• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কইনাৰ সলনি কইনাৰ বান্ধৱীৰ ডিঙিত বৰমালা পিন্ধালে মাতাল দৰাই, তাৰপিছত কি ঘটিল, সবিশেষ এই লিংকত চাওক

কইনাৰ সলনি কইনাৰ বান্ধৱীৰ ডিঙিত বৰমালা পিন্ধালে মাতাল দৰাই, তাৰপিছত কি ঘটিল, সবিশেষ এই লিংকত চাওক

1 year ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

7 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

8 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

8 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

9 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

10 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

10 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

11 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

12 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

13 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

13 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

14 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কইনাৰ সলনি কইনাৰ বান্ধৱীৰ ডিঙিত বৰমালা পিন্ধালে মাতাল দৰাই, তাৰপিছত কি ঘটিল, সবিশেষ এই লিংকত চাওক

কইনাৰ সলনি কইনাৰ বান্ধৱীৰ ডিঙিত বৰমালা পিন্ধালে মাতাল দৰাই, তাৰপিছত কি ঘটিল, সবিশেষ এই লিংকত চাওক

editor by editor
February 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কইনাৰ সলনি কইনাৰ বান্ধৱীৰ ডিঙিত বৰমালা পিন্ধালে মাতাল দৰাই, তাৰপিছত কি ঘটিল, সবিশেষ এই লিংকত চাওক
0
SHARES
865
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া কৰাবলৈ গৈ অদ্ভুত কাণ্ড ঘটালে মদাপী দৰাই৷ দৰাৰ কাণ্ড দেখি হতবাক কইনাপক্ষ৷ মদৰ নিচাতেই কইনাৰ ঠাইত কইনাৰ বান্ধৱীৰ ডিঙিত বৰমালা পিন্ধালে দৰাই৷ ঘটনাৰ ভিডিঅ’ ইতিমধ্যেই ভাইৰেল হৈছে সামাজিকমাধ্যমত৷ ঘটনাটো ক’ৰ এতিয়াও স্পষ্ট হোৱা নাই৷ বহুতৰে দাবী যে এই ঘটনা বিহাৰৰ৷ আকৌ বহুতে এই ঘটনা উত্তৰপ্ৰদেশৰ বৰেলীৰ বুলিও দাবী কৰিছে৷

স্থান য’ৰেই নহওক এই ভিডিঅ’ত দেখা গৈছে যে দৰাই মদ্যপান কৰি ঠিয় হৈ থকাতো কষ্ট হৈছে৷ এগৰাকী ব্যক্তিয়ে কোনোমতে ধৰি ৰাখিছে দৰাক৷ নিচাতেই দৰাই কইনাৰ সলনি বান্ধৱীৰ ডিঙিত পিন্ধাই দিয়ে বৰমালা৷ ঘটনাক লৈ লগে লগেই কইনাপক্ষই সেই দৰাক কইনা নিদিয়াৰ সিদ্ধান্ত লয়৷

https://x.com/bstvlive/status/1893871728579031132

দৰাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছে কইনাৰ পৰিয়ালে৷ জনা গৈছে যে বিয়া কৰাবলৈ অহাৰ পূৰ্বেই মদৰ নিচাত মাতাল হৈ আহিছিল দৰাৰ লগতে দৰাৰ কেইবাজনো বন্ধু৷ এই অৱস্থাত প্ৰাথমিকভাৱে বিয়াত আপত্তি জনাই কইনা পৰিয়ালে৷ যদিও বহু কাকুতি মিনতি কৰাৰ পাছত বিয়াৰ বাবে ৰাজী হয় পাত্ৰীৰ পৰিয়াল৷ আৰু তাৰপাছতেই এই বিপত্তি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
বক্ষৰ ভৰত চাপ পৰিছে মেৰুদণ্ডত! শাৰীৰিক যন্ত্ৰণাক লৈ মুখ খুলিছে জনপ্ৰিয় নায়িকাই

বক্ষৰ ভৰত চাপ পৰিছে মেৰুদণ্ডত! শাৰীৰিক যন্ত্ৰণাক লৈ মুখ খুলিছে জনপ্ৰিয় নায়িকাই

২০ হাজাৰ টকা দৰমহা লাভ কৰিও জমা কৰিব পাৰে কোটি টকা! কেৱল SIP নহয়, এইধৰণেও কৰিব পাৰে সঞ্চয়

২০ হাজাৰ টকা দৰমহা লাভ কৰিও জমা কৰিব পাৰে কোটি টকা! কেৱল SIP নহয়, এইধৰণেও কৰিব পাৰে সঞ্চয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.