• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিগাৰেট সেৱনকাৰী বলীউডৰ তাৰকা, কিয় ধঁপাত ত্যাগ কৰিলে এই তাৰকাসকলে?

চিগাৰেট সেৱনকাৰী বলীউডৰ তাৰকা, কিয় ধঁপাত ত্যাগ কৰিলে এই তাৰকাসকলে?

4 years ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

16 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

1 hour ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

2 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

2 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

3 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

5 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

6 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

6 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

7 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চিগাৰেট সেৱনকাৰী বলীউডৰ তাৰকা, কিয় ধঁপাত ত্যাগ কৰিলে এই তাৰকাসকলে?

editor by editor
May 31, 2022
in চিনেমা, বিবিধ
0
চিগাৰেট সেৱনকাৰী বলীউডৰ তাৰকা, কিয় ধঁপাত ত্যাগ কৰিলে এই তাৰকাসকলে?
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস৷ মাৰাত্মক ধঁপাতৰ সেৱন কৰিয়ে সমগ্ৰ বিশ্বত বছৰি কেইবালাখ লোক মৃত্যুমুখত পৰে। সাধাৰণ লোককে ধৰি বহু তাৰকা শিল্পীও ধঁপাত সেৱন কৰে।

বলীউডৰ একাংশ তাৰকা ধঁপাত সেৱনত আসক্ত আছিল যদিও এটা সময়ত ধঁপাতৰ নিচাৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হয়। ধঁপাতৰ নিচাৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হোৱা বলীউডৰ তাৰকাসকলৰ বিষয়ে তলত উল্লেখ কৰা হৈছে৷

বলীউডৰ ‘ভাইজান’খ্যাত ছলমান খান এজন নিয়মিত ধঁপাত সেৱনকাৰী অভিনেতা আছিল। ধঁপাতৰ সেৱন কৰি  বিভিন্ন সমস্যা পোৱাত পৰৱৰ্তী সময়ত ধঁপাত সেৱন ত্যাগ কৰে।

এসময়ত গ্ৰীক গড খ্যাত বলীউডৰ অভিনেতা ঋত্বিক ৰোশনেও অত্যধিক ধঁপাত সেৱন কৰিছিল। ‘ক্ৰিছ’ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ দিনৰে পৰা ঋত্বিকে ধঁপাত সেৱন কৰিছিল। ২০২০ বৰ্ষত ঋত্বিকে ‘WAR’ চলচ্চিত্ৰৰ প্ৰচাৰৰ সময়ত ধঁপাত ত্যাগ কৰাৰ কথা সদৰি কৰে।

ঋত্বিকে ধঁপাতক মাৰাত্মক ভাইৰাছ বুলি অভিহিত কৰিছে। ধঁপাতৰ নিচাত প্ৰখ্যাত মডেল তথা অভিনেতা অৰ্জুন ৰামপালো আসক্ত আছিল। প্ৰখ্যাত অভিনেতাগৰাকীয়ে স্কুলত পঢ়া দিনৰে পৰা ধঁপাত সেৱন কৰিছিল।

২০২০ চনৰ দেশজুৰি হোৱা লকডাউনৰ সময়ত পুত্ৰ আৰিকে তেওঁক ধঁপাত সেৱন ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল।

ধপাতৰ কৰাঁল গ্ৰাসত বলীউডৰ নবাব খ্যাত অভিনেতা শ্বঈফ আলী খানো পৰিছিল। শ্বঈফ আলী খান হৃদজনিত সমস্যাত পৰি ৩৬ বছৰ বয়সত ধঁপাত এৰিবলৈ বাধ্য হৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBOLLYWOOD SMOKER
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
Next Post
দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?

দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?

কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?

কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.