• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰস্বতী পূজাৰ দিনাই ৰাজ্য জোকাৰি যোৱা অঘটন, নলবাৰীত দুই প্ৰেমিক-প্ৰেমিকাই…

সৰস্বতী পূজাৰ দিনাই ৰাজ্য জোকাৰি যোৱা অঘটন, নলবাৰীত দুই প্ৰেমিক-প্ৰেমিকাই…

2 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

54 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

1 hour ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

3 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

3 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

3 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

4 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

5 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

7 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰস্বতী পূজাৰ দিনাই ৰাজ্য জোকাৰি যোৱা অঘটন, নলবাৰীত দুই প্ৰেমিক-প্ৰেমিকাই…

editor by editor
February 4, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
সৰস্বতী পূজাৰ দিনাই ৰাজ্য জোকাৰি যোৱা অঘটন, নলবাৰীত দুই প্ৰেমিক-প্ৰেমিকাই…
0
SHARES
9.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰস্বতী পূজাৰ দিনাই ৰাজ্য জোকাৰি যোৱা অঘটন, নলবাৰীত দুই প্ৰেমিক-প্ৰেমিকাই…

সৰস্বতী পূজাৰ দিনা যি সময়ত সকলোফালে পূজাৰ ব্যস্ততা, সেইসময়তে এফালে ৰাজ্যত সংঘটিত হয় এক অঘটন। পূজালৈ বুলি ওলাই গৈ দুই প্ৰেমিক-প্ৰেমিকাই লয় চৰম সিদ্ধান্ত।

ঘৰৰ পৰা ওলাই আহি আৰু উভতি নগল ঘৰলৈ। প্ৰেমিক প্ৰেমিকাই একলগে দুয়োৰে জীৱন শেষ কৰাৰ উদ্দেশ্যৰে ঘৰৰ পৰা ওলাই আহে। এই কৰুণ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাত।

সৰস্বতী পূজাৰ দিনাই ফুৰিবলৈ গৈ নলবাৰী সুৰাদিৰ এহাল কিশোৰ-কিশোৰী সন্ধানহীন হৈ আছিল । পাছত টিহুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দুয়োকে অচেতন অৱস্থাত কৰা উদ্ধাৰ হৈছিল।

ততাতৈয়াকৈ দুয়োকে বৰমাৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। কিন্তু হাস্পতালত ১৭ বছৰীয়া কিশোৰী গৰাকীৰ মৃত্যু হয় । আনহাতে ১৮ বছৰীয়া কিশোৰজন চিকিৎসাধীন হৈ আছে নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত।

চিকিৎসকে জানিব দিয়া মতে, বিহ পান কৰিছিল দুয়ো কিশোৰ-কিশোৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamnalbariPujasaraswati puja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
Next Post
কেইবাদশকৰ অন্তত অৱশেষত নক্সালমুক্ত হ’ল কৰ্ণাটক, শেষ নক্সালবাদী লক্ষ্মীৰ আত্মসমৰ্পণ

কেইবাদশকৰ অন্তত অৱশেষত নক্সালমুক্ত হ'ল কৰ্ণাটক, শেষ নক্সালবাদী লক্ষ্মীৰ আত্মসমৰ্পণ

৬ ফেব্ৰুৱাৰীৰ পৰা জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য, মংগল গ্ৰহ নক্ষত্ৰমণ্ডলত প্ৰৱেশ কৰিব সূৰ্য্য

৬ ফেব্ৰুৱাৰীৰ পৰা জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য, মংগল গ্ৰহ নক্ষত্ৰমণ্ডলত প্ৰৱেশ কৰিব সূৰ্য্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.