বোকাখাতত অতুল বৰাৰ ‘নৰ্তকী মেলা’। মহামিত্ৰ অতুল বৰাক একাষৰীয়া কৰিছে নেকি বিজেপিয়ে? কিয় কৃষি-উদ্যান শস্য মেলালৈ নগ’ল মুখ্যমন্ত্ৰী? গোলাঘাটলৈ গ’ল, বোকাখাতলৈ নগ’ল কিয় হিমন্ত বিশ্ব শৰ্মা?