• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি নেতাৰ বাহনক লক্ষ্য কৰি ৬ ৰাউণ্ড গু/ লী, আৰক্ষীৰ ভূমিকাক লৈ কোনে তুলিছে প্ৰশ্ন?

বিজেপি নেতাৰ বাহনক লক্ষ্য কৰি ৬ ৰাউণ্ড গু/ লী, আৰক্ষীৰ ভূমিকাক লৈ কোনে তুলিছে প্ৰশ্ন?

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

8 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

8 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

10 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

11 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

12 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

12 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

12 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

13 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

14 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

14 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজেপি নেতাৰ বাহনক লক্ষ্য কৰি ৬ ৰাউণ্ড গু/ লী, আৰক্ষীৰ ভূমিকাক লৈ কোনে তুলিছে প্ৰশ্ন?

বিজেপি নেতাৰ বাহনক লক্ষ্য কৰি ৬ ৰাউণ্ড গু/ লী, আৰক্ষীৰ ভূমিকাক লৈ কোনে তুলিছে প্ৰশ্ন?

editor by editor
August 28, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
বিজেপি নেতাৰ বাহনক লক্ষ্য কৰি ৬ ৰাউণ্ড গু/ লী, আৰক্ষীৰ ভূমিকাক লৈ কোনে তুলিছে প্ৰশ্ন?
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজেপিয়ে আহ্বান কৰা পশ্চিমবংগ বন্ধৰ আহ্বানৰ পাছতেই আজি পুৱা বিজেপিৰ দুই নেতাৰ বাহনত গুলি চলোৱাৰ অভিযোগ আনিলে অৰ্জুন সিংহই৷  এই ঘটনাক কেন্দ্ৰ কৰি ভাটপাৰাত এতিয়া উত্তেজনা ক্ৰমশ বাঢ়িব ধৰিছে৷ বুধবাৰে দুপৰীয়াৰ শেষ আপডেট অনুসৰি ঘটনাস্থলীত মুখামুখি সংঘাত হৈছে বিজেপি আৰু তৃণমূল কৰ্মীৰ মাজত৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে৷

বেৰেকপুৰৰ বিজেপি নেতা অৰ্জুনৰ অভিযোগ, তেওঁলোকৰ দলৰ নেতাৰ বাহনত লক্ষ্য কৰি অন্তত ৬ৰাউণ্ড গুলি চলোৱা হৈছে৷ তাতেই তিনিজন আঘাতপ্ৰাপ্ত হৈছে৷ ইয়াৰ মাজতেই আছে দুজন বিজেপি নেতা৷ তৃতীয়জন আঘাতপ্ৰাপ্ত হৈছে বাহনৰ চালক৷ অৰ্জুনে কয়, চালকৰ কঁপালৰ কাষেৰে গুলি পাৰ হৈছে৷ এতিয়াও তেজ লাগিয়েই আছে বাহনত৷’

তাতেই নেপথ্যত আৰক্ষীৰ নিষ্ক্ৰিয়তাৰো অভিযোগ আনিছে অৰ্জুনে৷ বুধবাৰে পুৱাই দুই বিজেপি নেতাক প্ৰাথমিক চিকিৎসাৰ বাবে এখন হাস্পতালত ভৰ্তি কৰোৱা হয়৷ এই সন্দৰ্ভত তেওঁ কয়, ‘বোমা, গুলি চলিছে আৰু আৰক্ষীয়ে থিয় হৈ তামাছা চাইছে৷ আছলতে আৰক্ষীয়ে তৃণমূলৰ পক্ষ লৈছে৷’ ইয়াৰ পাছতেই ভাটপাৰাৰ পৰিস্থিতিৰ অৱনতি ঘটিছে৷

বুধবাৰে পুৱা এই ঘটনা ঘটিছে চাৰে ন বজাত৷ আহতসকলক প্ৰথমে বেৰেকপুৰ ষ্টেট জেনেৰেল হাস্পতাল আৰু তাৰপাছত বেচৰকাৰী হাস্পতাললৈ লৈ যোৱা হয়৷ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলত উপস্থিত হৈছিল বেৰেকপুৰৰ প্ৰাক্তন সাংসদ তথা বিজেপি নেতা অৰ্জুন৷’

অৰ্জুনৰ অভিযোগ, ‘গুলি কৰাৰ ওপৰিও বোমাবাজিও চলিছে দুই বিজেপি নেতাৰ বাহনৰ সন্মুখত৷ মুঠ ৬ৰাউণ্ড গুলি চলিছে৷ সাতৰ পৰা আঁঠটা বোমা পৰিছে৷ তেজেৰে লুটুৰি পুতুৰি হৈ পৰিছে ৰবি সিংহ৷’ কিন্তু আৰক্ষীয়ে তাৰপাছতো কোনো একশ্ব্যন নোলোৱাৰ অভিযোগ বিজেপি নেতাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব সূৰ্য, টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ ওপৰত

ছেপ্টেম্বৰত পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিব সূৰ্য, টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ ওপৰত

১০ দিন সময় দিছো, নি/ৰ্যা/ত/ন/কা/ৰীৰ বাবে আহি আছে নতুন বিল…! আৰ জি কৰৰ নি/ৰ্যা/ত/ন/কা/ৰীৰ শাস্তি কেৱল…!: মমতা বেনাৰ্জী

১০ দিন সময় দিছো, নি/ৰ্যা/ত/ন/কা/ৰীৰ বাবে আহি আছে নতুন বিল...! আৰ জি কৰৰ নি/ৰ্যা/ত/ন/কা/ৰীৰ শাস্তি কেৱল...!: মমতা বেনাৰ্জী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.