• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুঞ্জৰ হৈ থাকোতেই শেষ হ’ল প্ৰেম! অভিনেত্ৰী ৰশ্মিকা আৰু অভিনেতা বিজয়ৰ প্ৰেমত ফাঁট মেলাৰ খবৰ হ’ল ভাইৰেল

গুঞ্জৰ হৈ থাকোতেই শেষ হ’ল প্ৰেম! অভিনেত্ৰী ৰশ্মিকা আৰু অভিনেতা বিজয়ৰ প্ৰেমত ফাঁট মেলাৰ খবৰ হ’ল ভাইৰেল

3 years ago
ATM ৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

5 minutes ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

39 minutes ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

1 hour ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

3 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

3 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

4 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

14 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

14 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

15 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

15 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

গুঞ্জৰ হৈ থাকোতেই শেষ হ’ল প্ৰেম! অভিনেত্ৰী ৰশ্মিকা আৰু অভিনেতা বিজয়ৰ প্ৰেমত ফাঁট মেলাৰ খবৰ হ’ল ভাইৰেল

editor by editor
July 6, 2023
in চিনেমা, বিনোদন, ভাৰত
0
গুঞ্জৰ হৈ থাকোতেই শেষ হ’ল প্ৰেম! অভিনেত্ৰী ৰশ্মিকা আৰু অভিনেতা বিজয়ৰ প্ৰেমত ফাঁট মেলাৰ খবৰ হ’ল ভাইৰেল
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দক্ষিণী ইণ্ডাষ্ট্ৰিৰ পৰা বলীউড৷ ৰশ্মিকা মণ্ডানা আৰু বিজয় দেৱৰাকুণ্ডা বহুতৰেই প্ৰিয় অভিনেতা অভিনেত্ৰী তালিকাত শীৰ্ষত৷ বিজয় আৰু ৰশ্মিকাৰ প্ৰেমৰ গুঞ্জৰে মাজতে চৰ্চাও লাভ কৰিছিল৷ দুয়োৱে বিষয়টো সন্দৰ্ভত মুকলিকৈ নকলেও এয়া যেন অপেন ছিক্ৰেট৷ কৰণ জোহাৰৰ কফি ওইথ কৰণৰ পৰা মলদ্বীপৰ ৰিজৰ্টলৈকে দুয়োৱে একেলগে যাত্ৰা কৰাই বহু কথা কয়৷

পৰিয়ালৰ সৈতেও ৰশ্মিকা আৰু বিজয়ক একেলগে বহুবাৰ দেখা গৈছে৷ অনুৰাগীসকলৰ অন্যতম প্ৰিয় যুঁটি বিজয়-ৰশ্মিকা৷ কিন্তু শেহতীয়াভাৱে দুয়োৰে সম্পৰ্কত যেন ফাঁট মেলিছে৷ শেহতীয়াভাৱে ৰশ্মিকাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা পোষ্টটোৱে যেন তাৰেই ইংগিত দিছে৷ ইনষ্টাগ্ৰামত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে ৰশ্মিকাই৷ ভিডিঅ’টোত প্ৰাক্তন এন এফ এল খেলুৱৈ ট্ৰেণ্ট শেল্টনে কৈছে, ‘কেতিয়াবা কেতিয়াবা কিছু সম্পৰ্ক শেষ নহ’লে নতুন সম্পৰ্ক আৰম্ভ নহয়৷ কেতিয়াবা কেতিয়াবা এজন যোগ্য মানুহক জীৱনলৈ অহাৰ সুযোগ দিবৰ বাবে কোনো এজন অযোগ্য মানুহৰ হাত এৰাটো জৰুৰী৷ কঠিন বাটেৰে খোজ কাঢ়িলেহে মসৃণ এক গন্তব্যস্থানত আপুনি উপস্থিত হ’ব পাৰে৷ ভাঙি পৰাৰ সময়ত নিজৰে সামৰি ৰাখক, সেই সময়খিনিত নিজকে সামৰি আগবাঢ়িলে আপুনি গমেই নাপাব কেতিয়া আহি আপুনি গন্তব্যস্থান পালেহি৷ আমি বিচাৰো আপুনি সেই কথা বুজি উঠক৷ আজি আপুনি যি পৰিস্থিতিত আছে, সেয়াই আপোনাৰ অন্তিম গন্তব্যস্থান নহয়৷ যি দুখ যন্ত্ৰণাৰ মাজেৰে আপুনি অতিক্ৰম কৰিছে সেই সময়খিনিক প্ৰত্যাহ্বান জনাবলৈকে আপুনি আজিটোক শক্তিশালী কৰক৷’

ৰশ্মিকাই এই কথাখিনিয়েই ইনষ্টাগ্ৰাম ষ্টৰীত শ্বেয়াৰ কৰিছে৷ এই ভিডিঅ’টো দেখা মাত্ৰকেই কৌতুহল বাঢ়িছে অনুৰাগীৰ মনতো৷ পৰোক্ষভাৱে এই কথাখিনি বিজয়ক উদ্দেশ্য কৰিয়েই ৰশ্মিকাই কথাখিনি কৈছে বুলিও বহুতেই সন্দেহ প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
Next Post
ৰাহুলৰ কাৰাগাৰ যাত্ৰা প্ৰায় খাটাং! গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই আৰম্ভ চৰ্চা, কি কৰিব এইবাৰ ৰাহুলে?

ৰাহুলৰ কাৰাগাৰ যাত্ৰা প্ৰায় খাটাং! গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছতেই আৰম্ভ চৰ্চা, কি কৰিব এইবাৰ ৰাহুলে?

এম এছ ধোনীৰ ওপজাদিন, ৪২ বছৰ বয়সতেই ধোনীৰ সফলতা আকাশচুম্বী, এখন ৰাজ্যৰ সৰ্বাধিক কৰদাতা ধোনীৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

এম এছ ধোনীৰ ওপজাদিন, ৪২ বছৰ বয়সতেই ধোনীৰ সফলতা আকাশচুম্বী, এখন ৰাজ্যৰ সৰ্বাধিক কৰদাতা ধোনীৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.