• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্ষৰ ভৰত চাপ পৰিছে মেৰুদণ্ডত! শাৰীৰিক যন্ত্ৰণাক লৈ মুখ খুলিছে জনপ্ৰিয় নায়িকাই

বক্ষৰ ভৰত চাপ পৰিছে মেৰুদণ্ডত! শাৰীৰিক যন্ত্ৰণাক লৈ মুখ খুলিছে জনপ্ৰিয় নায়িকাই

2 years ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

12 minutes ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

55 minutes ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

2 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

2 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

3 hours ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

4 hours ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

12 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

12 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

12 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

12 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

13 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বক্ষৰ ভৰত চাপ পৰিছে মেৰুদণ্ডত! শাৰীৰিক যন্ত্ৰণাক লৈ মুখ খুলিছে জনপ্ৰিয় নায়িকাই

বক্ষৰ ভৰত চাপ পৰিছে মেৰুদণ্ডত! শাৰীৰিক যন্ত্ৰণাক লৈ মুখ খুলিছে জনপ্ৰিয় নায়িকাই

editor by editor
February 27, 2025
in জীৱনশৈলী, বিশ্ব
0
বক্ষৰ ভৰত চাপ পৰিছে মেৰুদণ্ডত! শাৰীৰিক যন্ত্ৰণাক লৈ মুখ খুলিছে জনপ্ৰিয় নায়িকাই
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনুৰাগীয়ে কৈছে, ‘বয়স বঢ়াৰ লগে লগে সৌন্দৰ্য বাঢ়িছে’৷ কিন্তু এই ৰূপৰ বাবেই জটিল শাৰীৰিক সমস্যাত ভূগিছে অভিনেত্ৰীগৰাকী৷ ব্ৰিটিছ তাৰকা অভিনেত্ৰী কেলি ব্ৰুকৰ শাৰীৰিক অসুস্থতাৰ কাৰণ হৈছে তেওঁৰ বক্ষ যুগল৷ সাম্প্ৰতিক এক সাক্ষাৎকাৰত এই কথা নিজেই জনাইছে মডেল তাৰকা কেলি ব্ৰুকে৷ কেলি ব্ৰুকে কৈছে যে বয়স বঢ়াৰ লগে লগে নিজৰ বক্ষৰ ভাৰ নিজেই ডাঙিব নোৱাৰা হৈ হালি পৰিছে তেওঁ৷ সমস্যা আহিছে মেৰুদণ্ডতো৷

উল্লেখ্য যে মাত্ৰ ১৬ বছৰ বয়সৰ পৰাই মডেলিং কৰিছে কেলিয়ে৷ ২০০৫ চনৰ এক সংবাদসংস্থাই কৰা সমীক্ষাত ডেৰ কোটি মানুহৰ ভোটেৰে পৃথিৱীৰ সকলোতকৈ লাস্যময়ী নাৰীৰ খিতাপো তেওঁ অৰ্জন কৰিছিল৷ বহু সফল চলচ্চিত্ৰ আৰু টেলিভিছন শ্বতো তেওঁক দেখা গৈছে৷ এই জনপ্ৰিয় তাৰকাৰ শাৰীৰিক সমস্যাৰ কথা প্ৰকাশলৈ অহাৰ পাছতেই আচৰিত হৈছে অনুৰাগীও৷

৪৫ বছৰীয়া কেলিয়ে জনাইছে যে কিছুদিন ধৰি তেওঁ পিঠিৰ বিষৰ যন্ত্ৰণাত ভূগিছে৷ চিকিৎসকে জনাইছে যে এই যন্ত্ৰণাৰ নেপথ্যত আছে তেওঁৰ স্তনৰ আকাৰ৷ বৃহদাকাৰ বক্ষ যুগলৰ ওজন ধৰি ৰাখিবলৈ গৈ চাপ পৰিছে পিঠিত৷ ২০২০ চনৰ পৰাই এই সমস্যাত তেওঁ ভূগি আছে৷ চিকিৎসকে তেওঁক পৰামৰ্শ দিছে ওজন কমোৱাৰ৷ সেই পৰামৰ্শ মানি ওজন কমাইছে নায়িকাগৰাকীয়ে৷ ইয়াৰোপৰি কায়ৰোপ্ৰেক্টিক থেৰাপিও লৈছে তেওঁ৷ তেওঁৰ আশংকা যদি এই ধৰণৰ থেৰাপি আৰু ওজন নিয়ন্ত্ৰণে কাম নকৰে তেন্তে তেওঁ অস্ত্ৰোপছাৰ কৰাব৷ স্বাস্থ্য ভালে ৰাখিবলৈ গৈ যদি সৌন্দৰ্য কমে তেন্তে কোনো কথা নাই৷ কেলিয়ে জনাইছে যে কেৰিয়াৰৰ এই পৰ্যায়ত তেওঁ ৰূপতকৈ বেছি স্বাস্থ্যকহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী
জীৱনশৈলী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

October 16, 2026
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন
জীৱনশৈলী

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

October 16, 2026
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
বিশ্ব

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026 - Updated on October 16, 2026
Next Post
২০ হাজাৰ টকা দৰমহা লাভ কৰিও জমা কৰিব পাৰে কোটি টকা! কেৱল SIP নহয়, এইধৰণেও কৰিব পাৰে সঞ্চয়

২০ হাজাৰ টকা দৰমহা লাভ কৰিও জমা কৰিব পাৰে কোটি টকা! কেৱল SIP নহয়, এইধৰণেও কৰিব পাৰে সঞ্চয়

হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.