• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

টাটাৰ আশিৰ্বাদত ২৭কোটিৰে মৰিগাঁৱৰ কাগজকলত এইবাৰ চিপ নিৰ্মাণৰ প্ৰকল্প

3 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

45 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

1 hour ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

টাটাৰ আশিৰ্বাদত ২৭কোটিৰে মৰিগাঁৱৰ কাগজকলত এইবাৰ চিপ নিৰ্মাণৰ প্ৰকল্প

টাটা ছেমি কণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড (Tata Semiconductor Assembly and Test Pvt Ltd (“TSAT”))ৰ এই প্ৰকল্প অসমৰ মৰিগাঁওস্থিত মৰিশালিত পৰিণত হোৱা কাগজকলৰ সেই ঠাইতে নিৰ্মাণ কৰা হ'ব। আনহাতে দেশৰ অন্য দুটা প্ৰকল্প গুজৰাটতে নিৰ্মাণ কৰা হ'ব।

editor by editor
March 13, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
0
SHARES
21
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিকশিত ভাৰতৰ দিশত আৰু এখোজ আগবাঢ়িল অসম। আজি ২০২৪ চনৰ ১৩ মাৰ্চ তাৰিখে সমগ্ৰ দেশৰ লগতে অসমৰ ক্ষেত্ৰতো বিশেষভাৱে উল্লেখযোগ্য দিন। কিয়নো আজি এই বুধবাৰৰ দিনটোতে অসমৰ লগতে দেশৰ অন্য এক ৰাজ্য গুজৰাটতো স্থাপন হ’বলৈ গৈ আছে তিনিটা বৃহৎ প্ৰকল্প। যি প্ৰকল্পই বিশ্বৰ দৰবাৰত নাম উজলাব দেশৰ।

টাটাই নিৰ্মাণ কৰিব লগা এই তিনিওটা প্ৰকল্পৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী শিলান্যাস কৰে। ১.২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই তিনিওটা প্ৰকল্প। টাটা ছেমি কণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড (Tata Semiconductor Assembly and Test Pvt Ltd (“TSAT”))ৰ এই প্ৰকল্প অসমৰ মৰিগাঁওস্থিত মৰিশালিত পৰিণত হোৱা কাগজকলৰ সেই ঠাইতে নিৰ্মাণ কৰা হ’ব। আনহাতে দেশৰ অন্য দুটা প্ৰকল্প গুজৰাটতে নিৰ্মাণ কৰা হ’ব।

গুজৰাটত ঢোলেৰা স্পেচিয়েল ইনভেছমেণ্ট ৰিজন (Dholera Special Investment Region (DSIR), আৰু ছানন্দ (Sanand) নামেৰে স্থাপন হ’ব দুয়োটা প্ৰকল্প। ইয়াৰ লগতে অসমৰ মৰিগাঁৱত আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট (Outsourced Semiconductor Assembly and Test (OSAT) facilities) নামে।

অসমত ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই প্ৰকল্পত ৩০ হাজাৰৰো অধিক লোকে নিয়োগ পোৱাৰ সম্ভাৱনা আছে বুলি আজি মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰাৰ লগতে ভৱিষ্যতে প্ৰযুক্তিৰ দিশত এই প্ৰকল্পৰ জৰিয়তে চিপ নিৰ্মাণ কৰি দেশে বহু দূৰ আগবাঢ়ি যাব পাৰিব বুলিও মন্তব্য দাঙি ধৰে।

Read More- ঘোষণা হ’ল বিজেপিৰ চূড়ান্ত তালিকা; আখৰে আখৰে মিলিল NB NEWSৰ সম্ভাব্য প্ৰাৰ্থী তালিকা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
Next Post

'এক দেশ এক নিৰ্বাচন', কেইবাখনো ৰাজ্যত একেলগে হ'বলৈ গৈ আছে লোকসভা-বিধানসভা নিৰ্বাচন

মৰমৰ ছাত্ৰীক চুমা দি বিপদ, হাস্পতালত ভৰ্তি প্ৰধান শিক্ষক

মৰমৰ ছাত্ৰীক চুমা দি বিপদ, হাস্পতালত ভৰ্তি প্ৰধান শিক্ষক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.