• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগাঁৱত বিজেপি কৰ্মীৰ উদ্ভণ্ডালী, গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি অধ্যাপকক প্ৰহাৰ

নগাঁৱত বিজেপি কৰ্মীৰ উদ্ভণ্ডালী, গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি অধ্যাপকক প্ৰহাৰ

5 years ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

6 minutes ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

33 minutes ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

2 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

2 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

11 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

12 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

12 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

14 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

14 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

15 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

16 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নগাঁৱত বিজেপি কৰ্মীৰ উদ্ভণ্ডালী, গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি অধ্যাপকক প্ৰহাৰ

editor by editor
September 13, 2021
in অসম, গুৱাহাটী
0
নগাঁৱত বিজেপি কৰ্মীৰ উদ্ভণ্ডালী, গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি অধ্যাপকক প্ৰহাৰ
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দিছপুৰত নিজৰ দলৰ চৰকাৰ থকাৰ সুবাদত ক্ষমতাই মূৰত ধৰিছে একাংশ বিজেপি কৰ্মীৰ । গাড়ী পাৰ্কিং কৰাক কেন্দ্ৰ কৰি নগাঁৱত এগৰাকী অধ্যাপকক প্ৰহাৰ বিজেপি কৰ্মীৰ। নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডি বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অজিত ভৰালীক হেলমেটেৰে মূৰত আঘাত কৰে বিজেপি কৰ্মীৰ লেবেল লগোৱা মৃদুল দাসে। অভিযোগ অনুসৰি, সপত্নীক মৃদুল দাসে প্ৰবক্তা ড° ভৰালীৰ লগত তৰ্কযুদ্ধত লিপ্ত হৈ থকাৰ মাজতেই হাতত থকা হেলমেট এটাৰে প্ৰবক্তা গৰাকীৰ মূৰত প্ৰচণ্ড জোৰত আঘাত কৰে। তদুপৰি মৃদুল দাসৰ পত্নী বিজেপিৰ ৱাৰ্ড মেম্বাৰ মণিকা ৰাজখোৱা দাসে অধ্যাপকগৰাকীক অশ্লীল গালি গালাজ কৰাৰ উপৰি তেওঁৰ জীয়ৰীকো মাৰপিট কৰে। পাছত স্থানীয় একাংশ লোকে আঘাতপ্ৰাপ্ত প্ৰবক্তাগৰাকী আৰু তেওঁৰ জীয়ৰীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। নগাঁৱৰ শেন চোৱাত সংঘটিত হয় এই ঘটনা। ৰাস্তাত গাড়ী ঘূৰুৱাক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত দুয়ো পক্ষই হয়বৰগাঁও থানাত গোচৰ তৰিছে। কিন্তু ঘটনাৰ পাছৰে পৰা আত্মগোপন কৰিছে মৃদুল দাসে। বিজেপিৰ ৱাৰ্ড মেম্বাৰ আৰু তেওঁৰ স্বামীৰ উদ্ভণ্ডালিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত। উল্লেখযোগ্য যে আক্ৰমণকাৰী মৃদুল দাস পৌৰসভাৰ এগৰাকী প্ৰাক্তন মহলা আয়ুক্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam live 24 todayaxom live 24himanta biswa sharmanews 18 assam northeastpratidin timetime8
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
Next Post
মোদীৰ জন্মদিনত বিজেপিৰ দেশজোৰা ‘সেৱা আৰু সমৰ্পণ’ কাৰ্যসূচী, অসমতো ২০ দিনীয়া মেগা আয়োজন

মোদীৰ জন্মদিনত বিজেপিৰ দেশজোৰা ‘সেৱা আৰু সমৰ্পণ’ কাৰ্যসূচী, অসমতো ২০ দিনীয়া মেগা আয়োজন

ছন্দ ওভতাই পালে মন্ত্ৰী চন্দ্ৰমোহনে

ছন্দ ওভতাই পালে মন্ত্ৰী চন্দ্ৰমোহনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.