• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিমকাৰ্ড অবিহনেই কৰিব পাৰিব ফোনকল! BSNLৰ আন এক মাষ্টাৰষ্ট্ৰোক

ছিমকাৰ্ড অবিহনেই কৰিব পাৰিব ফোনকল! BSNLৰ আন এক মাষ্টাৰষ্ট্ৰোক

1 year ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

49 minutes ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

1 hour ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

2 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

3 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

3 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

13 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

15 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

15 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

16 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ছিমকাৰ্ড অবিহনেই কৰিব পাৰিব ফোনকল! BSNLৰ আন এক মাষ্টাৰষ্ট্ৰোক

ছিমকাৰ্ড অবিহনেই কৰিব পাৰিব ফোনকল! BSNLৰ আন এক মাষ্টাৰষ্ট্ৰোক

editor by editor
October 23, 2024
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
ছিমকাৰ্ড অবিহনেই কৰিব পাৰিব ফোনকল! BSNLৰ আন এক মাষ্টাৰষ্ট্ৰোক
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উপভোক্তাৰ সংখ্যা বৃদ্ধি কৰিবলৈ মুকেশ আম্বানীৰ জিঅ’ৰ পৰা ভাৰতী মিত্তলৰ এয়াৰটেলে প্ৰায় নিত্যনতুন অফাৰ আনিছে বজাৰত৷ এইবাৰ এই সকলো টেলিকম সংস্থাক আকৌ টক্কৰ দিবলৈ ভাৰত সঞ্চাৰ নিগম লিমিটেড বা বিএছএনএলে আনিছে নতুন প্ৰযুক্তি৷

BSNLৰ নতুন প্ৰযুক্তিত ছিমকাৰ্ড অবিহনে কল কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে৷ ইয়াৰ বাবে গ্লবেল ছেটেলাইট কমিউনিকেছন ফাৰ্ম Viasat ৰ সৈতে হাত মিলাইছে বিএছএনএলে৷ Viasatৰ সহযোগীতাতেই ডাইৰেক্ট টু ডিভাইছ D2D প্ৰযুক্তি আনিবলৈ সাজু হৈছে BSNL, ইতিমধ্যেই এই নতুন প্ৰযুক্তিৰ ট্ৰায়েল সম্পন্ন হৈছে৷ ফলত খুব সোনকালেই BSNLৰ গ্ৰাহকে এই সুবিধা পাব বুলি আশা কৰা হৈছে৷

এই ডাইৰেক্ট টু ডিভাইছ সংযোগ, এণ্ড্ৰয়েড আৰু আইওএছ স্মাৰ্টফোনৰ ওপৰিও স্মাৰ্টৱাছ আৰু অন্যান্য সকলো স্মাৰ্ট ডিভাইছত ব্যৱহাৰ কৰা হব৷ এই প্ৰযুক্তিত ছেটেলাইটৰ মাধ্যমেৰে যোগাযোগ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে৷ ইয়াত কোনো মোবাইল টাৱাৰ বা তাৰৰ সংযোগ নালাগিব৷ অৰ্থাৎ স্মাৰ্টফোন বা অন্যান্য স্মাৰ্ট ডিভাইছসমূহে কাম কৰিব ছেটেলাইট ফোনৰ দৰে৷ প্ৰান্তীয় অঞ্চলত যিসমূহ স্থানত এতিয়াও নেটৱৰ্ক দুৰ্বল বা কোনো প্ৰাকৃতিৰ দুৰ্যোগ বা অন্য কাৰণত নেটৱৰ্কৰ সমস্যাই দেখা দিয়ে এইসমূহ এলেকাত ডাইৰেক্ট টু ডিভাইছ প্ৰযুক্তিৰে নিৰবচ্ছিন্ন সংযোগৰ সুবিধা দিব৷ ইয়াৰ ফলত প্ৰত্যন্ত আৰু অনুন্নত নেটৱৰ্কৰ এলেকাসমূহৰ মোবাইল ব্যৱহাৰকাৰীৰ সকলোতকৈ বেছি উপকৃত হব বুলি ধাৰণা কৰা হৈছে৷

সম্প্ৰতি বিএছএনএল আৰু ভিছেটে এই প্ৰযুক্তিৰ ট্ৰায়েল আৰম্ভ কৰিছে৷ এক বাণিজ্যিক এণ্ড্ৰয়েড স্মাৰ্টফোন আৰু নন টেৰোষ্ট্ৰিয়েল নেটৱৰ্ক বা এনটিএন  সংযোগ ব্যৱহাৰ কৰি দ্বিমুখী বাৰ্তা প্ৰেৰণ কৰা হৈছে বা গ্ৰহণ কৰা হৈছে৷ ইয়াৰোপৰি এছ অ এছ মেছেজিঙৰো আদান প্ৰদান কৰা হৈছে৷ ট্ৰায়েলত ৩৬,০০০ কিঃমিঃ দূৰৈত ৰখা এটা ছেটেলাইট ব্যৱহাৰ কৰি এটা ফোন কল কৰা হয়৷ ইতিমধ্যে এই পৰীক্ষা সফলো হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

March 17, 2026
Next Post
দহ মহাবিদ্যাক ধাৰণ কৰে মহাকালীয়ে, এই দহ মহাবিদ্যা কি কি?

দহ মহাবিদ্যাক ধাৰণ কৰে মহাকালীয়ে, এই দহ মহাবিদ্যা কি কি?

উপ-নিৰ্বাচনৰ পূৰ্বে কি হৈছে কংগ্ৰেছত? সভাপতি পদ এৰিলে ভূপেন বৰাই …

উপ-নিৰ্বাচনৰ পূৰ্বে কি হৈছে কংগ্ৰেছত? সভাপতি পদ এৰিলে ভূপেন বৰাই ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.