• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

7 months ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

5 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

6 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

6 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

7 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

8 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

8 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

9 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

10 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

11 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

11 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

editor by editor
March 30, 2026
in জীৱনশৈলী
0
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখনৰ পাছত আনখন বাহন ক্ৰয় কৰিছে হাৰ্দিক পাণ্ডিয়াই৷ অৱশ্যে নিজৰ বাবে নহয়৷ উপহাৰ দিবলৈকেই কোটি কোটি টকীয়া বাহন কিনিছে হাৰ্দিকে৷ আই পি এলৰ আৰম্ভণিও এইবাৰ ভাল কৰিছে মুম্বাই ইণ্ডিয়ান্সে৷ দেওবাৰে ঘৰুৱা ফিল্ডত কলকাতা নাইট ৰাইডাৰ্ছক হৰুৱাইছে মুম্বাই ইণ্ডিয়ান্সে৷ দেওবাৰেই আকৌ প্ৰেয়সী মাহিকা শৰ্মাকো ১ কোটি ৭০ লাখ টকা দামৰ বাহন উপহাৰ দিছে হাৰ্দিকে৷

ইয়াৰ মাজতেই দামী বাহন চলাই মুম্বাইৰ ৰাজপথতো দেখা গৈছে হাৰ্দিকক৷ ১২ কোটি টকীয়া ফেৰাৰি লৈ ফুৰিবলৈ ওলাইছে তেওঁ৷ সামাজিকমাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ত দেখা গৈছে ৰাস্তাৰ স্পিড ব্ৰেকাৰ পাৰ হওঁতেই ধাক্কা লাগি হঠাতে ৰৈ যায় তেওঁ৷ ৰাস্তাৰ পৰা ফেৰাৰিৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স বা উচ্চকা কম হোৱাত এই সমস্যাত পৰিছিল হাৰ্দিক৷ বাহনখন স্পিড ব্ৰেকাৰ পাৰ কৰিব নোৱাৰিলে হাৰ্দিকে৷

স্পিড ব্ৰেকাৰ পাৰ হোৱাৰ সমস্যা হলেও চালক হাৰ্দিকৰ দক্ষতাৰ প্ৰশংসা কৰিছে বহুজনে৷ স্পিড ব্ৰেকাৰ পাৰ কৰাৰ পাছত হাৰ্দিকৰ মুখতো দেখা গৈছে স্বস্তিৰ হাঁহি৷ ৰাস্তাত যানজঁট হৈ যোৱাৰ আশংকা কৰা আৰক্ষীয়েও স্বস্তি পায়৷ ক্ৰিকেট ভক্তসকলে এই ঘটনাক লৈ নানান মন্তব্য কৰিছে৷ হাৰ্দিকৰ গাড়ী প্ৰীতি ক্ৰমশ বাঢ়িছে৷

বাহনৰ ছবিও পোষ্ট হৈছে সামাজিকমাধ্যমত৷ তাতেই দেখা গৈছে মাৰ্ছিডিড বেঞ্জ ভি ক্লাছ মডেলৰ এখন বাহনৰ কাষত থিয় হৈ আছে হাৰ্দিক আৰু মাহিকা৷ তাতেই লেখা আছে হাৰ্দিকে বাহনখন মাহিকাক উপহাৰ দিছে৷ বাহনৰ দাম ভাৰতীয় মূল্যত ১ কোটি ৭০ লাখ টকা৷

চলিত মাহত টি-২০ বিশ্বকাপ জয় কৰাৰ পাছতেই মাহিকাক প্ৰেমিকাৰ সলনি পত্নী বুলি উল্লেখ কৰিছিল হাৰ্দিকে৷ জনাইছিল যে যিদিনাৰ পৰা মাহিকা তেওঁৰ জীৱনলৈ আহিছে তেওঁৰ সৈতে কেৱল ভালেই হৈছে৷ বিশ্বকাপ জিকি প্ৰকাশ্যে মেচত চুমাও খাইছিল প্ৰেমিকাক৷ দেওবাৰে কলকাতা-মুম্বাইত খেল চাবলৈ ফিল্ডলৈকো গৈছিল মাহিকা৷ সেই প্ৰেমিকাকেই বাহন উপহাৰ দিছে হাৰ্দিকে৷

অৱশ্যে কেৱল প্ৰেমিকাকেই নহয়, বিগত মাহত প্ৰাক্তন পত্নী নাতাশা স্তানকোভিচক ৪ কোটি টকাৰ এখন বাহন উপহাৰ দিছে হাৰ্দিকে৷ প্ৰকৃততে বাহনখন সন্তান অগস্ত্যক উপহাৰ দিছে তেওঁ৷ হাৰ্দিক নাতাশাৰ বিচ্ছেদৰ পাছতেই অগ্যস্ত মাতৃৰ সৈতে থাকে৷ কিন্তু নাবালক অগস্ত্যকতো বাহন এখন উপহাৰ দিব নোৱাৰি সেয়ে বাহনৰ চাবি নাতাশাৰ হাতত তুলি দিয়ে তেওঁ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hardik pandiyahardik pandiya new girlfriend
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.