• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
KKRক আকৌ মাতিছে ট্ৰফীয়ে…এটা দশকৰ পাছত গৌতম গম্ভীৰৰ নেতৃত্বত ট্ৰফী হাতত তুলি লোৱাৰ সপোনলৈ মাজত মাত্ৰ এটা ঢাপ

KKRক আকৌ মাতিছে ট্ৰফীয়ে…এটা দশকৰ পাছত গৌতম গম্ভীৰৰ নেতৃত্বত ট্ৰফী হাতত তুলি লোৱাৰ সপোনলৈ মাজত মাত্ৰ এটা ঢাপ

2 years ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

24 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

11 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

11 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

12 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

12 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

12 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

13 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

16 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

16 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

18 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

18 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

KKRক আকৌ মাতিছে ট্ৰফীয়ে…এটা দশকৰ পাছত গৌতম গম্ভীৰৰ নেতৃত্বত ট্ৰফী হাতত তুলি লোৱাৰ সপোনলৈ মাজত মাত্ৰ এটা ঢাপ

KKRক আকৌ মাতিছে ট্ৰফীয়ে…এটা দশকৰ পাছত গৌতম গম্ভীৰৰ নেতৃত্বত ট্ৰফী হাতত তুলি লোৱাৰ সপোনলৈ মাজত মাত্ৰ এটা ঢাপ

editor by editor
May 22, 2024
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
KKRক আকৌ মাতিছে ট্ৰফীয়ে…এটা দশকৰ পাছত গৌতম গম্ভীৰৰ নেতৃত্বত ট্ৰফী হাতত তুলি লোৱাৰ সপোনলৈ মাজত মাত্ৰ এটা ঢাপ
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাঁহি হাঁহি বিশ্বৰ সকলোতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামত ধামাকা দেখুৱালে KKR টীমে৷ এইবাৰৰ আইপিএলত প্ৰথম কোৱালিফায়াৰত হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত বিজয় সাব্যস্ত কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে৷ তৃতীয় আইপিএলত ট্ৰফীৰ পৰা আৰু মাত্ৰ এঢাপ দূৰৈত ৰৈ আছে কলকাতা নাইট ৰাইডাৰ্ছ৷ গৌতম গম্ভীৰৰ নেতৃত্বত KKR শিৱিৰলৈ সোণালী সময় যেন ঘূৰি আহিছে৷ ১৭সংখ্যক আইপিএলত ফাইনেলিষ্ট দল হৈছে KKR,  কেকেআৰ দলৰ গন্তব্যস্থান এইবাৰ চিন্নাস্বামী৷ সেই ষ্টেডিয়ামতেই চূড়ান্ত হ’ব আইপিএলৰ দৌৰ৷

সেই চিন্নাস্বামী, আকৌ আইপিএলৰ ফাইনেল…

দেওবাৰে অনুষ্ঠিত হ’ব আইপিএলৰ ফাইনেল মেচ৷ এইবাৰ চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিব KKRয়ে৷ এইবাৰ এম চিন্নাস্বামী ষ্টেডিয়ামত KKRৰে পুনৰাবৃত্তি কৰিব নেকি ২০১২ আৰু ২০১৪ চনৰ ইতিহাস৷ কাৰণ ২০১২ চনৰ ফাইনেল হৈছিল ২৭মে চিন্নাস্বামী ষ্টেডিয়ামতেই৷ সেইবাৰ চেন্নাইক হৰুৱাই আইপিএলৰ খিতাপ জয় কৰিছিল KKRয়ে৷  এইবাৰৰ ফাইনেল খেল আছে ২৬মেত৷ ২০১৪ চনৰ ফাইনেলো চিন্নাস্বামীতেই হৈছিল৷ তাতেই কিংছ ইলেভেন পঞ্জাৱ বৰ্তমানৰ পঞ্জাৱ কিংছক হৰুৱাই KKRয়ে দ্বিতীয়বাৰ আইপিএল ট্ৰফি জয় কৰে৷ এক দশকৰ পাছত আইপিএলত আকৌ এবাৰ সেই বিশেষ দিনৰেই পুনৰাবৃত্তি দেখা যাব বুলি আশাবাদী হৈ পৰিছে বহুজন৷

২৬মেত আইপিএলৰ ফাইনেল খেলিব শ্ৰেয়ছ আয়াৰৰ নেতৃত্বত KKR দলে৷ এইবাৰৰ আইপিএলৰ খিতাপ জয়ৰ অন্যতম দাবীদাৰ হৈছে KKR৷ প্ৰত্যেকজন খেলুৱৈয়ে নিজৰ সৰ্বচ্চ উজাৰি দিছে খেলত৷ গৌতম গম্ভীৰ নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হৈ আহিয়েই সলনি কৰি দিছে দলটোক৷ নতুন এটা যুঁজাৰু মনৰ জন্ম হৈছে প্ৰতিজন খেলুৱৈৰ মনত৷ জেদ সোমাই পৰিছে খেলুৱৈৰ মনত৷ গৌতম গম্ভীৰৰ নেতৃত্বত ২বাৰকৈ আইপিএলত পৰাস্ত হোৱাৰ পাছত এইবাৰ কিন্তু সকলোপ্ৰকাৰে যুঁজত নামি পৰিছে KKRদল৷  KKRদলে গৌতম গম্ভীৰৰ নেতৃত্বত চাপমুক্ত হৈ খেলিব পাৰিছে বুলিও বহু ক্ৰিকেট বিশ্লেষকে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
Next Post
১০০ বছৰ পাছত বৃষত চতুৰ্গ্ৰহী যোগ, অপাৰ ধন লাভ কৰিব ৩ ৰাশিৰ জাতকে

১০০ বছৰ পাছত বৃষত চতুৰ্গ্ৰহী যোগ, অপাৰ ধন লাভ কৰিব ৩ ৰাশিৰ জাতকে

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.