• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপাৰ্জন কৰিলেও স্বামীৰ পৰা ভৰণপোষণ বিচাৰিব পাৰিব পত্নীয়েঃ বম্বে হাইকৰ্ট

উপাৰ্জন কৰিলেও স্বামীৰ পৰা ভৰণপোষণ বিচাৰিব পাৰিব পত্নীয়েঃ বম্বে হাইকৰ্ট

8 months ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

38 minutes ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 hour ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

24 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

1 day ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উপাৰ্জন কৰিলেও স্বামীৰ পৰা ভৰণপোষণ বিচাৰিব পাৰিব পত্নীয়েঃ বম্বে হাইকৰ্ট

উপাৰ্জন কৰিলেও স্বামীৰ পৰা ভৰণপোষণ বিচাৰিব পাৰিব পত্নীয়েঃ বম্বে হাইকৰ্ট

editor by editor
June 27, 2025
in বিবিধ, ভাৰত, লেখা
0
উপাৰ্জন কৰিলেও স্বামীৰ পৰা ভৰণপোষণ বিচাৰিব পাৰিব পত্নীয়েঃ বম্বে হাইকৰ্ট
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুগান্তকাৰী ৰায় দিছে বম্বে হাইকৰ্টে৷ স্ত্ৰীয়ে উপাৰ্জন কৰিলেও স্বামীৰ পৰা তেওঁৰ ভৰণপোষণৰ টকা লোৱাৰ অধিকাত আছে৷ সম্প্ৰতি এক পাৰিবাৰিক গোচৰত এই ৰায় দিছে বম্বে হাইকৰ্টে৷ ৰায়ত কোৱা হৈছে যে বিবাহিত জীৱনত মহিলাই যি জীৱনযাত্ৰাত অভ্যস্ত আছিল, বিবাহ বিচ্ছেদৰ পাছতো সেয়া বজায় ৰখাৰ বাবে যথেষ্ট নহয়, অৱশ্যেই স্বামীয়ে তেওঁৰ ভৰণ পোষণৰ দায়িত্ব লব লাগিব৷

পাৰিবাৰিক আদালতৰ ৰায় বাহাল বম্বে হাইকৰ্টৰ

সূত্ৰৰ খবৰ অনুসৰি সম্প্ৰতি বম্বেৰ পাৰিবাৰিক আদালতৰ ৰায়ক চেলেঞ্জ কৰি এগৰাকী ব্যক্তিয়ে বিবাহবিচ্ছেদৰ এক গোচৰ তৰিছিল বম্বে হাইকৰ্টত৷ ন্যায়াধীশ মঞ্জুষা দেশপাণ্ডে সেই গোচৰৰ খাৰিজ কৰি দিয়ে৷ মুম্বাইৰ সেই ব্যক্তিক পাৰিবাৰিক আদালতে নিৰ্দেশ দিছিল যে বিবাহবিচ্ছেদৰ পাছত পত্নীক প্ৰতিমাহে ১৫০০০ টকা ভৰণপোষণ দিয়ক৷ সেই ৰায়কেই চেলেঞ্জ কৰি বম্বে হাইকৰ্টত আপিল কৰিছিল সেই ব্যক্তিয়ে৷

পত্নীৰ বিৰুদ্ধে কি অভিযোগ আনিছিল স্বামীয়ে?

সেই দম্পতিয়ে ২০১২ চনৰ ২৮ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল৷ স্বামীৰ অভিযোগ, ২০১৫ চনৰ পৰা তেওঁৰ পত্নী আৰু নিজ পিতৃ মাতৃৰ সৈতে থাকিবলৈ আৰম্ভ কৰে৷ সেই বিষয়ক লৈয়েই তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটে৷ আনকি পত্নী ইচ্ছানুযায়ী এটা নতুন ফ্লেটো ক্ৰয় কৰিছিল ব্যক্তিগৰাকীয়ে৷ কিন্তু পত্নী তেওঁৰ কাষলৈ নাহিল৷ পৰিবৰ্তে তেওঁ এনে কিছু চৰ্ত আৰোপ কৰিছিল যি পূৰণ কৰাটো সেই ব্যক্তিৰ পক্ষে অসম্ভৱ আছিল৷

আদালতে কি প্ৰশ্ন কৰিছে দুই পক্ষৰ আইনজীৱীক?

স্বামীৰ পক্ষৰ আইনজীৱী শশীপাল শংকৰে জনাই যে পত্নী স্কুল শিক্ষিকা, মাহিলী ২১,৮২০ টকা আয় কৰে৷ টিউছন পঢ়াই অতিৰিক্ত বাৰ্ষিক ২০০,০০০ টকা আয় কৰে৷ ইয়াৰোপৰি তেওঁৰ আছে মোটা অংকৰ সঞ্চয়৷ সকলোমিলি তেওঁৰ আয় জীৱনযাপনৰ ক্ষেত্ৰত যথেষ্ট৷ অন্যহাতে আদালতে পত্নীৰ আইনজীৱী এছ এছ ডুবেই জনাই যে মহিলাগৰাকীৰ স্বামী এটা নামী কোম্পানীত কৰ্মৰত৷ তেওঁৰ দৰমহা কেইবালাখ টকা৷ ইয়াৰোপৰি আৰু কিছু আৰ্থিক সম্পদো আছে৷ তাৰপিছতো তেওঁ পত্নীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে৷

আদালতে দুই পক্ষৰ মত শুনাৰ পাছতেই জনায় যে, পত্নীৰ উপাৰ্জন আছে বুলিয়েই স্বামীৰ সাহায্যৰ পৰা বঞ্চিত হব বুলি ন্যায়ত কোনো কথা উল্লেখ নাই৷ ন্যায় অনুসৰি পত্নীয়ে স্বামীৰ পৰা ভৰণ পোষণ পাব লাগে৷ আদালতে লগতে সেই কথাও পৰ্যবেক্ষণ কৰিছে য’ত পত্নী আৰু তেওঁৰ উপাৰ্জনৰ যথেষ্ট ব্যৱধান আছে৷ পত্নীৰ ভৰণ পোষণৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত পলৰীয়া সিদ্ধান্ত স্বামীয়ে কোনো কাৰণতেই লব নোৱাৰিব৷ তাৰসলনি তেওঁৰ ভৰণ পোষণৰ সম্পূৰ্ণ দায়িত্ব স্বামীগৰাকীয়ে লব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
গল্ড ঋণ ল’লে আপোনাৰ ক্ৰেডিট স্কোৰ বাঢ়ে নে কমে? জানি থওক গল্ড ঋণৰ বিতং তথ্য

গল্ড ঋণ ল’লে আপোনাৰ ক্ৰেডিট স্কোৰ বাঢ়ে নে কমে? জানি থওক গল্ড ঋণৰ বিতং তথ্য

ৰথত ৰছীত টান পৰিলেই ভাঁহি আহে মা দুৰ্গাৰ আবাহন বাৰ্তা, কেতিয়াৰে পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গাপূজা? এইবাৰ কিহত আগমন কিহত গমন কৰিব দেৱী দুৰ্গাই?

ৰথত ৰছীত টান পৰিলেই ভাঁহি আহে মা দুৰ্গাৰ আবাহন বাৰ্তা, কেতিয়াৰে পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গাপূজা? এইবাৰ কিহত আগমন কিহত গমন কৰিব দেৱী দুৰ্গাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.