• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৌদ্ধ পূৰ্ণিমাৰ দিনা নকৰিব এই কাম, অন্যথা দৰিদ্ৰতা চিৰকালৰ সংগী হৈ পৰিব আপোনাৰ

2 years ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

26 minutes ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

43 minutes ago
জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

1 hour ago
মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

2 hours ago
মাজনিশা হঠাৎ ভৰিৰ পেশি শিথিল হৈ পৰে? জানি থওক ইয়াৰ কাৰণ আৰু মুক্তিৰ উপায়

ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

3 hours ago
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

খাদ্যগ্ৰহণৰ পাছত লগে লগে শুই পৰে বা বহি থাকে? সাৱধান, এই অভ্যাসেই বঢ়াই ৫ৰোগৰ সম্ভাৱনা

5 hours ago
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

একেবাৰতেই ৩টকাকৈ বাঢ়িল পেট্ৰল আৰু ডিজেলৰ দাম, অসমত কিমান টকাত পাব পেট্ৰল?

6 hours ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

18 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৌদ্ধ পূৰ্ণিমাৰ দিনা নকৰিব এই কাম, অন্যথা দৰিদ্ৰতা চিৰকালৰ সংগী হৈ পৰিব আপোনাৰ

বৌদ্ধ পূৰ্ণিমাৰ দিনা নকৰিব এই কাম, অন্যথা দৰিদ্ৰতা চিৰকালৰ সংগী হৈ পৰিব আপোনাৰ

editor by editor
May 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বৌদ্ধ পূৰ্ণিমাৰ দিনা নকৰিব এই কাম, অন্যথা দৰিদ্ৰতা চিৰকালৰ সংগী হৈ পৰিব আপোনাৰ
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত পূৰ্ণিমা তিথিক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এবছৰত মুঠ ১২টা পূৰ্ণিমা তিথি থাকে। ইয়াৰে এটা হ’ল বৌদ্ধ পূৰ্ণিমা৷  চলিত বৰ্ষৰ ২৩ মে’ বৃহস্পতিবাৰে পৰিছে বৌদ্ধ পূৰ্ণিমা। বৌদ্ধ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীক পূজা কৰা হয়। বিশ্বাস কৰা হয় যে বৌদ্ধ পূৰ্ণিমাৰ দিনা দেৱী লক্ষ্মীয়ে ঘৰত বাস কৰে। সেয়ে বৌদ্ধ পূৰ্ণিমাৰ দিনটোত আমি কিছু কাম কৰাৰ পৰা বিৰত থাকিব লাগে, নহ’লে দেৱী লক্ষ্মী ৰুষ্ট হৈ পৰে৷

বৌদ্ধ পুৰ্ণিমাৰ দিনা সুৰাপানৰ ওপৰিও নকৰিব এই কাম

এই দিনটোত লক্ষ্মীয়ে ৮টা ঐশ্ব্যৰিক ৰূপ লৈ পৃথিৱীত বিচৰণ কৰে৷ এই দিনটোত দেৱী লক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰে৷ এই পৰিস্থিতিত এটা কথা মন কৰিবলগীয়া যে বৌদ্ধ পূৰ্ণিমাৰ দিনা মাংস, মদ, ধূমপান আদি কৰিব নালাগে৷

এই সামগ্ৰী দান নকৰিব

বৌদ্ধ পূৰ্ণিমাৰ দিনটোত কোনো ক’লা বস্তু যেনে ক’লা দালি, ক’লা কাপোৰ, ক’লা তিল আদি দান কৰাটো উচিত নহয়৷ কাৰণ এই দিনটোত ক’লা বস্তু দান কৰিলে ৰাহুৰ কু-প্ৰভাৱ বৃদ্ধি পায়৷ ৰাহুৰ কু-প্ৰভাৱৰ বাবে ঘৰত ঋণাত্মক শক্তিৰ প্ৰবাহ বাঢ়িবলৈ ধৰে৷

এই ৰঙৰ কাপোৰ নিপিন্ধিব

বৌদ্ধ পূৰ্ণিমাৰ দিনটোত ক’লা-বগা দুই ৰঙৰ কাপোৰ পিন্ধিব নালাগে৷ এই দিনটোত এই দুই ৰঙৰ কাপোৰ পৰিধান কৰাটো অশুভ বুলি গণ্য কৰা হয়৷ লগতে ক’লা ৰঙে নেতিবাচক শক্তিৰ সঞ্চাৰণ কৰে ইফালে বগা ৰঙৰ কুপ্ৰভাৱত পৰিয়ালত বিসংগতি বৃদ্ধি পায় আৰু শান্তি বিঘ্নিত হয়৷

কাকো অপমান নকৰিব

পূৰ্ণিমাৰ দিনা চিন্তা-বাক্য-কৰ্মত পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠজনক কোনো ধৰণৰ অপব্যৱহাৰ বা অপমান কৰাটো উচিত নহয়৷ ইয়াৰ ফলত দেৱতাৰ লগতে পূৰ্বপুৰুষৰ খং উঠে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক
জীৱনশৈলী

May 15, 2026
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?
জীৱনশৈলী

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

May 15, 2026
জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?
জীৱনশৈলী

জুনৰ মাজভাগৰ পৰাই ভাগ্যৰ চকা ঘূৰিব ৪ৰাশিৰ, কাৰ কাৰ ঘৰলৈ লক্ষ্মী আহিব?

May 15, 2026
মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?
জীৱনশৈলী

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

May 15, 2026
Next Post
পৰিবহণ বিভাগৰ নতুন নিয়মঃ ড্ৰাইভিং টেষ্ট নিদিয়াকৈ লাভ কৰিব লাইছেঞ্চ, কি উপায়েৰে কৰিব আবেদন?

KKRক আকৌ মাতিছে ট্ৰফীয়ে…এটা দশকৰ পাছত গৌতম গম্ভীৰৰ নেতৃত্বত ট্ৰফী হাতত তুলি লোৱাৰ সপোনলৈ মাজত মাত্ৰ এটা ঢাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন