• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰমৰ ছাত্ৰীক চুমা দি বিপদ, হাস্পতালত ভৰ্তি প্ৰধান শিক্ষক

মৰমৰ ছাত্ৰীক চুমা দি বিপদ, হাস্পতালত ভৰ্তি প্ৰধান শিক্ষক

2 years ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

16 minutes ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

45 minutes ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

1 hour ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

2 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

2 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

3 hours ago
সাজঘৰ

সাজঘৰ

3 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

14 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

15 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

15 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

15 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৰমৰ ছাত্ৰীক চুমা দি বিপদ, হাস্পতালত ভৰ্তি প্ৰধান শিক্ষক

ৰসালডুবি হাইস্কুল নামৰ বিদ্যালয়খনত সংঘটিত হৈছে এই ঘটনা।

editor by editor
March 13, 2024
in অসম
0
মৰমৰ ছাত্ৰীক চুমা দি বিপদ, হাস্পতালত ভৰ্তি প্ৰধান শিক্ষক
0
SHARES
23
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৰমৰ ছাত্ৰীক চুমা দি বিপদ, হাস্পতালত ভৰ্তি প্ৰধান শিক্ষক

ছাত্ৰীৰ ওপৰত হৈ থকা নিৰ্যাতন এতিয়া একপ্ৰকাৰ নিত্য নৈমিত্তিক হৈ পৰিছে। পুনৰ অসমৰে এক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এই নিৰ্লজ কাণ্ড। মৰমৰ ছাত্ৰীক চুমা দিবলৈ গৈ বিপদ চপাই লৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষকে।

ছাত্ৰীগৰাকীৰ পৰিয়ালে ঘটনা সম্পৰ্কে জানিব পৰাৰ লগে লগে শ শ লোকেৰে ভৰি পৰে বিদ্যালয় চৌহদ। এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ বহুৱানত। ৰসালডুবি হাইস্কুল নামৰ বিদ্যালয়খনত সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ বিষয়ে জনাৰ লগে লগে ঘটনাস্থলীত গোৱালপাৰা আৰক্ষী উপস্থিত হয় যদিও আৰক্ষীক দেখা মাত্ৰেই পৰিস্থিতি শাম কটাৰ বিপৰীতে আৰু উগ্ৰ হৈ পৰে। উগ্ৰ হৈ পৰা লোকে বিদ্যালয়খনত অভিযুক্ত প্ৰধান শিক্ষকগৰাকীক প্ৰহাৰ কৰাৰ লগতে আৰক্ষীৰো বাহনত আক্ৰমন চলাই, যাৰ ফলত বাহনৰ গ্লাছ ভাঙি পৰে।

আৰক্ষীয়ে কোনোমতে উত্তপ্ত পৰিস্থিতি শাম কটাৰ বাবে লাঠিচাৰ্জ কৰি উগ্ৰ লোকৰ দলক চত্ৰভংগ দিয়াই লগতে অভিযুক্ত প্ৰধানশিক্ষকক নিজৰ জিম্মালৈ নিয়ে। পাছে উপস্থিত লোকৰ প্ৰহাৰত আহত হোৱাত হাস্পতাললৈ প্ৰেৰণ কৰিব লগা হয়।

ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও বহুৱান অঞ্চল শান্ত হোৱা নাই। স্থানীয় লোকৰ ভাষ্য অনুসৰি ছাত্ৰীগৰাকীক বেয়া ব্যৱহাৰ কৰিছিল প্ৰধান শিক্ষকগৰাকীয়ে। আনহাতে সেই বিদ্যালয়ৰে আন শিক্ষকে জনোৱা মতে, এনে এক পৰিতাপৰ ঘটনা এয়ে প্ৰথম আছিল বিদ্যালয়খনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamHarassments caseindialower assamStudent Harassment
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাজঘৰ
অসম

সাজঘৰ

June 7, 2026
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
Next Post
মহিলাই বছৰি পাব ১ লাখকৈ টকা, ৰাহুল গান্ধীয়ে দিলে ভৰষা

মহিলাই বছৰি পাব ১ লাখকৈ টকা, ৰাহুল গান্ধীয়ে দিলে ভৰষা

যি হাতেৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই দুহাতত আজি মেহেন্দী

যি হাতেৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই দুহাতত আজি মেহেন্দী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.