্বৰাজৰ কন্যা বাঁসুৰী স্বৰাজক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। গুণা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জ্যোতিৰাদিত্য সিন্ধিয়া।

অসমৰ বৰ্তমানৰ ৫জনকৈ সাংসদক দিয়া নহ’ল প্ৰাৰ্থিত্ব। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে হেৰুৱালে ডিব্ৰুগড়ৰ প্ৰাৰ্থিত্ব। গুৱাহাটীত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল সাংসদ কুইন ওজা। প্ৰাৰ্থিত্ব হেৰুৱালে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে। ডিফুৰ সাংসদ হৰেনছিং বে’কো দিয়া নহ’ল প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল শিলচৰৰ সাংসদ ৰাজদীপ ৰয়। ২০১৯তো ৫জনকৈ সাংসদক বঞ্চিত কৰা হৈছিল প্ৰাৰ্থিত্বৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpbjp assam pradeshbjp candidate listlok sabha election 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

October 5, 2026
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
Next Post
চুলি

পকা চুলিৰ পৰা পৰিত্ৰাণ পাবলৈ জেতুকাৰ লগত এইকেইবিধ বস্তু মিহলাই ব্যৱহাৰ কৰক

টাটাৰ আশিৰ্বাদত ২৭কোটিৰে মৰিগাঁৱৰ কাগজকলত এইবাৰ চিপ নিৰ্মাণৰ প্ৰকল্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.