• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী-পুত্ৰক ত্যাগ কৰি ভাৰতীয় নিৰাপত্তাৰক্ষীক বিয়া কৰাবলৈ ভাৰত পালেহি ব্ৰাজিলিয়ান মহিলা

স্বামী-পুত্ৰক ত্যাগ কৰি ভাৰতীয় নিৰাপত্তাৰক্ষীক বিয়া কৰাবলৈ ভাৰত পালেহি ব্ৰাজিলিয়ান মহিলা

2 years ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

46 minutes ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

1 hour ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

2 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

3 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

4 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

4 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

5 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

6 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

6 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

7 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

7 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বামী-পুত্ৰক ত্যাগ কৰি ভাৰতীয় নিৰাপত্তাৰক্ষীক বিয়া কৰাবলৈ ভাৰত পালেহি ব্ৰাজিলিয়ান মহিলা

স্বামী-পুত্ৰক ত্যাগ কৰি ভাৰতীয় নিৰাপত্তাৰক্ষীক বিয়া কৰাবলৈ ভাৰত পালেহি ব্ৰাজিলিয়ান মহিলা

editor by editor
November 1, 2024 - Updated on November 2, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
স্বামী-পুত্ৰক ত্যাগ কৰি ভাৰতীয় নিৰাপত্তাৰক্ষীক বিয়া কৰাবলৈ ভাৰত পালেহি ব্ৰাজিলিয়ান মহিলা
0
SHARES
7.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনোৱে হয়তো ক’ব এয়া প্ৰেমৰ টান৷ ব্ৰাজিলৰ এগৰাকী ৫১ বছৰীয়া মহিলা প্ৰেমত পৰিল ৩০ বছৰীয়া এগৰাকী ভাৰতীয় যুৱকৰ সৈতে৷ ছত্তিশগড়লৈ ফুৰিবলৈ আহিছিল এইগৰাকী বিদেশী মহিলা৷ তাতেই তেওঁ লগ পায় পৱন গোৱেল নামৰ ৩০ বছৰ বয়সীয়া নিৰাপত্তাৰক্ষীগৰাকীক৷ দুয়োৰে মাজত তাতেই পৰিচয়ৰো আদান প্ৰদান হয়৷ তেনেকৈ আৰম্ভ প্ৰেম৷

এই প্ৰেমত বয়স, ভাষা একোৱেই হেঙাৰ হ’ব নোৱাৰিলে৷ সামাজিক মাধ্যমত হোৱা আলাপৰ পৰা ফোন নম্বৰলৈকে সালসলনি হওঁতে মাজত বেছি সময়ো নহ’ল৷ নিজৰ ভালপোৱা জাহিৰ কৰিবলৈ এজনেও যেন পিছপৰি নৰ’ল৷ ৰোজি নামৰ সেই ব্ৰাজিলিয়ান মহিলাই ব্ৰাজিলৰ পৰা ভাৰত আহি থকাৰ সিদ্ধান্তই লৈ পেলায়৷ নিজৰ স্বামী আৰু সন্তানক তেওঁ নতুন প্ৰেমৰ কথা জনায়৷ ভাৰতলৈ আহি নিজৰ নতুন জীৱন আৰম্ভ কৰাৰ কথাও কৈছে তেওঁ৷

পৱনৰ ঘৰ দিল্লীত৷ দিল্লীৰ সেই ঘৰতেই গৈ ৰোজি উপস্থিত হৈছে৷ পৱনক তেওঁ বিয়া কৰাব বুলিও পৰিয়ালৰ লোকক জনাইছে৷ দুজনৰ এই সম্পৰ্ক  পৱনৰ ঘৰৰ পৰা মানি ল’লেই দুয়োৱে বিবাহপাশত আৱদ্ধ হ’ব৷ ইতিমধ্যে এই বিয়াক লৈ সমগ্ৰ এলেকাতেই তৈয়াৰ হৈছে উন্মাদনা৷ ইতিমধ্যেই নিজৰ পূৰ্বৰ স্বামীৰ পৰা ডিভোৰ্ছো লৈছে ৰোজিয়ে৷ এইবাৰ পবনক বিয়া কৰাই স্থায়ীভাৱে ভাৰতীয় হোৱাৰ বহু আশাই বুকুত হেন্দোলনি তুলিছে ৰোজিৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Next Post
দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে প্ৰিয়ংকা গান্ধী! কি কৈছে জ্যোতিষীয়ে?

দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে প্ৰিয়ংকা গান্ধী! কি কৈছে জ্যোতিষীয়ে?

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, টেৰোকাৰ্ড গণনামতে ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, টেৰোকাৰ্ড গণনামতে ভাগ্য সোণৰ দৰে চমকিব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.