• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 month ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

9 minutes ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

51 minutes ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

2 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

3 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

3 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

4 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

5 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

5 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

14 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

14 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

editor by editor
February 10, 2026
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেইবাদিনো হ’ল আলোচনাত আছে অভিনেতা ৰাজপাল যাদৱ৷ এম এছ মুৰলি প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ অভিযোগ, ঋণ লৈ সেই ধন পৰিশোধ কৰা নাই অভিনেতা ৰাজপাল যাদৱ আৰু তেওঁৰ পত্নীয়ে৷ যাৰ ফলত দিল্লী হাইকৰ্টৰ নিৰ্দেশ অনুসৰি তিহাৰ জে’ল কৰ্তৃপক্ষৰ কাষত আত্মসমৰ্পণ কৰিছে অভিনেতাজনে৷ এই বিতৰ্কৰ মাজতে ৰাজপালৰ কাষত থিয় দিছে অভিনেতা চনু চুড৷

কৌতুকভিনেতাৰ পক্ষ লৈ কি কৈছে চনু চুডে?

অভিনেতা চনু চুডে এটা পোষ্ট কৰি লিখিছে, আমাৰ দেশৰ অন্যতম শক্তিশআলী অভিনেতা হৈছে ৰাজপাল যাদৱ৷ ইমান বছৰ ধৰি বহু ভাল ভাল কাম আমাক উপহাৰ দিছে তেওঁ৷ কিন্তু মাজে মাজে এনে সময় আহে যি সময়ে সকলো ওলট পালট কৰি দিয়ে৷ মোৰ ছবিত ৰাজপালে অভিনয় কৰিব৷ মোৰ ধাৰণা আমি অভিনেতা, পৰিচালক, প্ৰযোজক সকলো সময়ত এক হব লাগে৷ আমি যেতিয়া কাৰোবাক সমস্যাত পৰা দেখো তেতিয়া তেওঁৰ কাষত থিয় দিয়াটো কৰ্তব্য৷ তেতিয়াহে আমি বিশ্বক দেখুৱাব পাৰিম যে ইণ্ডাষ্ট্ৰী, পেছাদাৰিত্বৰ ওপৰতো কিছু আছে৷’

উল্লেখ্য ইণ্ডাষ্ট্ৰি সূত্ৰৰ খবৰ প্ৰায় ৯ কোটি টকা ঋণ লৈছিল ৰাজপালে৷ সেই সংস্থাৰ দাবী, প্ৰাপ্য অৰ্থ উভতাই দিয়া নাই অভিনেতা ৰাজপালে৷ ২০১৮ চনত দিল্লীৰ এখন মেজিষ্ট্ৰেট আদালতে চেক বাউন্স গোচৰত ৰাজপাল আৰু তেওঁৰ পত্নীক দোষী সাব্যস্ত কৰে৷ সম্প্ৰতি অভিনেতা ৰাজপালে ধন পৰিশোধ কৰাৰ সময়সীমা বঢ়োৱাৰ অনুৰোধ কৰিছিল যি স্পষ্টভাৱে অস্বীকাৰ কৰে হাইকৰ্টে৷ অভিনেতাৰ আইনজীৱীয়ে আদালতক জনাইছে যে তেওঁৰ মক্কেলে ৫০ লাখ টকা যোগাৰ কৰিছে৷ বাকী টকা শোধ কৰাৰ বাবেও আৰু এসপ্তাহ সময় বিচাৰিছে৷ কিন্তু ২ ফেব্ৰুৱাৰীত বিয়লি ৪টাৰ ভিতৰত অভিনেতাক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল আদালতে৷ ইয়াৰ পাছত কিন্তু সময়সীমা আৰু বঢ়োৱা নহ’ল৷ আত্মসমৰ্পণৰ পাছত নতুনকৈ তেওঁক টকা পৰিশোধৰ কোনো সুযোগ দিয়া যাবনে সেয়া আদালতৰ বিচাৰ্য বিষয় কিন্তু পূৰ্বেও বহুবাৰ তেওঁক সুযোগ দিয়া হৈছিল৷ সেই সুযোগ পায়ো তেওঁ বাৰে বাৰে ধন পৰিশোধ কৰাত ব্যৰ্থ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ
প্ৰযুক্তি

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

March 23, 2026
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

March 23, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.