• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

1 year ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

5 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

6 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

6 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

7 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

8 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

9 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

10 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

11 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

12 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

12 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

13 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

editor by editor
February 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰামভক্ত হনুমান হৈছে পুৰাণ বৰ্ণিত অষ্ট চিৰঞ্জীৱীৰ অন্যতম৷ হনুমানৰ কৃপা লাভ কৰিলে জীৱনত সকলো সুখ, শান্তি আৰু সাফল্য পোৱা যায়৷ আপোনাৰ ওপৰত যদি বজৰংবলীৰ আশীৰ্বাদ থাকে, তেন্তে কোনো বিপদলৈ ভয় নকৰিব৷ হনুমানৰ আশীৰ্বাদ থাকিলে জীৱনত কিছু কিছু ঘটনাৰ ইংগিত পোৱা যায়৷ জানি থওক কি কি ঘটনা ঘটিলে বুজিব যে বজৰংবলীৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে?

ভয়ৰ পৰা মুক্তি

বজৰংবলীয়ে আমাৰ মনত সাহস জোগাই৷ মনৰ দুৰ্বলতা আৰু ভয় দূৰ কৰাত সহায় কৰে বজৰংবলীয়ে৷ যাৰ ওপৰত বজৰংবলীৰ আশীৰ্বাদ আছে, তেওঁলোকক ভয় আৰু মানসিক দুৰ্বলতাই স্পৰ্শ কৰিব নোৱাৰে৷ আপুনি যেতিয়া নিজৰ মনৰ ভয় দূৰ কৰি আত্মবিশ্বাসেৰে তুংগত থাকিব তেতিয়াই বুজিব হনুমানৰ কৃপা আপোনাৰ ওপৰত আছে৷ মানসিক উদ্বেগ, ভীতি আৰু অনিশ্চয়তা দূৰ কৰি ঠিয় হৈ থকাত সহায় কৰে বজৰংবলীয়ে৷

হাতত মঙ্গল ৰেখা

হাতৰ পতাত মঙ্গল ৰেখা স্পষ্ট আৰু উজ্জ্বল হৈ উঠিলে বুজিব যে বজৰংবলী আপোনাৰ ওপৰত প্ৰসন্ন হৈছে৷ বজৰংবলীৰ কৃপাত হাতৰ পতাত মঙ্গল ৰেখা স্পষ্টভাৱে দেখা যায়৷ ইয়াৰ ফলত মঙ্গলৰ শুভ প্ৰভাৱ থাকে আপোনাৰ ওপৰত৷ মঙ্গলৰ শুভ প্ৰভাৱত জাতকৰ মনত সাহস, আত্মবিশ্বাস আৰু এনাৰ্জি বাঢ়ে৷

সংকটৰ পৰা মুক্তি

বজৰংবলীৰ আশীৰ্বাদত সংকটৰ পৰা মুক্তি পোৱা যায়৷ হনুমানৰ কৃপা থাকিলে নিজৰ জীৱনৰ সকলো সমস্যাৰ সমাধান আপুনি ওলিয়াব পাৰে৷ যি কামতেই হাত দিব সেয়া বাধা নোহোৱাকৈ সম্পূৰ্ণ কৰিব পাৰিব৷ হনুমানৰ আৰু এক নাম সংকটমোচন৷ সেয়ে জীৱনৰ সমস্যা দূৰ কৰিব পাৰিলেই বুজিব যে বজৰংবলীৰ কৃপা আপোনাৰ ওপৰত আছে৷

ভাল সপোন

সপোনত বজৰংবলী, তেওঁৰ গদা, হনুমান মন্দিৰ, উড়ন্ত বজৰংবলী বা ৰাম সীতাক সপোনত দেখিলে আপুনি নিশ্চিত হওক যে বজৰংবলীৰ কৃপা আপুনি লাভ কৰিছে৷ আপোনাক সকলো বিপদৰ পৰা তেওঁ ৰক্ষা কৰিব৷

সেন্দুৰ

হঠাৎ আপুনি যদি সেন্দুৰ সনা হনুমানৰ মূৰ্তি বা ছবি আপোনাৰ চকুৰ সন্মুখত দেখা পায় তেন্তে বুজিব যে বজৰংবলীৰ আশীৰ্বাদৰ এয়া ইংগিত৷

হনুমান চালিছা আৰু ৰাম নাম

হনুমান চালিছা, সুন্দৰখণ্ড বা ৰাম নাম যদি হঠাৎ আপোনাৰ মনলৈ আহে তেতিয়া বুজিব যে স্বয়ং বজৰংবলীয়ে স্মৰণ কৰিছে আপোনাক৷ পূৰ্বে কোনো পৰিকল্পনা অবিহনেই যদি হঠাৎ হনুমান মন্দিৰলৈ যোৱাৰ ইচ্ছা আহে তেন্তে এয়াও বজৰংবলীৰ কৃপা লাভৰ ইংগিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’
বিনোদন

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

July 13, 2026
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

July 13, 2026
Next Post
ভয়ংকৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ, ভাৰতৰো বহু ৰাজ্য উঠে কঁপি, আতংকিত জনতা

ভয়ংকৰ ভূমিকম্পৰে কঁপি উঠিল ভাৰতৰ চুবুৰীয়া দেশ, ভাৰতৰো বহু ৰাজ্য উঠে কঁপি, আতংকিত জনতা

কেনে যাব আজি মাহৰ শেষৰটো দিন, মালব্য আৰু গজকেশৰী যোগৰ বাবে ৭ ৰাশিৰ শুভ

কেনে যাব আজি মাহৰ শেষৰটো দিন, মালব্য আৰু গজকেশৰী যোগৰ বাবে ৭ ৰাশিৰ শুভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.