• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম মানি নোলোৱাৰ বাবেই বেলতলাত যুৱকে ছুৰীৰে আক্ৰমণ কৰিলে যুৱতীক, হাস্পতালত ভৰ্তি

প্ৰেম মানি নোলোৱাৰ বাবেই বেলতলাত যুৱকে ছুৰীৰে আক্ৰমণ কৰিলে যুৱতীক, হাস্পতালত ভৰ্তি

2 years ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

28 seconds ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

28 minutes ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

1 hour ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

2 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

2 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

3 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

6 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

7 hours ago
ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

ৰক বেণ্ডৰ ড্ৰামাৰ Paiceক কিয় জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে কৈছিল ‘You are my god’

8 hours ago
ডিমেনচিয়াৰ আশংকা কমাবলৈ গঢ়ি তোলক এই অভ্যাস

বয়সৰ লগে লগে বাঢ়ি আহে ডিমেনচিয়াৰ আশংকা! গঢ়ি তোলক এই অভ্যাস

9 hours ago
চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

চীনা APP BAT-BMSৰ উপদ্ৰৱত ই-ৰিক্সা চালকৰ হাৰাশাস্তি ! চলন্ত অৱস্থাতে বন্ধ হৈ যায় ই-ৰিক্সা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰেম মানি নোলোৱাৰ বাবেই বেলতলাত যুৱকে ছুৰীৰে আক্ৰমণ কৰিলে যুৱতীক, হাস্পতালত ভৰ্তি

editor by editor
May 31, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
প্ৰেম মানি নোলোৱাৰ বাবেই বেলতলাত যুৱকে ছুৰীৰে আক্ৰমণ কৰিলে যুৱতীক, হাস্পতালত ভৰ্তি
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম মানি নোলোৱাৰ বাবেই বেলতলাত যুৱকে ছুৰীৰে আক্ৰমণ কৰিলে যুৱতীক, হাস্পতালত ভৰ্তি

কালি নিশাৰ মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যৰ ঘটনা। এগৰাকী যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই ক্ৰোধান্বিত হৈ যুৱকে ছুৰীৰে আক্ৰমণ কৰি দিয়ে যুৱতীক। যাৰ ফলত বৰ্তমানে হাস্পতালত ভৰ্তি হৈ আছে যুৱতীগৰাকী।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহনগৰীৰৰ বেলতলাস্থিত আস্থা এপাৰ্টমেণ্টত। প্ৰেম প্ৰত্যাখ্যানৰ বাবে যুৱতীক ছুৰীৰে হানি-খুঁচি হত্যাৰ চেষ্টা অমিত ভৌমিক নামৰ যুৱকৰ।

অভিযোগ অনুসৰি, প্ৰেমৰ প্ৰস্তাৱ আৰু একেলগে নিশা কটোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল অতিত ভৌমিকে। সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলায় অমিত ভৌমিকে। যুৱতীগৰাকীৰ মাতৃয়ে লগতে ইয়াকো অভিযোগ তোলে যে, যুৱতীগৰাকীৰ ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল অমিত ভৌমিকে।

যুৱতীগৰাকী মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত। একে প্ৰতিষ্ঠানৰে সহকৰ্মী অমিত ভৌমিকে বিভিন্ন সময়ত প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যুৱতীগৰাকীক। কিন্তু যুৱতীগৰাকীয়ে অমিতৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল। যাৰ বাবে বিভিন্ন সময়ত অমিতে যুৱতীগৰাকীৰ লগতে যুৱতীগৰাকীৰ মাতৃ আৰু ভগ্নীকো ভাবুকি প্ৰদান কৰিছিল।

এই সমগ্ৰ ঘটনাক লৈ যুৱতীগৰাকীয়ে দুদিন পূৰ্বে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। যাৰ ফলত আস্থা এপাৰ্টমেণ্টত থকা তৃতীয় মহলা যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলালে অমিতে। এপাৰ্টমেণ্টটোৰ ছিৰিত যুৱতীগৰাকীক আক্ৰমণ কৰে অমিত ভৌমিকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assambeltolaDispur Police Stationguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
Next Post
তালাচী চলাওতে আচৰিত হৈ পৰে অধিকাৰী, এয়াৰ হোষ্টেছে গোপন অংগত কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ

তালাচী চলাওতে আচৰিত হৈ পৰে অধিকাৰী, এয়াৰ হোষ্টেছে গোপন অংগত কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ

কাইলৈ ৭ম পৰ্যায়ৰ নিৰ্বাচন, মোদীৰ পৰা কংগনালৈ বহু কেইগৰাকী আছে বিশেষ প্ৰাৰ্থী

কাইলৈ ৭ম পৰ্যায়ৰ নিৰ্বাচন, মোদীৰ পৰা কংগনালৈ বহু কেইগৰাকী আছে বিশেষ প্ৰাৰ্থী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.