• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ৪০ মিনিটতে পাব ফলাফল, ভাৰতে প্ৰস্তুত কৰিলে মাংকি পক্সৰ প্ৰথমটো টেষ্ট কিট

মাথো ৪০ মিনিটতে পাব ফলাফল, ভাৰতে প্ৰস্তুত কৰিলে মাংকি পক্সৰ প্ৰথমটো টেষ্ট কিট

2 years ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

1 hour ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

2 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

3 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

3 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

4 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

5 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

6 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

6 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

7 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

8 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

9 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাথো ৪০ মিনিটতে পাব ফলাফল, ভাৰতে প্ৰস্তুত কৰিলে মাংকি পক্সৰ প্ৰথমটো টেষ্ট কিট

editor by editor
August 28, 2024
in বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
মাথো ৪০ মিনিটতে পাব ফলাফল, ভাৰতে প্ৰস্তুত কৰিলে মাংকি পক্সৰ প্ৰথমটো টেষ্ট কিট
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ৪০ মিনিটতে পাব ফলাফল, ভাৰতে প্ৰস্তুত কৰিলে মাংকি পক্সৰ প্ৰথমটো টেষ্ট কিট

বিশ্বজুৰি মাংকি পস্ক (Mpox)ৰ ৰোগী দিনে দিনে বৃদ্ধি পাই আছে। বিশ্ব স্বাস্থ্য সন্থাইয়ো এই সন্দৰ্ভত সতৰ্ক হোৱাৰ কথা জনাইছে আৰু ২০২৪ চনৰ ১৪ আগষ্টত বিশ্ব স্বাস্থ্য সংস্থাইও এই ভাইৰাছ সন্দৰ্ভত ৰাজহুৱা জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।

ইয়াৰ পূৰ্বেও বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছ সন্দৰ্ভত কেইবাখনো জৰুৰী বৈঠক অনুষ্ঠিত কৰিছিল। দুবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এই ৰোগক জৰুৰীকালীন আখ্যা দিয়া হৈছিল। ভাইৰাছৰ নতুন ষ্ট্ৰেইন (Clad-1) অধিক সংক্ৰামক হোৱাৰ বাবে ই এক চিন্তাৰ বিষয়। এই ষ্ট্ৰেইনত মৃত্যুৰ হাৰ অধিক।

মাংকি পক্সৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে ভাৰতে এই ভাইৰাছৰ সংক্ৰমণ ধৰা পেলাবলৈ প্ৰথমটো দেশীয় আৰটি-পিচিআৰ (Mpox RT-PCR Kit) কিট নিৰ্মাণ কৰিছে। ভাল কথাটো হ’ল এই কিটৰ সহায়ত মাত্ৰ ৪০ মিনিটৰ ভিতৰতে এই ভাইৰাছ পৰীক্ষাৰ সঠিক ফলাফল উপলব্ধ হ’ব। আনহাতে পূৰ্বৰ মাংকি পক্সৰ পৰীক্ষাত এঘণ্টাৰ পৰা দুঘণ্টা সময়ৰ লাগিছিল।

পাছে এতিয়া এই নতুন কিটটো কেতিয়াৰ পৰা বজাৰত উপলব্ধ হব তথা কেতিয়াৰ পৰা ইয়াৰ ব্যৱহাৰ কৰিব পৰা যাব। এই সন্দৰ্ভত এতিয়ালৈকে কোনো সঠিক তথ্য পোৱা হোৱা নাই। কিন্তু অতি সোনকালে জনসাধাৰণৰ বাবে উপলব্ধ কৰা হ’ব। এই কিটৰ নাম IMDX Monkeypox Detection RT-PCR Assay আৰু ইয়াক Siemens Healthineers য়ে প্ৰস্তুত কৰিছে।

বদোদৰাৰ মলিকুলাৰ ডায়েগনষ্টিকছ ইউনিটত নিৰ্মাণ কৰা হ’ব আইএমডিএক্স এমপিঅ’এক্স ডিটেকচন আৰটি-পিচিআৰ কিট। কোম্পানীৰ ফালৰ পৰা জানিব পৰা অনুসৰি প্ৰতি বছৰে এনে প্ৰায় ১০ লাখ কিট তৈয়াৰ কৰিব পাৰি। লগতে অতি সোনকালে মানুহে এই কিটটো লাভ কৰিবলৈ সক্ষম হ’ব।

ছিমেন্স হেল্থকেয়াৰ প্ৰাইভেট লিমিটেডে কয় যে মেক ইন ইণ্ডিয়া পদক্ষেপৰ বাবে এইটো এটা ডাঙৰ সফলতা। অতি সোনকালে মানুহে এই কিটটো লাভ কৰিবলৈ সক্ষম হ’ব। কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেচন, চিডিএছচিঅ’ই ইয়াক অনুমোদন জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BirusMonkey PoxMonkey pox VirusMpoxMPox VirusMPox Virus test kitTest Kit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
Next Post
‘যথেষ্ট হ’ল, কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহ’ব’, কলকাতা ঘটনাত ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

‘যথেষ্ট হ’ল, কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহ’ব’, কলকাতা ঘটনাত ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

কলকাতা ঘটনাৰ খোল খাব বহু ৰহস্য, প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ ফোনত আছে বহু ৰহস্য

কলকাতা ঘটনাৰ খোল খাব বহু ৰহস্য, প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ ফোনত আছে বহু ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.