• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে

অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে

3 years ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

24 minutes ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

1 hour ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

2 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

3 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

3 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

11 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

11 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

12 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

13 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

14 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

14 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে

editor by editor
June 1, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
অৰ্জুনৰ সৈতে বিবাহৰ পূৰ্বেই মাতৃ হ’বলৈ ওলাইছে মালাইকা! বলীউডৰ চৰ্চিত খবৰক লৈ মুখ খুলিলে প্ৰেমিক অৰ্জুন কাপুৰে
0
SHARES
7.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডৰ অন্যতম চৰ্চিত এক যুঁটি হৈছে মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ যুঁটি। পেছাগত কাৰণৰ ওপৰিও ব্যক্তিগত জীৱনক লৈয়ো চৰ্চাক থাকে অভিনেত্ৰী মালাইকা আৰোৰা। ২০১৬ চনত ছলমান খানৰ ভাতৃ আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল মালাইকাৰ। বিচ্ছেদৰ পাছতেই গ্লেমাৰ যেন আৰু বাঢ়িল মালাইকাৰ। গ্লেমাৰৰ লগে লগে প্ৰেমেও ভুমুকি মাৰিলে মালাইকাৰ জীৱনত। বলীউড অভিনেতা অৰ্জূন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল। দুয়োৰে মাজত আছে বয়সৰ বহু পাৰ্থক্য। মালাইকাতকৈ অৰ্জুন প্ৰায় ১২ বছৰে সৰু।

প্ৰথমে প্ৰেমক লৈ মুখ খোলা নাছিল প্ৰেমিক যুঁটিটোৱে। কিন্তু পাছলৈ দুয়োৱে সামাজিক মাধ্যমত অন্তৰংগ ফটো শ্বেয়াৰ কৰিবলৈ ল’লে। বহুতেই প্ৰশ্নও কৰিছিল দুয়োকে। দুয়োৱে বিবাহৰ কথা ভাৱিছে নেকি? কিন্তু এই প্ৰশ্নৰ উত্তৰত দুয়োৰেই একে মত। প্ৰেম মানেই বিবাহ নহয়। বিবাহ নকৰাকৈয়ো প্ৰেম কৰিব পাৰি। কিন্তু শেহতীয়াভাৱে ভাইৰেল হৈছে আন এক খবৰ। মালাইকা অন্তঃসত্ত্বা। এই ভাইৰেল খবৰক লৈ মুখ খুলিছে অভিনেতা তথা মালাইকাৰ প্ৰেমিক অৰ্জুন কাপুৰে।

সম্প্ৰতি এক সাক্ষাৎকাৰত প্ৰেমিকা মালাইকা সন্তানসম্ভৱা নেকি সেই বিষয়ে অৰ্জুনে কেইবাটাও গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে। তেওঁ সাক্ষাৎকাৰটোত কয়,’নেতিবাচক চৰ্চা কৰাই পৃথিৱীৰ আটাইতকৈ সহজ কাম। আমিতো অভিনেতা। আমাৰ ব্যক্তিগত জীৱনৰ কোনো পৰিসৰতে সীমিত নহয়। পেছাৰ কাৰণে আমি এই কথা স্বীকাৰো কৰি লঁও। কাৰণ আমাৰ কাম দৰ্শকৰ ওপৰতেই নিৰ্ভৰ কৰে। ইয়াৰ মাজতেই আমিও তেজ মঙহৰ মানুহ। আমাৰো নিজা কিছু আশা আকাংক্ষা আছে। কিন্তু এই খবৰ প্ৰচাৰ কৰাৰ আগতে আমাক এবাৰ সুধি ল’ব লাগে।’

অৰ্জুনৰ মতে এইধৰণৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰচাৰ কৰাৰ পূৰ্বে প্ৰকৃত সত্য জানি লোৱাটো খুবেই প্ৰয়োজন। কেৱল এখন ভাইৰেল ফটোক কেন্দ্ৰ কৰিয়েই খবৰ প্ৰচাৰ কৰাটো সমীচিন নহয় বুলি জনাইছে অৰ্জুনে। মালাইকা আৰু তেওঁৰ সম্পৰ্কক লৈ যিকোনো কথাই যেন শুনিবলৈ প্ৰস্তুত নহয় অৰ্জুন সেই কথা তেওঁৰ সাক্ষাৎকাৰটোৰ পৰাই স্পষ্ট হৈ পৰিছে। এই সাক্ষাৎকাৰটোৰ পৰাই এই কথা স্পষ্ট হৈ পৰে যে মালাইকাৰ সন্তান সম্ভৱা হোৱাৰ খবৰ এক ভুৱা খবৰহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!
জীৱনশৈলী

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

April 11, 2026
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!
জীৱনশৈলী

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

April 11, 2026
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?
জীৱনশৈলী

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

April 11, 2026
Next Post
মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.