• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ কোটি ৭৫ লাখ ক্ষতিপূৰণেৰে শেষ হ’ল ক্ৰিকেটাৰ যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বৈবাহিক সম্পৰ্ক

৪ কোটি ৭৫ লাখ ক্ষতিপূৰণেৰে শেষ হ’ল ক্ৰিকেটাৰ যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বৈবাহিক সম্পৰ্ক

1 year ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

2 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

2 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

3 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

3 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

4 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

4 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

5 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

6 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

7 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

9 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪ কোটি ৭৫ লাখ ক্ষতিপূৰণেৰে শেষ হ’ল ক্ৰিকেটাৰ যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বৈবাহিক সম্পৰ্ক

৪ কোটি ৭৫ লাখ ক্ষতিপূৰণেৰে শেষ হ’ল ক্ৰিকেটাৰ যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বৈবাহিক সম্পৰ্ক

editor by editor
March 21, 2025
in জীৱনশৈলী
0
৪ কোটি ৭৫ লাখ ক্ষতিপূৰণেৰে শেষ হ’ল ক্ৰিকেটাৰ যুজবেন্দ্ৰ আৰু ধনশ্ৰীৰ বৈবাহিক সম্পৰ্ক
0
SHARES
882
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ অৰ্থাৎ ২২ মাৰ্চৰ পৰা আৰম্ভ আই পি এল৷ তাৰপূৰ্বেই বৃহস্পতিবাৰে পাঞ্জাৱ কিংছৰ ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে৷ সোঁহতীয়া এই লেগ ব্ৰেক বোলাৰে বোম্বে হাই কৰ্টৰ নিৰ্দেশ মানি তেওঁ পত্নী ধনশ্ৰী ভাৰ্মাক ক্ষতিপূৰণ হিচাপে ৪ কোটি ৭৫ লাখ টকা দিবলৈ ৰাজী হৈছে৷ কৰিঅ’গ্ৰাফাৰ ধনশ্ৰীৰ সৈতে যুজবেন্দ্ৰৰ বিয়া হৈছিল ২০২০ চনত৷

বিগত বছৰত তেওঁলোকৰ সম্পৰ্কৰ অৱনতি হয়৷ ছচিয়েল মিডিয়াৰ পৰা দুজনেই নিজৰ একেলগে থকা সমূহ ফটো ডিলিটো কৰিছে৷ ইয়াৰ সৈতে এজনে আনজনক আনফলোও কৰিছে৷ ২০২২ চনৰ পৰা দুয়ো পৃথকে পৃথকেই আছে৷

বিগত ২০ ফেব্ৰুৱাৰীত দুজনেই বিবাহ বিচ্ছেদৰত গোচৰ তৰিছিল৷ হিন্দু বিবাহ আইন অনুসৰি বিবাহ বিচ্ছেদৰ পূৰ্বে ৬মাহ পৃথকে থকাৰ নিয়ম৷ অতীতত দীৰ্ঘদিন পৃথকে থকাটোক আদালতে নধৰে৷ যুজবেন্দ্ৰই এই ছমাহৰ ভিতৰতেই ২ কোটি ৩৭লাখ ৫৫ হাজাৰ টকা ধনশ্ৰীক দিছে৷ কৰ্টৰ নিৰ্দেশত বাকী থকা ধনো দিবলৈ ৰাজি হোৱাত দুয়োৰে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?
বাণিজ্য

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

August 9, 2026
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!
জীৱনশৈলী

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

August 9, 2026
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
জীৱনশৈলী

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

August 9, 2026
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য
জীৱনশৈলী

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

August 9, 2026
Next Post
PNBত ২০০০ দিনৰ বাবে ৪লাখ টকাৰ FD কৰিছে? মেচিউৰিটিত কিমান ৰিটাৰ্ণ পাব?

PNBত ২০০০ দিনৰ বাবে ৪লাখ টকাৰ FD কৰিছে? মেচিউৰিটিত কিমান ৰিটাৰ্ণ পাব?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.