• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তালাচী চলাওতে আচৰিত হৈ পৰে অধিকাৰী, এয়াৰ হোষ্টেছে গোপন অংগত কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ

তালাচী চলাওতে আচৰিত হৈ পৰে অধিকাৰী, এয়াৰ হোষ্টেছে গোপন অংগত কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

9 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

10 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

10 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

12 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

12 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

13 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

14 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

15 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

16 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তালাচী চলাওতে আচৰিত হৈ পৰে অধিকাৰী, এয়াৰ হোষ্টেছে গোপন অংগত কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ

editor by editor
May 31, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
তালাচী চলাওতে আচৰিত হৈ পৰে অধিকাৰী, এয়াৰ হোষ্টেছে গোপন অংগত কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তালাচী চলাওতে আচৰিত হৈ পৰে অধিকাৰী, এয়াৰ হোষ্টেছে গোপন অংগত কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ

এগৰাকী এয়াৰ হোষ্টেছৰ কাণ্ড দেখি আচৰিত হৈ পৰিছে বিমান প্ৰাধিকৰণ বিভাগ। শৰীৰৰ গোপন অংগত অতি কৌশলেৰে লুকুৱাই আনিছিল ১ কেজি সোণ। সোমৰ আকাৰ দেখি আচৰিত হৈ পৰে সকলো। এয়া ঘটনা এয়ে প্ৰথম সংঘটিত হৈছে ভাৰতবৰ্ষত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কেৰালাৰ কুন্নুৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ এগৰাকী কেবিন ক্ৰু হিচাপে কৰ্মৰত যুৱতীৰ পৰা উদ্ধাৰ হয় ৯৬০ গ্ৰাম সোণ, যি প্ৰায় ১ কেজি।

তালাচীত ধৰা পৰা যুৱতীগৰাকীৰ নাম সুৰভী খাতুন। কলিকতাৰ বাসিন্দা সুৰভীয়ে যৌনাংগত লুকুৱাই আনিছিল সোণখনি। বৰ্তমানে সুৰভীক আটক কৰি ১৪ দিনৰ ৰিমাণ্ডত ৰখা হৈছে।

সুৰভীয়ে সোণ খিনি যি আকাৰ দি লুকুৱাই আনিছিল সেই দেখি আচৰিত হৈ পৰিছে সকলো। পুৰুষৰ গুপ্তাংগৰ আকাৰ হিচাপে গঢ় দি লুকুৱাই আনিছিল সোণখিনি।

জানিব পৰা মতে, সুৰভীয়ে পূৰ্বেও সোণ সৰবৰাহ কৰিছিল। পাছে এনেদৰে গোপন অংগত সোণ লুকুৱাই অনা এয়ে প্ৰথম তাকো ভাৰতৰ ভিতৰতে এয়ে প্ৰথম ঘটনা , য’ত এগৰাকী বিমান পৰিচাৰিকাই সোণ গোপন অংগত লুকুৱাই আনিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Air Hostageair indiaGold SmugglingSmuggling
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
কাইলৈ ৭ম পৰ্যায়ৰ নিৰ্বাচন, মোদীৰ পৰা কংগনালৈ বহু কেইগৰাকী আছে বিশেষ প্ৰাৰ্থী

কাইলৈ ৭ম পৰ্যায়ৰ নিৰ্বাচন, মোদীৰ পৰা কংগনালৈ বহু কেইগৰাকী আছে বিশেষ প্ৰাৰ্থী

একাংশ মানুহে আচলতে মানুহ নহয়,দেৱতুল্য বুলি ভাবে নিজকে! কাক টাৰ্গেট কৰি পোষ্ট দিলে নিলম্বিত কমাণ্ডো পাপৰি কলিতাই?

একাংশ মানুহে আচলতে মানুহ নহয়,দেৱতুল্য বুলি ভাবে নিজকে! কাক টাৰ্গেট কৰি পোষ্ট দিলে নিলম্বিত কমাণ্ডো পাপৰি কলিতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.