• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

1 year ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

10 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

38 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

1 hour ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

3 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

3 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

4 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

5 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

5 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

6 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

6 hours ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

editor by editor
February 27, 2025
in প্ৰযুক্তি
0
হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে ভূমিকম্প হ’লেই সামাজিক মাধ্যমত হৈ চৈ লাগে। আমাৰো অসমো ভূমিকম্পপ্ৰৱণ এলেকাৰ ভিতৰতেই আছে সেয়ে সঘনাই অসমত ভূমিকম্প হৈ থাকে। এই প্ৰাকৃতিক বিপৰ্যয়ৰ কাৰণে বহু মানুহৰ মৃত্যুও হয়। এইবাৰ এটা সংস্থাই বিশেষভাৱে তৈয়াৰ কৰিছে মানুহক সতৰ্ক কৰিব পৰা নতুন ফিচাৰ। ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ বাবে এই বিশেষ এলাৰ্ট চিষ্টেম তৈয়াৰ কৰিছে।

গুগলৰ নতুন ফিচাৰে কেনেতৈ কাম কৰিব?

সাধাৰণতে ভূমিকম্প হ’লে আমি ভূমিকম্পৰ তথ্য বিচাৰি বিশেষ এপত গৈ চাৰ্ছ কৰো। শেহতীয়াকৈ নেশ্ব্যনেল ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটি (NDMA) আৰু নেশ্ব্যনেল ছেছম’লজি চেণ্টাৰৰ সৈতে হাত মিলাই এণ্ড্ৰইড এলাৰ্ট চিষ্টেম আৰম্ভ কৰিছে গুগলে। সংস্থাৰ মতে ফোন কানেক্টেড আৰু চাৰ্জিং অৱস্থাত থাকিলেও ভূমিকম্পৰ প্ৰাথমিক কম্পন চিনাক্ত কৰিব পৰা যাব।

সূত্ৰৰ তথ্যমতে এই চিষ্টেমত গুগলৰ পৰা এলাৰ্ট আহিব ‘Be Aware’, ‘Take Action’। Be Aware এলাৰ্ট যদি আহে তেন্তে বুজিব যে কম্পনৰ মাত্ৰা কম। আৰু কম্পনৰ মাত্ৰা যদি 4.5+ বা তাতোকৈ বেছি হয় তেন্তে Take Action এলাৰ্ট আহিব। যাৰ অৰ্থ হৈছে সোনকালে সতৰ্ক হওক। ইয়াৰোপৰি ভূমিকম্পৰ কেন্দ্ৰস্থলো দাঙি ধৰিব গুগলে।

ব্যৱহাৰকাৰীসকলে কি কৰিব?

এই এলাৰ্ট লাভ কৰিবৰ বাবে আপোনাৰ ফোনৰ ছেটিংছত কেইটামান সাল সলনি কৰিব লাগিব। স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে কোনো ধৰণৰ ছেটিংছ সলোৱাৰ প্ৰয়োজন নাই। এণ্ড্ৰইজ ভাৰ্ছন ৫.০ বা তাতোকৈ বেছি ভাৰ্ছনৰ স্মাৰ্টফোনত অটমেটিক এই ছিষ্টেম এক্টিভ হ’ব। এই ছিষ্টেমে কাম কৰিবলৈ আপোনাৰ স্মাৰ্টফোনটো ইণ্টাৰনেটৰ সৈতে কানেক্টেড থাকিব লাগিব। ইয়াৰোপৰি আপোনাৰ ফোনৰ লোকেশ্ব্যনো অন থাকিব লাগিব। কাৰোবাৰ ফোনত যদি ভূমিকম্প এলাৰ্ট নামৰ অপশ্ব্যন থাকে তেন্তে সেই ছেটিংছ অন কৰক। গুগলে জনোৱা অনুসৰি এই এলাৰ্ট ফিচাৰ ভাৰতীয় সকলো আঞ্চলিক ভাষাতেই পোৱা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?
জীৱনশৈলী

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

April 21, 2026
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ
জীৱনশৈলী

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

April 21, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

April 9, 2026
Next Post
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

ভয়ংকৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ, ভাৰতৰো বহু ৰাজ্য উঠে কঁপি, আতংকিত জনতা

ভয়ংকৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ, ভাৰতৰো বহু ৰাজ্য উঠে কঁপি, আতংকিত জনতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.