• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ, ভাৰতৰো বহু ৰাজ্য উঠে কঁপি, আতংকিত জনতা

ভয়ংকৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ, ভাৰতৰো বহু ৰাজ্য উঠে কঁপি, আতংকিত জনতা

1 year ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

3 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

4 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

4 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

5 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

6 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

7 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

7 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

8 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

9 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

10 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ, ভাৰতৰো বহু ৰাজ্য উঠে কঁপি, আতংকিত জনতা

editor by editor
February 28, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ভয়ংকৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ, ভাৰতৰো বহু ৰাজ্য উঠে কঁপি, আতংকিত জনতা
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ, ভাৰতৰো বহু ৰাজ্য উঠে কঁপি, আতংকিত জনতা

২০১৫ৰ ভয়ংকৰ ভূমিকম্পৰ ১০ বছৰ পাছত পুনৰ এক তীব্ৰ প্ৰাবল্যৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ নেপাল। আজি শুকুৰবাৰে পুৱতি নিশা নেপালত অনুভুত হয় ৬.১ প্ৰাবল্যৰ ভূমিকম্প। সমগ্ৰ হিমালয় অঞ্চলত অনুভূত হয় ভূমিকম্পৰ কম্পন।

তাকো এবাৰ নহয়, দুবাৰকৈ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। প্ৰথমবাৰ কাঠমাণ্ডুৰ সমীপত আৰু দ্বিতীয়বাৰ বিহাৰ সীমান্তৰ সমীপত ভূমিকম্প। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল। অৱশ্যে এই ভূমিকম্পত এতিয়ালৈকে কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতিৰ কোনো তথ্য পোৱা নাই।

নেপালৰ সিন্ধুপালচৌক জিলাৰ ভৈৰৱ কুণ্ডাৰ সমীপত পুৱা প্ৰায় ২.৩৫ বজাত সংঘটিত হয় এই ভূমিকম্প। জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছে ভূমিকম্পৰ প্ৰাবল্য ৬.১ জুখিছিল, আনহাতে ভাৰতৰ নেচনেল চেণ্টাৰ ফৰ ছিচম’লজিয়ে ইয়াৰ প্ৰাবল্য ৫.৫ বুলি জুখিছে। সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতা আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ।

৬.১ প্ৰাবল্যৰ ভূমিকম্পক শক্তিশালী বুলি গণ্য কৰা হয় আৰু ইয়াৰ ফলত যথেষ্ট ক্ষতি হ’ব পাৰে। অৱশ্যে কোনো লোকৰে এই ভূমিকম্পৰ ফলত ক্ষতি নহলেও কেইবাঠাইতো ঘৰ- অট্টালিকা আদিত ফাট মেলা বুলি খবৰ প্ৰকাশ পাইছে।

আনহাতে এই ভূমিকম্পৰ কম্পন কেৱল নেপালতে অনুভুত নহয়, ভাৰততো ইয়াৰ কম্পন অনুভুত হয়। ভাৰতৰ বিহাৰ-পাটনা লৈকে অনুভুত হয় এই ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ কম্পন।

কেৱল নেপালতেই  নহয়, পাকিস্তানতো আহে আন এক ভূমিকম্প। এই ভূমিকম্পৰ ৰিখটাৰ স্কেল ৪.৫ প্ৰাবল্য। পুৱা ৫ বাজি ১৪ মিনিটিত অহা এই ভূমিকম্পৰ অভিকেন্দ্ৰ সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: earthquakeNational SeismologyNepal earthquakePakistan Earthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক
জীৱনশৈলী

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

July 18, 2026
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 18, 2026
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?
বাণিজ্য

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

July 18, 2026
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!
জীৱনশৈলী

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

July 18, 2026
Next Post
কেনে যাব আজি মাহৰ শেষৰটো দিন, মালব্য আৰু গজকেশৰী যোগৰ বাবে ৭ ৰাশিৰ শুভ

কেনে যাব আজি মাহৰ শেষৰটো দিন, মালব্য আৰু গজকেশৰী যোগৰ বাবে ৭ ৰাশিৰ শুভ

আন এক নিৰ্ভয়া কাণ্ড, বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে…বহু সন্ধানৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ

আন এক নিৰ্ভয়া কাণ্ড, বাছ ষ্টেণ্ডত ৰখাই থোৱা বাছৰ ভিতৰতে...বহু সন্ধানৰ অন্তত অভিযুক্তক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.