• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

3 weeks ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

9 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

30 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

53 minutes ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

3 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

12 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

13 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

মন্ত্ৰী-বিধায়কৰ সৈতে ফটো দেখিলেই ভোল নাযাব

editor by editor
September 26, 2026
in অপৰাধ, অসম, ৰাজনীতি
0
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাইলাকান্দিত চাকৰি আৰু ঠিকা দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগত অমিত কুমাৰ ৰায় নামৰ এজন বিজেপি নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযোগ অনুসৰি, জিলাখনৰ বহু লোকক চৰকাৰী চাকৰি দিয়াৰ লগতে বিভিন্ন ঠিকা-কাম দিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁ লাখ লাখ টকা সংগ্ৰহ কৰিছিল। অভিযোগ অনুসৰি, অমিত কুমাৰ ৰায়ে মন্ত্ৰী-বিধায়ক তথা সাংসদৰ সৈতে থকা ফটো দেখুৱাই নিজৰ প্ৰভাৱৰ কথা প্ৰকাশ কৰিছিল। চাকৰি দিয়াৰ নামত আৰু বিভিন্ন ঠিকা-কাম পোৱাই দিয়াৰ প্ৰতিশ্ৰুতি দি বহু লোকৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

কেৱল চাকৰি দিয়াৰ নামতেই নহয়, হাইলাকান্দিৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাও ঠিকা দিয়াৰ নামত বাকীকৈ সামগ্ৰী লৈ যোৱাৰ অভিযোগ আছে। পৰৱৰ্তী সময়ত দোকানৰ মালিকে ধন বিচৰাত তেওঁক ভয়-ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, নিজকে এগৰাকী সাংসদৰ প্ৰতিনিধি বুলি পৰিচয় দি ব্যৱসায়ীসকলক ভয় দেখুৱাইছিল অমিত কুমাৰ ৰায়ে।

এই ঘটনাক লৈ একাধিক ভুক্তভোগীয়ে অৱশেষত হাইলাকান্দি সদৰ আৰক্ষী থানাত পৃথক পৃথক গোচৰ ৰুজু কৰে। গোচৰৰ ভিত্তিত তদন্ত চলাই হাইলাকান্দি আৰক্ষীয়ে অমিত কুমাৰ ৰায়ক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে অভিযুক্তজনক আদালতত হাজিৰ কৰায় আৰু আদালতৰ নিৰ্দেশ অনুসৰি তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। অৱশ্যে, অমিত কুমাৰ ৰায়ৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগসমূহৰ সত্যতা তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24fraud
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম
অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
Next Post
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.