• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BSNL 5Gক লৈ বৃহৎ আপডেট, ৰকেট গতিত চলিব ইণ্টাৰনেট

BSNL 5Gক লৈ বৃহৎ আপডেট, ৰকেট গতিত চলিব ইণ্টাৰনেট

2 years ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

1 minute ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

34 minutes ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

1 hour ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

2 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

2 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

3 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

4 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

4 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

6 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

BSNL 5Gক লৈ বৃহৎ আপডেট, ৰকেট গতিত চলিব ইণ্টাৰনেট

BSNL 5Gক লৈ বৃহৎ আপডেট, ৰকেট গতিত চলিব ইণ্টাৰনেট

editor by editor
August 4, 2024
in অসম, প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
BSNL 5Gক লৈ বৃহৎ আপডেট, ৰকেট গতিত চলিব ইণ্টাৰনেট
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

BSNL ব্যৱহাৰকাৰীসকলক বাবে আহিছে ভাল খবৰ৷ কেতিয়া আহিব BSNLৰ 5G? চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি BSNLৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে৷ ইয়াৰ সৈতে সংস্থাই 5G পৰিসেৱাৰ নেটৱৰ্কক লৈ পৰীক্ষা নিৰীক্ষা চলাইছে৷ কেতিয়া লঞ্চ কৰা হ’ব 5G পৰিসেৱা?

বেচৰকাৰী টেলিকং সংস্থাসমূহৰ ৰিচাৰ্জ প্লেনৰ দাম বঢ়োৱাৰ পাছৰে পৰা বেছিভাগ লোকৰে BSNLৰ প্ৰতি আস্থা বৃদ্ধি পাইছে৷ এই প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই BSNL সম্পৰ্কে এটা বিবৃত্তি জাৰি কৰিছে. যি মোবাইল ব্যৱহাৰকাৰীৰ বাবে এক সুখৰ বিষয়৷ চৰকাৰৰ পক্ষৰ পৰা কোৱা হৈছে যে BSNLৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে আৰু নেটৱৰ্কতো দ্ৰুত ছিম পোৰ্ট কৰা হৈছে৷ JIO, Airtel আৰু Vodafoneৰ ৰিচাৰ্জ প্লেন বঢ়োৱাৰ বাবে BSNL ইউজাৰৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছে৷

চৰকাৰেও টেলিকম কোম্পানীৰ এই অগ্ৰগতিত খুবেই সুখী আৰু পৰিকাঠামাতো পৰিবৰ্তনৰ কথা ভাৱিছে টেলিকম সংস্থাটোৱে৷ যাতে ব্যৱহাৰকাৰীয়ে ভাল নেটৱৰ্ক কোৱালিটি পাব পাৰে৷ ইয়াৰ মাধ্যমেৰে ব্যৱহাৰকাৰীয়ে দীৰ্ঘ সময়ৰ বাবে BSNLৰ সৈতে যুক্ত হৈ থাকিব৷ চৰকাৰে কৈছে যে, BSNLৰ 4G নেটৱৰ্ক আৰু  5G পৰিসেৱা আৰম্ভ কৰাৰ বাবে নিৰন্তৰ কাম কৰিছে এই সংস্থাই৷

আগন্তুক ৬মাহৰ ভিতৰত নেটৱৰ্ক আপোনাৰ হাতত

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ অধীনত BSNL নেটৱৰ্কত পৰিবৰ্তন অনা হৈছে৷ BSNLৰ দেশীয় নেটৱৰ্ক 4G আগন্তুক কেইবামাহৰ পাছতেই সমগ্ৰ দেশত উপলব্ধ হ’ব৷ ইয়াৰোপৰি আগন্তুক ৬মাহৰ মাজত দেশৰ বেছিভাগ অঞ্চলত 4G নেটৱৰ্ক পাব৷ ইতিমধ্যেই দিল্লী, চেন্নাই আৰু বাংগালুৰুৰ দৰে চহৰত BSNLৰ 5G ট্ৰায়েল আৰম্ভ হ’ব৷ ট্ৰায়েল শেষ হ’লে মানুহে দ্ৰুত ইণ্টাৰনেট লাভ কৰিব৷

কচৰকাৰে BSNLৰ ৫জিৰ বাবে 700MHz, 2200MHz, 3300MHz আৰু 26GHz স্পেকট্ৰাম বেণ্ড কৰিছে৷ তাৰ সলনি বৰ্তমান BSNL 700MHz স্পেকট্ৰাম বেণ্ডত ৫উ পৰিসেৱাৰ ট্ৰায়েল চলি আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ
জীৱনশৈলী

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

May 27, 2026
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?
অসম

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

May 27, 2026
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

May 26, 2026
Next Post
দৈনিক ৰাশিফল- আজি শাওনৰ তৃতীয় সোমবাৰ, ভাগ্য জিলিকি উঠিব কেইবাটাও ৰাশিৰ, অশ্লেষ-মাঘা নক্ষত্ৰৰ বাবে ধন আহিব জীৱনলৈ

দৈনিক ৰাশিফল- আজি শাওনৰ তৃতীয় সোমবাৰ, ভাগ্য জিলিকি উঠিব কেইবাটাও ৰাশিৰ, অশ্লেষ-মাঘা নক্ষত্ৰৰ বাবে ধন আহিব জীৱনলৈ

বাংলাদেশত পুনৰ তীব্ৰ সংঘৰ্ষ, ১৪ আৰক্ষীসহ ৯৭ জন নিহত, অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ

বাংলাদেশত পুনৰ তীব্ৰ সংঘৰ্ষ, ১৪ আৰক্ষীসহ ৯৭ জন নিহত, অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.