• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ দিন সময় দিছো, নি/ৰ্যা/ত/ন/কা/ৰীৰ বাবে আহি আছে নতুন বিল…! আৰ জি কৰৰ নি/ৰ্যা/ত/ন/কা/ৰীৰ শাস্তি কেৱল…!: মমতা বেনাৰ্জী

১০ দিন সময় দিছো, নি/ৰ্যা/ত/ন/কা/ৰীৰ বাবে আহি আছে নতুন বিল…! আৰ জি কৰৰ নি/ৰ্যা/ত/ন/কা/ৰীৰ শাস্তি কেৱল…!: মমতা বেনাৰ্জী

2 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

24 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ দিন সময় দিছো, নি/ৰ্যা/ত/ন/কা/ৰীৰ বাবে আহি আছে নতুন বিল…! আৰ জি কৰৰ নি/ৰ্যা/ত/ন/কা/ৰীৰ শাস্তি কেৱল…!: মমতা বেনাৰ্জী

১০ দিন সময় দিছো, নি/ৰ্যা/ত/ন/কা/ৰীৰ বাবে আহি আছে নতুন বিল...! আৰ জি কৰৰ নি/ৰ্যা/ত/ন/কা/ৰীৰ শাস্তি কেৱল...!: মমতা বেনাৰ্জী

editor by editor
August 28, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
১০ দিন সময় দিছো, নি/ৰ্যা/ত/ন/কা/ৰীৰ বাবে আহি আছে নতুন বিল…! আৰ জি কৰৰ নি/ৰ্যা/ত/ন/কা/ৰীৰ শাস্তি কেৱল…!: মমতা বেনাৰ্জী
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেতিয়াবা কেতিয়াবা মানুহে সহ্য কৰিব লাগে৷ মই সহ্য কৰি আছো৷ ধৈৰ্য্য ধৰি আছো৷ সীমা পাৰ কৰিলে আমি আৰু ৰৈ নাথাকো৷ কাৰণ মই ‘I am the product of Movement’

মোৰ বাংলাক অসন্মান কৰিব মই চাই নাথাকো৷ মোক বহু গালি পাৰিছে, মোক অসন্মান কৰিছে৷ মই পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছো৷ এটা কথাই দেখিছো এওঁলোকে কোনো প্ৰতিশোধ লোৱা নাই৷ মই কৈছিলো এওঁলোকৰ বিৰুদ্ধে কঠোৰ হওক কিন্তু এতিয়াও ধৰ্ষণকাৰীৰ বিৰুদ্ধে কোনো শাস্তি লোৱা দেখা পোৱা নাই৷ মই অশান্তি আৰু বিচৰা নাই৷ কুৎসা আৰু অপপ্ৰচাৰ চলাই আছে৷

শুকুৰবাৰৰ পৰা কলেজৰ গেটত ফাঁছীৰ দাবিত আমাৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে আন্দোলন কৰিব৷ মই সকলো ব্লকক অনুৰোধ কৰিম ফেক ভিডিঅ’ৰ কাউণ্টাৰ দিয়ক৷ ব্লক প্ৰেছিডেণ্টসকলক কম, শনিবাৰে সকলো ব্লকত মিছিল হ’ব ধৰ্ণা হ’ব৷ বিয়লি ২ বজালৈকে এই আন্দোলন চলিব৷ ১ ছেপ্টেম্বৰত ৰাজ্যৰ কন্যাসকলে আন্দোলন কৰিব৷ ধৰ্ষকৰ ফাঁচীৰ দাবীতেই এই আন্দোলন চলিব৷

আমাক বাংলাদেশী বুলি নাভাৱিব৷ আমাৰ এইখন পশ্চিমবংগ হয়৷ আমি বাংলাদেশৰ সংস্কৃতি ভালপাওঁ৷ আমাৰ আৰু বাংলাদেশৰ সংস্কৃতি একেই৷ কিন্তু আমি পৃথক পৃথক ৰাষ্ট্ৰৰ বাসিন্দা৷ পশ্চিমবংগত জুই লগাই ৰাজ্যৰ লোকক বিপথে পৰিচালিত নকৰিব৷

পূজা শেষ হ’লেই নিৰ্বাচন৷ আমিও ছাত্ৰ ৰাজনীতি কৰিছো৷ আজিও জুনিয়ৰ ডাক্তৰসকলে মিছিল কৰি আছে৷ মই কৈছো কৰক মিছিল৷ মই আপোনালোকৰ ওপৰত প্ৰশাসনক জপিয়াই পৰিবলৈ দিয়া নাই৷ কিন্তু চিকিৎসকসকলক মোৰ এটাই অনুৰোধ আপোনালোকে চিকিৎসা সেৱা কৰিবলৈ বন্ধ নকৰিব৷ বহু দুখীয়া মানুহে চিকিৎসাৰ বাবে আহে৷ তেওঁলোক প্ৰাইভেটলৈ যাব নোৱাৰে৷

মই নিৰ্যাতিতাৰ পিতৃ-মাসৃৰ সৈতে আলোচনাত বহিছো৷ মই তেওঁলোকক সুধিছিলো কি দাবী আছে আপোনালোকৰ৷ তেওঁলোকক মই কথা দি আহিছো৷ মোক শনিবাৰলৈকে সময় দিয়ক৷ অৰ্থাৎ সোমবাৰৰ পৰা ৫দিন সময়৷ তাৰমাজতেই মই বিচাৰ কৰিম৷ কিন্তু আমাৰ পৰা কেছটো চিবিআইয়ে ল’লে৷  আজি ১৬ দিন হ’ল কিন্তু কি কৰিছে  চিবিআইয়ে? যদি বিচাৰ বিচাৰিছে তেন্তে আপোনালোকে চিবিআইক প্ৰশ্ন কৰক৷

মই আগন্তুক সপ্তাহত স্পীকাৰক লৈ এছেম্বলি কল কৰিম৷ আৰু আমাৰ পশ্চিমবংগ বিধানসভাৰ পক্ষৰ পৰা আগন্তুক ১০ দিনৰ ভিতৰত ধৰ্ষকৰ ফাঁচি বিচাৰিছো৷ এই বিল পাছ কৰি ৰাজ্যপালৰ ওচৰলৈ পঠিয়াম৷ মই জানো ৰাজাবাবুৱে একো নকৰে৷ সেয়ে পৰবৰ্তী পদক্ষেপৰ বাবে মই সাজু৷  আমাৰ কন্যাসকলে ৰাজভৱনলৈ গৈ ঘণ্টা ঘণ্টা ধৰি আন্দোলন কৰিব৷ এই বিলত ছহী কৰিবই লাগিব৷ ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ ওচৰলৈ এই বিল পঠিয়াই দায়িত্ব সামৰিলে নহ’ব৷ মোৰ কথা এটাই ধৰ্ষণ কৰা মানেই ধৰ্ষণকাৰীৰ শাস্তি কেৱল ফাঁছী, ফাঁছী আৰু ফাঁছী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
Next Post
মাথো ৪০ মিনিটতে পাব ফলাফল, ভাৰতে প্ৰস্তুত কৰিলে মাংকি পক্সৰ প্ৰথমটো টেষ্ট কিট

মাথো ৪০ মিনিটতে পাব ফলাফল, ভাৰতে প্ৰস্তুত কৰিলে মাংকি পক্সৰ প্ৰথমটো টেষ্ট কিট

‘যথেষ্ট হ’ল, কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহ’ব’, কলকাতা ঘটনাত ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

‘যথেষ্ট হ’ল, কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহ’ব’, কলকাতা ঘটনাত ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.