• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইবাদশকৰ অন্তত অৱশেষত নক্সালমুক্ত হ’ল কৰ্ণাটক, শেষ নক্সালবাদী লক্ষ্মীৰ আত্মসমৰ্পণ

কেইবাদশকৰ অন্তত অৱশেষত নক্সালমুক্ত হ’ল কৰ্ণাটক, শেষ নক্সালবাদী লক্ষ্মীৰ আত্মসমৰ্পণ

1 year ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

17 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

17 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেইবাদশকৰ অন্তত অৱশেষত নক্সালমুক্ত হ’ল কৰ্ণাটক, শেষ নক্সালবাদী লক্ষ্মীৰ আত্মসমৰ্পণ

editor by editor
February 4, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
কেইবাদশকৰ অন্তত অৱশেষত নক্সালমুক্ত হ’ল কৰ্ণাটক, শেষ নক্সালবাদী লক্ষ্মীৰ আত্মসমৰ্পণ
0
SHARES
251
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেইবাদশকৰ অন্তত অৱশেষত নক্সালমুক্ত হ’ল কৰ্ণাটক, শেষ নক্সালবাদী লক্ষ্মীৰ আত্মসমৰ্পণ

অৱশেষত নক্সালমুক্ত হৈ পৰিল দক্ষিণৰ ৰাজ্য কৰ্ণাটক। কৰ্ণাটকৰ অন্তিমজন নক্সালবাদী লক্ষ্মীৰ দেওবাৰে উডুপিৰ উপ আয়ুক্ত বিদ্যা কুমাৰী আৰু আৰক্ষী অধীক্ষক অৰুণ কেক সাক্ষাৎ কৰি আত্মসমৰ্পণ কৰাৰ পাছকতে নক্সালমুক্ত ঘোষিত হয় কৰ্ণাটক।

বিনাচৰ্তে আত্মসমৰ্পণ কৰে লক্ষ্মীয়ে। আৰক্ষীৰ তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশত আত্মগোপন কৰি থকা লক্ষ্মীৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু হৈছিল।

২০০৭-২০০৮ চনৰ ৰুজু হোৱা এই গোচৰসমূহ- আৰক্ষীৰ সৈতে গুলীচালনা, আক্ৰমণ আৰু গাঁও আৰু সৰু চহৰত মাওবাদী সাহিত্য বিতৰণৰ সৈতে জড়িত।

আৰক্ষীয়ে জনোৱা মতে, লক্ষ্মী মূলতঃ কুণ্ডাপুৰা তালুকৰ মাছাট্টু গাঁৱৰ থোমবট্টুৰত ঘৰ। লক্ষ্মীৰ স্বামী চেলিমো আছিল প্ৰাক্তন নক্সালবাদী, যিয়ে ২০২০ চনত অন্ধ্ৰ প্ৰদেশত আত্মসমৰ্পণ কৰিছিল। প্ৰায় ১৫ বছৰ পূৰ্বে পৰিয়ালৰ সৈতে সম্পৰ্ক ভাঙি লক্ষ্মীয়ে আণ্ডাৰগ্ৰাউণ্ডত সোমাইছিল।

চিক্কামাগালুৰু আৰু উডুপি জিলাত নক্সালবাদী এজেণ্ডাক আগুৱাই নিয়াত সক্ৰিয় আছিল লক্ষ্মী। অৱশেষত ২০২৫ৰ ২ ফেব্ৰুৱাৰী তাৰিখে আত্মসমৰ্পণ কৰে লক্ষ্মীয়ে। লক্ষ্মীৰ আত্মসমৰ্পণৰ লগে লগে নক্সালমুক্ত হৈ পৰে কৰ্নাটক।

আনহাতে আত্মসমৰ্পণৰ পেকেজৰ বাবে মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়াক ধন্যবাদ জ্ঞাপন কৰি লক্ষ্মীয়ে থানাত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ পৰা মুকলি কৰি দিবলৈ জিলা প্ৰশাসনক আবেদন জনায়।

ইয়াৰ উপৰিও কৰ্ণাটকক নক্সালমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰা ২২ জন আৰক্ষী বিষয়া আৰু জোৱানৰ বাবে মুখ্যমন্ত্ৰীৰ পদক ঘোষণা কৰে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: KarnatakNakhsal. Karnataka Nakshal Free
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
Next Post
৬ ফেব্ৰুৱাৰীৰ পৰা জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য, মংগল গ্ৰহ নক্ষত্ৰমণ্ডলত প্ৰৱেশ কৰিব সূৰ্য্য

৬ ফেব্ৰুৱাৰীৰ পৰা জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য, মংগল গ্ৰহ নক্ষত্ৰমণ্ডলত প্ৰৱেশ কৰিব সূৰ্য্য

ভাৰতৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ সিদ্ধন্ত, ভাৰতীয় অবৈধ প্ৰৱেশকাৰীৰ প্ৰথমখন বিমান ভাৰতলৈ ৰাওনা

ভাৰতৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ সিদ্ধন্ত, ভাৰতীয় অবৈধ প্ৰৱেশকাৰীৰ প্ৰথমখন বিমান ভাৰতলৈ ৰাওনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.