• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ২ টা দিন, সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে মালামাল কৰি তুলিব ৩ ৰাশিৰ লোকক

মাথো ২ টা দিন, সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে মালামাল কৰি তুলিব ৩ ৰাশিৰ লোকক

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

2 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

3 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

3 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

3 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

4 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

5 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

6 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

7 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

8 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

9 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাথো ২ টা দিন, সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে মালামাল কৰি তুলিব ৩ ৰাশিৰ লোকক

editor by editor
August 28, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ
0
মাথো ২ টা দিন, সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে মালামাল কৰি তুলিব ৩ ৰাশিৰ লোকক
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ২ টা দিন, সূৰ্যৰ নক্ষত্ৰ পৰিৱৰ্তনে মালামাল কৰি তুলিব ৩ ৰাশিৰ লোকক

গ্ৰহৰ ৰজা সূৰ্য্য বৰ্তমান মাঘা নক্ষত্ৰত ট্ৰেন্সজিট হৈ আছে। ৩০ আগষ্ট শুকুৰবাৰে বিয়লি ৩:৫৫ বজাৰ পৰা পূৰ্ব ফাল্গুনি নক্ষত্ৰত প্ৰৱেশ কৰিব। এই নক্ষত্ৰমণ্ডল সূৰ্য্যৰ ৰাশি সিংহ ৰাশিত আহে আৰু ইয়াৰ প্ৰভু হৈছে শুক্ৰ গ্ৰহ।

সূৰ্য্যৰ এই নক্ষত্ৰ পৰিবৰ্তনে দেশ, বিশ্ব, প্ৰকৃতি আৰু সকলো ৰাশিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। কিন্তু ৩টা ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ যথেষ্ট ইতিবাচক হোৱাৰ আশা কৰা হৈছে।

বৃষ ৰাশি
পূৰ্ব ফাল্গুনি নক্ষত্ৰত সূৰ্য্যৰ ট্ৰেনজিটৰ সময়ত বৃষ ৰাশিৰ লোকসকল অধিক আত্মবিশ্বাসী আৰু দৃঢ়প্ৰতিজ্ঞ হৈ উঠিব। এই ৰাশিৰ লোকৰ নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব। আয়ৰ নতুন উৎস মুকলি হ’ব পাৰে। ব্যৱসায়ত লাভ হ’ব। নিয়োজিতসকলৰ আয়ো বৃদ্ধি পাব। সুনাম বাঢ়িব। এই সময় ছাত্ৰ-ছাত্ৰীৰ বাবে অনুকূল হ’ব। পৰীক্ষাত সফলতা লাভ কৰিব। পাৰিবাৰিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। বিবাহিত জীৱন সুখী হ’ব।

কন্যা ৰাশি
সিংহ ৰাশিত অৱস্থিত পূৰ্ব ফাল্গুনি নক্ষত্ৰত সূৰ্য্যৰ ট্ৰেনজিটৰ বাবে কন্যা ৰাশিৰ লোকসকলে অধিক শক্তিশালী অনুভৱ কৰিব। এটাতকৈ অধিক উৎসৰ পৰা আয় আহিব পাৰে। আবদ্ধ হৈ থকা ধন হাতলৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত সন্মান পাব। পদোন্নতিৰ সম্ভাৱনা আছে। নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলি ব্যৱসায়ত লাভ হ’ব। সামাজিক প্ৰতিপত্তি বাঢ়িব। বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব। বিয়াৰ সম্ভাৱনা আছে। অবিবাহিত লোকৰ বিবাহৰ সম্ভাৱনা আছে।

ধনু ৰাশি
সূৰ্য্যৰ নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনে ধনু ৰাশিৰ লোকসকলৰ বাবে অনুকূল বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনা দেখুৱাইছে। এই ৰাশিৰ লোক অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় হৈ পৰিব। কথা-বতৰাৰ প্ৰভাৱ আনৰ ওপৰত পৰিব। আয় বাঢ়িব। পৰীক্ষাত সফলতা লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে। বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। পাৰিবাৰিক জীৱন তথা পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব। বিবাহিত জীৱন সুখী হ’ব। পত্নীৰ লগত সম্পৰ্কত মধুৰতা থাকিব। প্ৰেম জীৱনত সংগীৰ লগত ঘনিষ্ঠতা আৰু বিশ্বাস বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyRashiSurya GrahaSurya Nakhatra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
অৱশেষত ক্ষমা খুজিলে কংগনা ৰানাৱটে, ‘মই ৰাজনীতিত একেবাৰে নতুন’

অৱশেষত ক্ষমা খুজিলে কংগনা ৰানাৱটে, 'মই ৰাজনীতিত একেবাৰে নতুন'

অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.