• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যি হাতেৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই দুহাতত আজি মেহেন্দী

যি হাতেৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই দুহাতত আজি মেহেন্দী

3 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

40 minutes ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

54 minutes ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

1 hour ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

2 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

4 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

5 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

5 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

6 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

7 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যি হাতেৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই দুহাতত আজি মেহেন্দী

editor by editor
March 13, 2024
in ভাৰত, ৰাজনীতি
0
যি হাতেৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই দুহাতত আজি মেহেন্দী
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যি হাতেৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, সেই দুহাতত আজি মেহেন্দী

দুই কুখ্যাত গেংষ্টাৰ। সকলো সময়তে হাতত আছিল অত্যাধুনিক অস্ত্ৰ। যাৰ নাম শুনিলেই ভয় কৰে সাধাৰণ মানুহে। আৰক্ষীয়ো সদা সষ্টম থাকে দুয়োৰে নামত। পাছে বৰ্তমানে তিহাৰ জেলৰ কাৰাবন্দী। সেই দুই কুখ্যাত গেংষ্টাৰেই হোমৰ জুইক সাক্ষী কৰি চিৰ জীৱনৰ বাবে ইজনে সিজনৰ হৈ পৰে।

বিয়া উপলক্ষে ৬ ঘণ্টাৰ বাবে জামিন পেৰেল আৰু বিয়াৰ পিছদিনাৰ বাবে ৩ ঘণ্টাৰ পেৰেল। ১২ মাৰ্চত বিবাহ সম্পন্ন, ১৩ মাৰ্চত গৃহ প্ৰৱেশ।

সেই দুই কুখ্যাত গেংষ্টাৰেই হৈছে কালা জঠেৰী তথা সন্দীপ আৰু লেডী ডন মেডাম মিন্জ তথা অনুৰাধা চৌধুৰী। যি অনুৰাধাই এটা সময়ত দুই হাতত অস্ত্ৰ লৈ ত্ৰাসৰ সৃষ্টি কৰিছিল আজি গোলপীয়া শাৰী পিন্ধি দুহাতত মেহেন্দী বুলাই কইনাৰ সাজত ।

আনহাতে দৰা কালা জেঠেৰীৰ লগত বৰ যাত্ৰীৰ ৰূপত হাজাৰৰ ঘৰত আৰক্ষী আৰু সেনা। আলহী অতিথিতকৈ সুৰক্ষাৰ বাবে থকা আৰক্ষী আৰু সেনাৰ সংখ্যাই অধিক। বিবাহৰথলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেই ইমান সংখ্যক আৰক্ষী।

জানিব পৰা অনুসৰি এক বিবাহবাহৰত এই দুই গেংষ্টাৰৰ বিবাহ সম্পন্ন হৈছে। লগতে এই বিবাহবাহৰত সুৰক্ষাৰ বাবে চাৰিটাকৈ বেষ্টনী ৰখা হৈছে। প্ৰথম বেষ্টনীত অতিথিৰ নামৰ ভেৰিফাই, দ্বিতীয় বেষ্টনিত অতিথিৰ সামগ্ৰীৰ নিৰিক্ষণ, তৃতিয়তে মেটেল ডিটেক্টৰৰ ব্যৱহাৰ। চতুৰ্থতে বিয়াত সমাগম হোৱা সকলো লোকৰে আৰক্ষীয়ে নিজেই ভিডিঅ বনোৱা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhi policeGangstarindiaIndian Policetihar jail
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.