• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

2 weeks ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

32 minutes ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

1 hour ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

3 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

4 hours ago
PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

PCOS বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? জানক কি কয় বিশেষজ্ঞই

5 hours ago
প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

প্ৰেম বিবাহৰ পিছত মৰম নাইকিয়া হৈছে নেকি? তেন্তে আপুনিও কৰি আছে ডাঙৰ ভুল!

6 hours ago
আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…

আলিয়াক অভিমান ববি দেওলৰ! অৱশেষত ক’লে গোটেই ঘটনা…

6 hours ago
জীৱনলৈ আহিব সুখ-শান্তি, তাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী!

জীৱনলৈ আহিব সুখ-শান্তি, তাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী!

6 hours ago
১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

১০ জুনত নাপাব Ola, Uber আৰু Rapido! ড্ৰাইভাৰ ইউনিয়নে সাব্যস্ত কৰিব প্ৰতিবাদ

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ’ব নেকি গোটেই বিশ্ব ধ্বংস?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, হ’ব নেকি গোটেই বিশ্ব ধ্বংস?

8 hours ago
বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

বিশাখাপট্টনমত ভয়ংকৰ দুৰ্ঘটনা, মৰণকাতৰ চিঞৰেও বচাব নোৱাৰিলে শ্ৰমিকৰ প্ৰাণ

9 hours ago
১৫ জুনৰ পূৰ্বে ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, নতুন চাকৰিৰ লগতে পাব পদোন্নতি!

১৫ জুনৰ পূৰ্বে ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, নতুন চাকৰিৰ লগতে পাব পদোন্নতি!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

editor by editor
May 24, 2026
in বিবিধ, বিশ্ব, লেখা
0
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ কুৱেটাত ৰে’লপথৰ সমীপত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ২৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৭২ জন লোক আহত হয়। আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। চৰকাৰী চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। বিস্ফোৰণৰ ফলত এখন ৰে’ল চিৰিৰ পৰা ওফৰি পৰে। খবৰ অনুসৰি ৰে’লখন কুৱেটা কেণ্টনমেণ্ট এলেকাৰ অভিমুখে গৈ থকা অৱস্থাত ৰে’ল লাইনত বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ পিছতে অঞ্চলটোত বন্দুকৰ গুলীৰ শব্দ শুনা যায়, যাৰ ফলত ৰাইজৰ মাজত শংকা বাঢ়ে।

বেলুচিস্তান চৰকাৰী বিষয়া বাবৰ ইউছুফজাইয়ে জনোৱা মতে, আৰক্ষী, নিৰাপত্তা বাহিনী, আৰু উদ্ধাৰকাৰী দল তৎক্ষণাত সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে এতিয়া বিস্ফোৰণৰ কাৰণৰ তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। বেলুচিস্তান পাকিস্তানৰ এটা মূল অঞ্চল যিটো দীৰ্ঘদিন ধৰি হিংসা আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ দৃশ্যপট। ইয়াত কেইবাটাও সংগঠনে বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত পাকিস্তান চৰকাৰৰ বিৰুদ্ধে যুঁজি আছে।

ৰে’লৱেৰ বিষয়াসকলে জনোৱা মতে, কুৱেটা কেণ্টৰ পৰা অহা এখন শ্বাটল ট্ৰেইনক চামান গেটৰ ওচৰত লক্ষ্য কৰি লোৱা হয়। বিস্ফোৰণৰ ফলত ইঞ্জিনকে ধৰি তিনিটা ডবা ৰে’লপথৰ পৰা ওলাই যায় আৰু দুটা ডবা বাগৰি পৰে। পাৰ্কিঙত ৰখাই থোৱা দহখন বাহনৰো ক্ষতিসাধন হয়। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ওচৰৰ অট্টালিকাৰ কাঁচ আৰু খিৰিকীবোৰ ছিন্নভিন্ন হৈ পৰিছিল। এই ঘটনাৰ পিছতে পেছাৱৰ অভিমুখী জাফৰ এক্সপ্ৰেছক সতৰ্কতামূলক ব্যৱস্থা হিচাপে কুৱেটা ৰে’লৱে ষ্টেচনত ৰখাই দিয়া হয়।

ৰে’ল মন্ত্ৰীয়ে এই আক্ৰমণক গৰিহণা দিয়ে

পাকিস্তানৰ ৰে’ল মন্ত্ৰী মহম্মদ হানিফ আব্বাছীয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। তেওঁ ইয়াক কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰি কয় যে এনে আক্ৰমণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ সাহসক দুৰ্বল কৰিব নোৱাৰে। আব্বাচীয়ে জনোৱা মতে, আৱদ্ধ যাত্ৰীসকলক উলিয়াই নিয়াৰ বাবে উদ্ধাৰকাৰী দল আৰু এখন সাহায্য ৰে’ল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত বিষয়াসকলৰ পৰা প্ৰতিবেদন বিচাৰিছে ৰে’ল মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, এই আক্ৰমণৰ পিছতো পাকিস্তান ৰে’লৱে চলি থাকিব আৰু ৰে’ল সেৱাত কোনো বাধা নাথাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?
জীৱনশৈলী

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

June 9, 2026
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে
বিশ্ব

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

June 9, 2026
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস
জীৱনশৈলী

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

June 9, 2026
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?
নিয়োগ

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

June 9, 2026
Next Post
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ'ব ভাগ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.