• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

2 months ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

13 minutes ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

50 minutes ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

1 hour ago
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

2 hours ago
দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

4 hours ago
জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

5 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

6 hours ago
পুনৰ বিপদত খান ছাৰ! দেহৰক্ষীৰ অস্ত্ৰ বিহাৰত অবৈধ, কেছ ডায়েৰীত প্ৰকাশ

পুনৰ বিপদত খান ছাৰ! দেহৰক্ষীৰ অস্ত্ৰ বিহাৰত অবৈধ, কেছ ডায়েৰীত প্ৰকাশ

6 hours ago
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

7 hours ago
কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

8 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

editor by editor
May 15, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৌনি ৰয় বুলি ক’লে সকলোৱে চিনি পায়। বলীউডত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনক লৈ যথেষ্ঠ চৰ্চা লাভ কৰিছে। ডুবাইৰ ব্যৱসায়ী সুৰজ নাম্বিয়াৰৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰিছে। উদ্যোগটোৰ অন্যতম সুখী দম্পতী হিচাপে পৰিচিত এই দম্পতীৰ আনুষ্ঠানিক বিচ্ছেদৰ খবৰে অনুৰাগীসকল স্বাভাৱিকতে স্তম্ভিত কৰি তুলিছে। এই বিচ্ছেদৰ মাজতে পুনৰ ছচিয়েল মিডিয়াত ওলাই আহিছে সুৰজৰ এটি পুৰণি সাক্ষাৎকাৰ। য’ত সুৰজে নিজেই স্পষ্ট কৰি দিছে যে বিবাহৰ ভেটিটো আচলতে কঠিন চৰ্তৰ মাজত গঢ় লৈ উঠিছে!

২০১৯ চনৰ পৰা ডুবাইত আৰম্ভ হৈছিল দুয়োৰে সম্পৰ্ক। প্ৰথম দৃষ্টিতে দেখি প্ৰেমত পৰিছিল যদিও, শীঘ্ৰে প্ৰেম বিবাহলৈ পৰিণত হৈছিল। প্ৰায় তিনি বছৰ ধৰি ডেটিং কৰাৰ পিছত ২০২২ চনৰ জানুৱাৰী মাহত মৌনি আৰু সুৰজে ৰাজকীয় ধৰণে বিবাহৰ অনুষ্ঠান আয়োজিত কৰে। কিন্তু বাহিৰৰ পৰা যিমানেই মৰমীয়াল যেন নালাগিলেও, তাৰ আঁৰৰ কাহিনী একেবাৰে পৃথক আছিল। সুৰজে আৰম্ভণিৰে পৰা বিবাহৰ বিৰোধী আছিল। কিন্তু মৌনীয়ে স্পষ্টকৈ কয় যে তেওঁ কেৱল প্ৰেমত নহয়, পৰিয়াল গঢ়িব বিচাৰে।

সেই পুৰণি সাক্ষাৎকাৰটোত সুৰজে নিজেই স্বীকাৰ কৰে যে, “মই কিছু সময় বিচাৰিছিলো। কিন্তু মৌনিয়ে স্পষ্টকৈ কৈছিল যে আমি বিবাহপাশত আৱদ্ধ নহ’লে আমাৰ ৰাস্তা সদায় পৃথক পৃথক হ’ব। ময়ো তেওঁক হেৰুৱাৰ ভয়ত একেলগে থাকিবলৈ মান্তি হৈছিলো।” পিছলৈ মৌনীয়ে তেওঁক মুম্বাইৰ জীৱনশৈলীৰ লগত খাপ খুৱাবলৈ সকলো প্ৰকাৰে সহায় কৰিছিল আৰু সুৰজে তেওঁলোকৰ যাত্ৰাক সুন্দৰ বুলি অভিহিত কৰিছিল।

আনহাতে, মৌনীয়েও এবাৰ কৈছিল যে সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে বুজাবুজি গঢ় লৈ উঠিছিল। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে ইজনে সিজনৰ ব্যস্ততাক সন্মান জনাই কেনেকৈ ভাল সময় উপভোগ কৰিছিল সেই বিষয়েও কয়। কিন্তু হয়তো কোনেও ভবা নাছিল যে চৰ্তৰে আৰম্ভ হোৱা প্ৰেম কাহিনী ইমান সোনকালে শেষ হ’ব। জীৱনৰ সকলো আৱেগ, প্ৰেম আৰু স্মৃতি একাষৰীয়া কৰি অৱশেষত মৌনি আৰু সুৰজে বিবাহ বিচ্ছেদৰ পথ বাছি লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24bollywood news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?
জীৱনশৈলী

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

June 29, 2026
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!
অপৰাধ

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

June 29, 2026
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?
বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

June 29, 2026
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?
নিয়োগ

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

June 29, 2026
Next Post
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.