• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PNBত ২০০০ দিনৰ বাবে ৪লাখ টকাৰ FD কৰিছে? মেচিউৰিটিত কিমান ৰিটাৰ্ণ পাব?

PNBত ২০০০ দিনৰ বাবে ৪লাখ টকাৰ FD কৰিছে? মেচিউৰিটিত কিমান ৰিটাৰ্ণ পাব?

1 year ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

3 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

3 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

3 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

4 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

4 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

5 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

6 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

7 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

8 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

9 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PNBত ২০০০ দিনৰ বাবে ৪লাখ টকাৰ FD কৰিছে? মেচিউৰিটিত কিমান ৰিটাৰ্ণ পাব?

PNBত ২০০০ দিনৰ বাবে ৪লাখ টকাৰ FD কৰিছে? মেচিউৰিটিত কিমান ৰিটাৰ্ণ পাব?

editor by editor
March 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
PNBত ২০০০ দিনৰ বাবে ৪লাখ টকাৰ FD কৰিছে? মেচিউৰিটিত কিমান ৰিটাৰ্ণ পাব?
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱ নেশ্ব্যনেল বেংক দেশৰ অন্যতম বৃহৎ ৰাষ্ট্ৰায়াত্ত বেংক৷ ৭দিনৰ পৰা আৰম্ভ কৰি ১০ বছৰ পৰ্যন্ত ম্যাদত ফিক্সড ডিপোজিট কৰিব পাৰে গ্ৰাহকে৷ ম্যাদ অনুসৰি সুদৰ হাৰো ভিন্ন৷ বৰ্তমান ১৯৮৬ দিনৰ পৰা আৰম্ভ কৰি ১০ বছৰ পৰ্যন্ত ম্যাদত সুদৰ হাৰ ৬.৫০শতাংশ দিছে পি এন বিয়ে৷ প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ ৭.৩০শতাংশ৷

৭ৰ পৰা ৪৫ দিনৰ ভিতৰত সুদৰ হাৰ সাধাৰণ গ্ৰাহকৰ বাবে ৩.৫ শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৪শতাংশ আৰু বিশেষ গ্ৰাহকৰ বাবে ৪.৩ শতাংশ৷ ৪৬ৰ পৰা ৯০ দিনৰ ক্ষেত্ৰত এই হাৰ বাঢ়ি যথাক্ৰমে ৪.৫শতাংশ, ৫শতাংশ আৰু ৫.৩শতাংশ হয়৷ ৯১ৰ পৰা ১৭৯ দিনৰ বাবে সুদৰ হাৰ ৫.৫শতাংশ, ৬শতাংশ আৰু ৬.৩শতাংশ৷ ১৮০ৰ পৰা ২৭০ দিনৰ ম্যাদত ৬.২৫শতাংশ, ৬.৭৫শতাংশ আৰু ৭.০৫শতাংশ আৰু ২৭১ দিনৰ পৰা ২৯৯ দিনৰ ক্ষেত্ৰত ৬.৫শতাংশ, ৭শতাংশ আৰু ৭.৩শতাংশ৷

৩০০ দিনৰ ম্যাদত সুদৰ হাৰ সকলোতকৈ বেছি৷ সাধাৰণ গ্ৰাহকৰ বাবে এই হাৰ ৭.০৫শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৭.৫৫শতাংশ আৰু বিশেষ গ্ৰাহকৰ বাবে ৭.৮৫শতাংশ৷ ৩০৪ দিনৰ পৰা এবছৰৰ কম সময়ৰ বাবে সুদ ৬.৫শতাংশ, ৭শতাংশ আৰু ৭.৩শতাংশ৷ ১ বছৰ বা ৩৯৯ দিনৰ বাবে সুদৰ হাৰ ৬.৮শতাংশ, ৭.৩শতাংশ আৰু ৭.৬শতাংশ হয়৷ ৪০০ দিনৰ বাবে এই হাৰ বাঢ়ি হয় ৭.২৫শতাংশ, ৭.৭৫শতাংশ আৰু ৮.০৫শতাংশ৷ ৫০৬ দিনৰ বাবে সুদ সামান্য কমি যথাক্ৰমে ৬.৭শতাংশ আৰু ৭.২শতাংশ আৰু ৭.৫শতাংশ হয়৷

যদি কোনো ব্যক্তিয়ে ২ হাজাৰ দিন ম্যাদত ৪লাখ টকাৰ ফিক্সড ডিপোজিট কৰে তেন্তে মেচিউৰিটিৰ সময়ত তেওঁ কিমান টকা ৰিটাৰ্ণ পাব? ফিক্সড ডিপোজিট কেলকুলেটৰৰ পৰা সহজেই এই হিচাপ কৰিব পাৰিব৷ FD কেলকুলেটৰ অনুসৰি ২ হাজাৰ দিন ম্যাদত ৬.৫০শতাংশ সুদৰ হাৰত ৪লাখৰ বিনিয়োগ কৰিলে মেচিউৰিটিত ৫,৬৯,৫০৪টকা পাব৷ প্ৰবীণ নাগৰিকে আৰু বেছি ৰিটাৰ্ণ পাব৷ কাৰণ সুদৰ হাৰ বেছি৷ তেওঁলোকৰ ক্ষেত্ৰত ৰিটাৰ্ণ হব ৫,৯৪,৫৮১টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?
বাণিজ্য

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

August 9, 2026
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!
জীৱনশৈলী

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

August 9, 2026
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

August 9, 2026
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
জীৱনশৈলী

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

August 9, 2026
Next Post
৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ

বুধৰ মেষত প্ৰৱেশৰ লগে লগে কঁপাল খুলিব, অৰ্থ সম্পদ বাঢ়িব এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.