• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘যথেষ্ট হ’ল, কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহ’ব’, কলকাতা ঘটনাত ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

‘যথেষ্ট হ’ল, কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহ’ব’, কলকাতা ঘটনাত ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

1 hour ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

1 hour ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

1 hour ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

2 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

2 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

2 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

6 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

6 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

8 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

9 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘যথেষ্ট হ’ল, কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহ’ব’, কলকাতা ঘটনাত ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

editor by editor
August 28, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
‘যথেষ্ট হ’ল, কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহ’ব’, কলকাতা ঘটনাত ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
0
SHARES
348
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘যথেষ্ট হ’ল, কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহ’ব’, কলকাতা ঘটনাত ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

কলকাতাৰ এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ডাঙৰ বক্তব্য ৷ এক সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে মই অতি হতাশ আৰু ভয় খাইছো। কন্যাৰ বিৰুদ্ধে অপৰাধ সহ্য কৰা নহয়।

মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে যথেষ্ট হৈছে। কলকাতাত যেতিয়া ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেতিয়াও আন ঠাইত অপৰাধীয়ে নিজৰ অন্য চিকাৰলৈ অপেক্ষা কৰি বহি আছিল।’

কলকাতাৰ ঘটনাক লৈ শোক প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কোনো সভ্য সমাজত নাৰীৰ ওপৰত এনে অত্যাচাৰৰ অনুমতি দিব নোৱাৰি। সমাজখনো সৎ, ন্যায়পৰায়ণ আৰু অন্তৰ্দৃষ্টিশীল হ’ব লাগে।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, প্ৰায়ে নিন্দনীয় মানসিকতাৰ লোকে নাৰীক কম মানৱীয়, কম শক্তিশালী, কম সক্ষম, কম বুদ্ধিমান বুলি ভাবে। কোনো সভ্য সমাজে কন্যা-ভগ্নীৰ ওপৰত এনে অত্যাচাৰৰ অনুমতি দিব নোৱাৰে। এনে মতামত ধাৰণ কৰা মানুহে নাৰীক বস্তু হিচাপে লয়। ভয়ৰ পৰা মুক্তি পোৱাৰ বাটত অহা বাধাবোৰ দূৰ কৰাটো আমাৰ কন্যা সন্তানৰ কৰ্তব্য।

তেওঁ কয়, ‘নিৰ্ভয়াৰ পিছত যোৱা ১২ বছৰত সমাজে অগণন ধৰ্ষণ পাহৰি গৈছে, এই সামূহিক স্মৃতিভ্ৰংশ সঠিক নহয়। ইতিহাসৰ সন্মুখীন হ’বলৈ ভয় কৰা সমাজবোৰে সামূহিক স্মৃতিভ্ৰংশৰ আশ্ৰয় লয়; এতিয়া ভাৰতৰ ইতিহাসৰ মুখামুখি হোৱাৰ সময় আহি পৰিছে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে সমাজখনে নিজকে কিছুমান কঠিন প্ৰশ্ন কৰা প্ৰয়োজন। কোনো সভ্য সমাজে কন্যা-ভগ্নীৰ ওপৰত এনে অত্যাচাৰৰ অনুমতি দিব নোৱাৰে।

উল্লেখ্য যে, আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত নৈশ কৰ্তব্য কৰি থকা কনিষ্ঠ চিকিৎসকক ৯ আগষ্টত ধৰ্ষণ কৰা হৈছিল। ইয়াৰ পিছত কনিষ্ঠ চিকিৎসকজনক নিৰ্মমভাৱে হত্যা কৰা হয়। চিকিত্‍সকৰ মুখ আৰু শৰীৰত আঘাত পোৱা গৈছে। এই গোচৰত অভিযুক্ত সঞ্জয় ৰায়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ শিথিল মনোভাৱৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ে এই গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰিছে।

এই ঘটনাৰ প্ৰতিবাদত সমগ্ৰ দেশৰ চিকিৎসকে ধৰ্মঘটৰ আহ্বান জনাইছিল আৰু লগতে চিকিৎসকৰ সুৰক্ষা সন্দৰ্ভত আইন প্ৰণয়নৰ দাবী উত্থাপন কৰিছে। কেৱল এয়াই নহয়, কলকাতা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে বংগকে ধৰি সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kolkata caseKolkata rape Casemurder casePresident MurmuR G Kar Hospitalrape and murder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
কলকাতা ঘটনাৰ খোল খাব বহু ৰহস্য, প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ ফোনত আছে বহু ৰহস্য

কলকাতা ঘটনাৰ খোল খাব বহু ৰহস্য, প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ ফোনত আছে বহু ৰহস্য

মাথো ২ টা দিন, সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে মালামাল কৰি তুলিব ৩ ৰাশিৰ লোকক

মাথো ২ টা দিন, সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে মালামাল কৰি তুলিব ৩ ৰাশিৰ লোকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.